অসমৰ জিলাসমুহৰ গাড়ীৰ পঞ্জীয়ন নাম্বৰ ৷ Assam RTO Registration Number


তলত অসমৰ জিলা অনুসৰি বাহনৰ পঞ্জীয়ন নাম্বৰ সমুহ দিয়া হৈছে ৷


জিলা

পঞ্জীয়ন নাম্বৰ 

কামৰূপ মহানগৰ AS01
নগাঁও AS02
যোৰহাট AS03
শিৱসাগৰ AS04
গোলাঘাট AS05
ডিব্ৰুগড় AS06
লখিমপুৰ AS07
ডিমা হাচাও AS08
কাৰ্বি আংলং AS09
কৰিমগঞ্জ AS10
কাছাৰ AS11
শোণিতপুৰ AS12
দৰং  AS13
নলবাৰী AS14
বৰপেটা AS15
কোকৰাঝাৰ AS16
ধুবুৰী AS17
গোৱালপাৰা AS18
বঙাইগাঁও AS19
মৰিগাঁও AS21
ধেমাজী AS22
তিনিচুকীয়া AS23
হাইলাকান্দি AS24
কামৰূপ গ্ৰাম্য AS25
 চিৰাং  AS26
ওদালগুৰি AS27
বাক্সা AS28
মাজুলী AS29
হোজাই AS31
বিশ্বনাথ AS32
চৰাইদেউ AS33
দক্ষিণ শালমৰা মানকাছাৰ AS34






Post a Comment

Previous Post Next Post