লিংগ পৰিবৰ্তন বা বিপৰীত লিংগবাচক শব্দ

 লিংগ পৰিবৰ্তন বা বিপৰীত লিংগবাচক শব্দ

 



পুংলিঙ্গ স্ত্ৰীলিংগ
অঁকৰা আঁকৰী
অজলা আজলী
অধ্যক্ষ অধ্যক্ষা
অভিনেতা অভিনেত্ৰী
অধ্যাপক অধ্যাপিকা
অবিবাহিত অবিবাহিতা
ককা আইতা
ককাইদেউ নবৌ
কলা কালৰী
কণা কাণী
কান্দুৰা কান্দুৰী
ক’লা ক’লী
কিশোৰ কিশোৰী
কুঁজা কুঁজী
কুমাৰ কুমাৰণী
কজলা কাজলী
কাঞ্চা কাঞ্চী
কোঁৱৰ কুঁৱৰী
কিংকৰ কিংকৰী
খুৰা খুৰী
খোৰা খুৰী
খোনা খুনী
গগৈ  আইচু
গায়ক গায়িকা
গোৱালা গোৱালী
গৃহস্থ গৃহস্থানী
গেৰেলা গেৰেলী
গোপ গোপী
গোঁসাই গোঁসানী
গৰুটো গৰুজনী
চকৰা চকৰী
চতুৰ চতুৰি
চঞ্চল চঞ্চলা
চন্দ্ৰমুখ চন্দ্ৰমুখী
চতুৰ্দশ চতুৰ্দশী
চোৰ চুৰুণী
চিৰকুমাৰ চিৰকুমাৰী
ছাত্ৰ ছাত্ৰী
ছাগল ছাগলী
জহৰা জহৰী
জন্মদাতা জন্মদাত্ৰী
জধলা জাধলী
জলকোঁৱৰ জলকুঁৱৰী
জেষ্ঠ জেষ্ঠা
জ্ঞানবান জ্ঞানৱতী
জ্যোতিষ্মান জোতিষ্মতী
জীৱনসংগী জীৱনসংগিনী
জিত জিতা
জেঠা জেঠ
টেঙৰ টেঙৰী
ডঁৰিক ডঁৰিকী
ডাউক ডাউকী
ডাঙৰীয়া ডাঙৰীয়ানী
ডেকা ডেকেৰী
ডাংকটা ডাংকাটি
ডোম ডুমুনী
তনয় তনয়া
তৰুণ তৰুণী
তপস্বী তপস্বিনী
তন্ময় তন্ময়ী
তপামূৰা তপামূৰী
তেজস্বী তেজস্বিনী
দঁতুৱা দাঁতিনী
দন্দুৰা দন্দুৰী
দয়াময় দয়াময়ী
দয়াশীল দয়াশীলা
দৰ্শক দৰ্শিকা
দাতা দাত্ৰী
দাস দাসী
দীঘল দীঘলী
দিগম্বৰ দিগম্বৰী
দুখী দুখিনী
দুখীয়া দুখুনী
দুৰ্বল দুৰ্বলা
দুষ্ট দুষ্টা
দুৰদৰ্শী দুৰদৰ্শিনী
দেৱ দেৱী
ধদুৱা ধাদহী
ধনৱন্ত ধনৱতী
নৰ নাৰী
নৰ্তক নৰ্তকী
নৱাগত নৱাগতা
নাতি নাতিনী
নাবালক নাবালিকা
নায়ক নায়িকা
নিমাত নিমাতী
নিশাচৰ নিশাচৰী
নেতা নেত্ৰী
পখৰা পাখৰী
পগলা পাগলী
পাত্ৰ পাত্ৰী
পাঠক পাঠিকা
পূজনীয় পূজনীয়া
পেটুলা পেটুলী
প্ৰজ্ঞাবান প্ৰজ্ঞাৱতী
প্ৰথম প্ৰথমা
প্ৰিয় প্ৰিয়া
প্ৰিয়তম প্ৰিয়তমা
প্ৰেমিক প্ৰেমিকা
ফেঁচা ফেঁচী
ফুটুকা ফুটুকী
বগা বগী
বন্দী বান্দী
বন্ধু বান্ধৱী
বলহীন বলহীনা
বাঘ বাঘিনী
বান্দৰ বান্দৰী
বালক বালিকা
বামুণ বামুণী
বিদ্বান বিদূষী
বিধায়ক বিধায়িকা
বিনাশ বিনাশিনী
বিয়ৈ বিয়নী
বিহগ বিহগী
বিহংগ বিহংগিনী
বিহুৱা বিহুৱতী
বুঢ়া বুঢ়ী
বৃদ্ধ বৃদ্ধা
বেঙা বেঙী
বৈষ্ণৱ বৈষ্ণৱী
বোন্দা জাই
ভতিজা ভতিজী
ভদীয়া ভাদৈ
ভাগ্যহীন ভাগ্যহীনা
ভিক্ষাৰী ভিক্ষাৰিনী
ভূত ভূটুনী
ভেবেলা ভেবেলী
ভেলেঙা ভেলেঙী
মখনা মাখুন্দী
মঙলতি মঙলতী
মতা মাইকী
মহা মাহী
মামা মামী
মহাশয় মহাশয়া
মনোহৰ মনোহাৰী
ময়ুৰ ময়ুৰী
মহীয়ান মহীয়সী
মহোদয় মহোদয়া
মহেশ্বৰ মহেশ্বৰী
মাউৰা মাউৰী
মানৱ মানৱী
মালী মালিনী
মুগা মুগী
মৃগ মৃগী
মোহময় মোহময়ী
যুৱক যুৱতী
ৰমণ ৰমণী
ৰসিক ৰসিকা
ৰাজকুমাৰ ৰাজকুমাৰী
ৰান্ধনি ৰান্ধনী
লাজুক লাজুকী
লিগিৰা লিগিৰী
লেঙেৰা লেঙেৰী
লেতেৰা লেতেৰী
শহুৰ শাহু
শালিকা শালিকী
শাসক শাসিকা
শিক্ষক শিক্ষয়িত্ৰী
শুকুলা শুকুলী
শ্ৰদ্ধেয় শ্ৰদ্ধেয়া
শ্ৰীমান শ্ৰীমতী
শ্যামল শ্যামলী
সংগী সংগিনী
সংগ্ৰাহক সংগ্ৰাহিকা
সখা সখী
সদস্য সদস্যা
সম্পাদক সম্পাদিকা
সনাতন সনাতনী
সন্তানহীন সন্তানহীনা
সন্মানীয় সন্মানীয়া
সন্ন্যাসী সন্ন্যাসিনী
সমাদৃত সমাদৃতা
সম্পৰ্কীয় সম্পৰ্কীয়া
সম্ভৱ সম্ভৱা
সৰ্প সৰ্পিণী
সৰ্বশ্ৰেষ্ঠ সৰ্বশ্ৰেষ্ঠা
সুন্দৰ সুন্দৰী
সুপুত্ৰ সুপুত্ৰী
সুযোগ্য সুযোগ্যা
সেৱক সেৱিকা
স্নিগ্ধ স্নিগ্ধা
স্বৰ্গীয় স্বৰ্গীয়া
স্বৰ্ণময় স্বৰ্ণময়ী
0 0
0 0
0 0
0 0
0 0
0 0
0 0
0 0
0 0
0 0
0 0
0 0
0 0
0 0
0 0

লগতে চাওঁক : ---





Post a Comment

Previous Post Next Post