Top crypto mining apps

 Crypto মাইনিং কি ?


    Digital Currency বা Cryptocurrency  হৈছে এবিধ ভাৰ্চুৱেল মুদ্ৰা বা টকা৷ ভাৰ্চুৱেল মানে যাৰ অৱস্থিতি কেৱল কম্পিউটাৰৰ ভিতৰত৷ আপুনি তাক হাতেৰে চুব নোৱাৰে৷ কেৱল অনলাইন যোগেহে ইয়াক ব্যৱহাৰ কৰিব পাৰিব ৷ই এটা ডিচেন্ট্ৰেলাইজ ব্যৱস্থা৷ মানে যাৰ কোনো কেন্দ্ৰ নাই৷ ইয়াৰ কোনো নিৰ্দিষ্ট নিয়ন্ত্ৰক নাই৷ যেনে, বেঙ্ক, চৰকাৰ ইত্যাদি৷ Cryptocurrency  বক্লচেইন টেকনলজীৰ উপৰত প্ৰতিষ্ঠিত ৷ বক্লচেইন হৈছে বিশ্বৰ আটাইতকৈ মডাৰ্ণ টেকনলজী ৷ ২০০৮ চনত জাপানৰ Satoshi Nakamoto এই টেকনলজী আবিষ্কাৰ কৰে ৷ আৰু ই প্ৰথমবাৰৰ বাবে বিটকইনত প্ৰযোগ কৰা হয় ৷


    Cryptocurrency প্ৰক্ৰিয়াটোক মাইনিং কৰা বুলি কোৱা হয়। মাইনিংৰ যোগেদি Cryptocurrency আহৰণ কৰা হয়। Crytocurrency কথা কলেই  প্ৰথমতে নাম আহে বিটকইনৰ। কাৰণ বিটকইন অবিহনে Cryptocurrency ধাৰণাটোৱেই আধাৰুৱা । আজিৰ দিনত বিটকইন পৃথিৱীৰ আটাইতকৈ দামী সম্পদ বা মুদ্ৰা ৰূপে পৰিগণিত হৈছে । সেই বিটকইন 2008 চনত দিনে 50 টা কৈ মাইনিং ফ্ৰীতে কৰিব পৰা গৈছিল আৰু লাহে লাহে  ইয়াৰ মাইনিং কমি আহে আৰু আজিৰ দিনত 1টা বিটকইন মাইনিং কৰাই ব্যয়বহুল আৰু এবছৰমান লগা হৈ পৰে। যি বিটকইন 2009 চনত ফ্ৰীতে পোৱা গৈছিল যাৰ মূল্য আছিল একটকাৰো কম  আজি সেই বিটকইন এটাৰ  মূল্য 35 লাখৰ অধিক । যি সকল লোকে 2009 চনত 100 বিটকইন ফ্ৰীতে আহৰণ কৰি থৈছিল তেওঁলোকৰ আৰ্থিক অৱস্থা কেনে হব সেইটো সহজে অনুমান কৰিব পাৰি । ঠিক সেইদৰে তেনেদৰে ২০১৫ চনত দিনে ৩০ টা Ethereum Mining হৈছিল এটা সাধাৰণ Computer ত। আৰু আজি ১০ লাখ টকা খৰচ কৰি Powerful Graphic Card লগাই এটা Ethereum গোটাবলৈ ১ বছৰ লাগিব।



তলত মোবাইলতে সহজে কৰিব পৰা  ফ্ৰী মাইনিং চলি থকা  আৰু  ভবিষ্যতে উজ্জ্বল সম্ভাৱনা থকা কেইটামান কইন আৰু মাইনিংৰ বিষয়ে উল্লেখ কৰা হল। 


(1) Pi Network


  বৰ্তমান সময়ত মাইনিং চলি থকা আটাইকেইটা বেছি জনপ্ৰিয় তথা কমিউনিটি থকা কইটো হৈছে Pi coin. ববৰ্তমান ইয়াৰ মাইনিং চলি আছে। ইয়াৰ মাইনিং ৰেট কমি আহিছে আৰু কমি আহিব এটা Pi কইন মাইন কৰিবলৈ বহুত সময়ৰ প্ৰয়োজন হব। 


  পাই নেটৱৰ্ক ৰ সৃষ্টিকৰ্তা ষ্টেনফৰ্ড ইউনিভাৰ্ছিটি ৰ কম্পিউটাৰ বিজ্ঞানৰ ডক্টৰেট  নিকোলাছ ককালিছ ৷ তেওঁ বিটকইন জন্মৰ আগতেই কম্পিউটাৰ blockchain ৰ research paper publish কৰিছিল।

জইনিং লিংক 


(২) Bondex


Bondex Mining & Finance Application 


Bondex mining application Pi Network ৰ দৰে একে । প্ৰতি 24 ঘণ্টাৰ মূৰে মূৰে এবাৰ ক্লিক কৰিব লাগে ।


 Bondex application ৰ বাবে  আটাইতকৈ ভাল খবৰটো হৈছে ইয়াত binance ৰ সহায় আছে । আমি crypto ত binance ক আওকাণ কৰিব নোৱাৰোঁ‌ । Binance ৰ অবিহনে crypto কেতিয়াও পূৰ্ণ নহ'ব । Binance নিজে বিশ্বৰ এক নম্বৰত থকা crypto exchange , লগতে আমি ব্যৱহাৰ কৰা Wazirx , Tokocrypto আদি exchange তো binance ৰ সহায় আছে । ইয়াৰ লগতে আমি ব্যৱহাৰ কৰা trustwallet , coinmarketcap আদিতো binance জড়িত হৈ আছে । সেইবাবে binance ৰ সহায় থকা প্ৰজেক্ট বিলাকে যথেষ্ট ভাল ফল দিয়া দেখা যায় । কেইটামান টোকন যিকেইটাত  binance য়েও বিনিয়োগ কৰিছে Sfp , Wrx , Tko আদি । এইকেইটা টোকনে যথেষ্ট ভাল লাভ দিছিল ।

তলৰ  ৰেফাৰেল লিংক ব্যৱহাৰ কৰি Bondex Mining কৰিব পাৰে । জইনিং লিংক 

বা

ৰেফাৰেল কোড হৈছে 42BHP


(3) CORE mining ৷

BTCs Satoshi ডিচেম্বৰ ত Launch হোৱাৰ সম্ভাৱনা আছে  । মাইনিং চলি আছে। ডিচেম্বৰত মাইনিং বন্ধ হব। 


Link 👇 Register কৰি Account বনাই লব Start Mining ক Click কৰিব Face Verification কৰিব লব । 

জইনিং লিংক 


(4) Bee Network

  Bee Network is the world's largest web3 interactive platform. Join by invitation and earn Bee for bigger fortune with one click. Use my invitation code to join and get 1 Bee for free: 


invitation code : nitupon12

জইনিং লিংক 


(5) CoinX

Hey, I am sending you 1 CNX! CoinX-Miner App is a new tool where you can mine and earn coins for free for a limited amount of time. To claim your CNX, you have to download the following app: https://coinx-miner.com/app

 After you downloaded the miner app, you can use nitupon as invitation code.

 Hurry up! Just a limited amount of people can mine.


(6) Cheatmoon


মাইনিং চলি থকা আন এটা এপ হৈছে  Cheatmoon  www.cheatmoon.com গৈ এপটো ডাউনলোড কৰিব পাৰিব  আৰু  10 Cheatmoons লাভ কৰিব ৷ ইয়াৰ পাছত ইয়াত Cheatmoons মাইনিং কৰি থাকিব পাৰিব। 

 invitation code: nitupon12



(7) Star Network.






 মাইনিং চলি থকা আন এটা এপ হৈছে  Star Network. 

 referral code :  nituponborgohain


 https://download.starnetwork.io/


(8) EagleNetwork


Eagle Network is a New Cryptocurrency with an Elevated Proof of Stake (Epos) Blockchain Launched February 2021

Did you missed mining Bitcoin since 2009? Don't miss out again!

join to mine for free without any hardware.

Free mining of Eagle No Internet needed to mine Eagle No battery drain No data drain


Use my referral code: NITUPON12


Register with Facebook or email or your number at ....


https://eaglenetwork.app


(9) Fox Network





 Fox Network is a new digital currency developed by phDs, with over  1 million members worldwide. To claim your Fox Coin, follow this link  

 https://play.google.com/store/apps/details?id=com.app.foxnetwork


The invitation code is : 560bb


(10) Playfi

          নতুন Mining Application Playfi  । যিসকলে Pi একেবাৰে আৰম্ভণিৰ পৰা Mining কৰা নাছিল । তেওঁ‌লোকৰ বাবে ভাল খবৰ নতুনকৈ এটা Mining Application আহিছে যাৰ নাম Playfi । Application launch হোৱা বেছি দিন হোৱা নাই এতিয়া যদি mining কৰে প্ৰতি ঘণ্টাত 0.4 টা playfi পাব । অৰ্থাৎ এদিনত 9.6 টা Playfi কইন পাব । ইয়াতো playfi ৰ ব্যৱহাৰকাৰী বাঢ়ি যোৱাৰ লগে লগে mining speed কমি যাব । 

             Pi Mining যিসকলে 2020 চনৰ পৰা কৰিছিল তেতিয়া ইয়াৰ speed আছিল প্ৰতি ঘণ্টাত 0.4 টা । অৰ্থাৎ এদিনত প্ৰায় 9.6 টা Pi পাইছিল । আৰু এতিয়া জানেই এটা Pi কইন এদিনতো mining কৰিব নোৱাৰি । যিহেতু ইয়াৰ ব্যৱহাৰকাৰী যথেষ্ট বাঢ়িছে । 

         Pi ৰ দৰে Playfi  ও একে । Mining পদ্ধতিও একে । কোনো document , কোনো joining fees ৰ প্ৰয়োজন নাই  । যদি দীঘলীয়া সময়ৰ বাবে ধৈৰ্য আছে Playfi mining কৰিব পাৰে । Android আৰু Iphone দুয়োটা Os য়ে Playfi ব্যৱহাৰ কৰিব পাৰিব । তলৰ লিংকত গৈ Playfi Install কৰিব পাৰিব :

 

Join me in PlayFi Network and see if we can win their daily prize pool together! Download the app at https://playfi.page.link/cy219820 

invitation code : cy219820


(11) BOTC


আন এক Strong Projet হৈছে BOTC Mining App ইয়াৰ Total Supply মাত্ৰ 205000 ৷


https://www.botccoin.com


invitation code: 9755701


(12) Atoshi




Your friend nitugohain9 is inviting you to go to Atoshi Global and earn free crypto. Open Atoshi Global app and start your mining journey



জইনিং লিংক  :

http://invite.atoshi.org/index.html?code=tJ2D7



(13) Sidra Bank




Join me on the world's first Islamic DeFi Bank (Sidra Bank)

https://minesidra.page.link/?link=https://www.minesidra.com/signup?ref=da91c6a237094942b6e3ed0b0b41d3b8&apn=com.minesidra.app



(14) CatStar



জইনিং লিংক 

http://www.chatany.world/h5/reg.html?invite_code=QPRJ75



Post a Comment

Previous Post Next Post