ইতিহাসত আজিৰ দিনটো ২ চেপ্তেম্বৰ

অক্টোবৰ


জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


27 28 29 30 1 2 3
4 5 6 7 8 9 10
11 12 13 14 15 16 17
18 19 20 21 22 23 24
25 26 27 28 29 30 31


আজিৰ তাৰিখ   ২ অক্টোবৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তৰ্জাতিক অহিংসা দিৱস 
(২) গান্ধী জয়ন্তী
(৩) বন্যজীৱ সপ্তাহ

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৮২ চনৰ আজিৰ দিনটোতে ইৰাণৰ ৰাজধানী তেহৰানত হোৱা বোমা বিষ্ফোৰণ ৬০ জন লোক নিহত আৰু ৭০০ লোক আহত হয়। 
(২) ১৯৮৮ চনৰ আজিৰ দিনটোতে দক্ষিণ কোৰিয়াৰ ৰাজধানী চিউলত ২৪তম অলিম্পিক ক্ৰীড়াৰ সমাপ্তি ঘটে ৷
(৩) ২০০১ চনৰ আজিৰ দিনটোতে ১৯ দেশীয় সংগঠন নাটোয়ে আফগানিস্থানত আক্ৰমণৰ বাবে প্ৰস্তুত হয় ।
(৪) ২০০৪ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘ কংগোলৈ ৫৯০০ সৈনিক প্ৰেৰণ প্ৰস্তাৱ সন্মতি দিয়ে ।
(৫) ২০০৭ চনৰ আজিৰ দিনটোতে উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ মাজত দ্বিতীয় শীৰ্ষ বৈঠক সম্পন্ন হয় ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৫১ চনৰ আজিৰ দিনটোতে শ্যাম প্ৰসাদ  মুখাৰ্জীয়ে ভাৰতীয় জনসংঘ স্থাপন কৰিছিল ৷
(২) ১৯৬১ চনৰ আজিৰ দিনটোতে শিপিং কৰপৰেশ্যন অফ ইণ্ডিয়া গঠন হয়। 
(৩) ১৯৮৫ চনৰ আজিৰ দিনটোতে ভাৰতত যৌতুক নিষিদ্ধকৰণ আইন  কাৰ্যকৰী হৈছিল ৷
(৪) ২০০০ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমি পুটিন চাৰি দিনীয়া ভ্ৰমণ সুচীৰে দিল্লীত উপস্থিত হয়। 

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮৬৯ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম হৈছিল ৷
(২) ১৯০৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম হৈছিল। 

মৃত্যু : ----

(১) ১৯৭৫ চনৰ আজিৰ দিনটোতে ভাৰতৰত্নৰে সন্মানিত স্বাধীনতা সংগ্ৰামী কে কামৰাজৰ মৃত্যু হৈছিল ৷












4 Comments

Previous Post Next Post