লিংগ পৰিবৰ্তন বা বিপৰীত লিংগবাচক শব্দ
পুংলিঙ্গ | স্ত্ৰীলিংগ |
অঁকৰা | আঁকৰী |
অজলা | আজলী |
অধ্যক্ষ | অধ্যক্ষা |
অভিনেতা | অভিনেত্ৰী |
অধ্যাপক | অধ্যাপিকা |
অবিবাহিত | অবিবাহিতা |
ককা | আইতা |
ককাইদেউ | নবৌ |
কলা | কালৰী |
কণা | কাণী |
কান্দুৰা | কান্দুৰী |
ক’লা | ক’লী |
কিশোৰ | কিশোৰী |
কুঁজা | কুঁজী |
কুমাৰ | কুমাৰণী |
কজলা | কাজলী |
কাঞ্চা | কাঞ্চী |
কোঁৱৰ | কুঁৱৰী |
কিংকৰ | কিংকৰী |
খুৰা | খুৰী |
খোৰা | খুৰী |
খোনা | খুনী |
গগৈ | আইচু |
গায়ক | গায়িকা |
গোৱালা | গোৱালী |
গৃহস্থ | গৃহস্থানী |
গেৰেলা | গেৰেলী |
গোপ | গোপী |
গোঁসাই | গোঁসানী |
গৰুটো | গৰুজনী |
চকৰা | চকৰী |
চতুৰ | চতুৰি |
চঞ্চল | চঞ্চলা |
চন্দ্ৰমুখ | চন্দ্ৰমুখী |
চতুৰ্দশ | চতুৰ্দশী |
চোৰ | চুৰুণী |
চিৰকুমাৰ | চিৰকুমাৰী |
ছাত্ৰ | ছাত্ৰী |
ছাগল | ছাগলী |
জহৰা | জহৰী |
জন্মদাতা | জন্মদাত্ৰী |
জধলা | জাধলী |
জলকোঁৱৰ | জলকুঁৱৰী |
জেষ্ঠ | জেষ্ঠা |
জ্ঞানবান | জ্ঞানৱতী |
জ্যোতিষ্মান | জোতিষ্মতী |
জীৱনসংগী | জীৱনসংগিনী |
জিত | জিতা |
জেঠা | জেঠী |
টেঙৰ | টেঙৰী |
ডঁৰিক | ডঁৰিকী |
ডাউক | ডাউকী |
ডাঙৰীয়া | ডাঙৰীয়ানী |
ডেকা | ডেকেৰী |
ডাংকটা | ডাংকাটি |
ডোম | ডুমুনী |
তনয় | তনয়া |
তৰুণ | তৰুণী |
তপস্বী | তপস্বিনী |
তন্ময় | তন্ময়ী |
তপামূৰা | তপামূৰী |
তেজস্বী | তেজস্বিনী |
দঁতুৱা | দাঁতিনী |
দন্দুৰা | দন্দুৰী |
দয়াময় | দয়াময়ী |
দয়াশীল | দয়াশীলা |
দৰ্শক | দৰ্শিকা |
দাতা | দাত্ৰী |
দাস | দাসী |
দীঘল | দীঘলী |
দিগম্বৰ | দিগম্বৰী |
দুখী | দুখিনী |
দুখীয়া | দুখুনী |
দুৰ্বল | দুৰ্বলা |
দুষ্ট | দুষ্টা |
দুৰদৰ্শী | দুৰদৰ্শিনী |
দেৱ | দেৱী |
ধদুৱা | ধাদহী |
ধনৱন্ত | ধনৱতী |
নৰ | নাৰী |
নৰ্তক | নৰ্তকী |
নৱাগত | নৱাগতা |
নাতি | নাতিনী |
নাবালক | নাবালিকা |
নায়ক | নায়িকা |
নিমাত | নিমাতী |
নিশাচৰ | নিশাচৰী |
নেতা | নেত্ৰী |
পখৰা | পাখৰী |
পগলা | পাগলী |
পাত্ৰ | পাত্ৰী |
পাঠক | পাঠিকা |
পূজনীয় | পূজনীয়া |
পেটুলা | পেটুলী |
প্ৰজ্ঞাবান | প্ৰজ্ঞাৱতী |
প্ৰথম | প্ৰথমা |
প্ৰিয় | প্ৰিয়া |
প্ৰিয়তম | প্ৰিয়তমা |
প্ৰেমিক | প্ৰেমিকা |
ফেঁচা | ফেঁচী |
ফুটুকা | ফুটুকী |
বগা | বগী |
বন্দী | বান্দী |
বন্ধু | বান্ধৱী |
বলহীন | বলহীনা |
বাঘ | বাঘিনী |
বান্দৰ | বান্দৰী |
বালক | বালিকা |
বামুণ | বামুণী |
বিদ্বান | বিদূষী |
বিধায়ক | বিধায়িকা |
বিনাশ | বিনাশিনী |
বিয়ৈ | বিয়নী |
বিহগ | বিহগী |
বিহংগ | বিহংগিনী |
বিহুৱা | বিহুৱতী |
বুঢ়া | বুঢ়ী |
বৃদ্ধ | বৃদ্ধা |
বেঙা | বেঙী |
বৈষ্ণৱ | বৈষ্ণৱী |
বোন্দা | জাই |
ভতিজা | ভতিজী |
ভদীয়া | ভাদৈ |
ভাগ্যহীন | ভাগ্যহীনা |
ভিক্ষাৰী | ভিক্ষাৰিনী |
ভূত | ভূটুনী |
ভেবেলা | ভেবেলী |
ভেলেঙা | ভেলেঙী |
মখনা | মাখুন্দী |
মঙলতি | মঙলতী |
মতা | মাইকী |
মহা | মাহী |
মামা | মামী |
মহাশয় | মহাশয়া |
মনোহৰ | মনোহাৰী |
ময়ুৰ | ময়ুৰী |
মহীয়ান | মহীয়সী |
মহোদয় | মহোদয়া |
মহেশ্বৰ | মহেশ্বৰী |
মাউৰা | মাউৰী |
মানৱ | মানৱী |
মালী | মালিনী |
মুগা | মুগী |
মৃগ | মৃগী |
মোহময় | মোহময়ী |
যুৱক | যুৱতী |
ৰমণ | ৰমণী |
ৰসিক | ৰসিকা |
ৰাজকুমাৰ | ৰাজকুমাৰী |
ৰান্ধনি | ৰান্ধনী |
লাজুক | লাজুকী |
লিগিৰা | লিগিৰী |
লেঙেৰা | লেঙেৰী |
লেতেৰা | লেতেৰী |
শহুৰ | শাহু |
শালিকা | শালিকী |
শাসক | শাসিকা |
শিক্ষক | শিক্ষয়িত্ৰী |
শুকুলা | শুকুলী |
শ্ৰদ্ধেয় | শ্ৰদ্ধেয়া |
শ্ৰীমান | শ্ৰীমতী |
শ্যামল | শ্যামলী |
সংগী | সংগিনী |
সংগ্ৰাহক | সংগ্ৰাহিকা |
সখা | সখী |
সদস্য | সদস্যা |
সম্পাদক | সম্পাদিকা |
সনাতন | সনাতনী |
সন্তানহীন | সন্তানহীনা |
সন্মানীয় | সন্মানীয়া |
সন্ন্যাসী | সন্ন্যাসিনী |
সমাদৃত | সমাদৃতা |
সম্পৰ্কীয় | সম্পৰ্কীয়া |
সম্ভৱ | সম্ভৱা |
সৰ্প | সৰ্পিণী |
সৰ্বশ্ৰেষ্ঠ | সৰ্বশ্ৰেষ্ঠা |
সুন্দৰ | সুন্দৰী |
সুপুত্ৰ | সুপুত্ৰী |
সুযোগ্য | সুযোগ্যা |
সেৱক | সেৱিকা |
স্নিগ্ধ | স্নিগ্ধা |
স্বৰ্গীয় | স্বৰ্গীয়া |
স্বৰ্ণময় | স্বৰ্ণময়ী |
0 | 0 |
0 | 0 |
0 | 0 |
0 | 0 |
0 | 0 |
0 | 0 |
0 | 0 |
0 | 0 |
0 | 0 |
0 | 0 |
0 | 0 |
0 | 0 |
0 | 0 |
0 | 0 |
0 | 0 |
লগতে চাওঁক : ---
Tags
অসমীয়া ব্যাকৰণ
লিংগ
ReplyDelete