অসমীয়া বোলছবিৰ কিছু তথ্য/ অসমীয়া চলচ্চিত্ৰ কুইজ
(১) প্ৰথমখন অসমীয়া বোলছবি নাম কি আছিল ?
উত্তৰ : জয়মতী ৷
(২) জয়মতী কোনে কিমান চনত নিৰ্মাণ কৰিছিল ?
উত্তৰ : জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত নিৰ্মাণ কৰিছিল ৷
(৩) প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা কোন আছিল ?
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা ৷
(৪) প্ৰথম অসমীয়া অভিনেত্ৰী কোন আছিল ?
উত্তৰ : আইদেউ সন্দিকৈ(জয়মতী) ৷
(৫) জয়মতী বোলছবিত গদাপাণি আৰু জয়মতী চৰিত্ৰত কোনে অভিনয় কৰিছিল ?
উত্তৰ : গদাপাণি চৰিত্ৰত অভিনয় কৰিছিল ফুনু বৰুৱা আৰু জয়মতীৰ চৰিত্ৰত অভিনয় কৰিছিল আইদেউ সন্দিকৈ৷
(৬)জয়মতী বোলছবিৰ মূল ছুটিং কত কৰা হৈছিল ?
উত্তৰ : ভোলাগুৰি চাহবাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা 'চিত্ৰবন ষ্টুডিঅ'ত কৰা হৈছিল ৷
(৭) জয়মতী ভাৰতৰ কিমানতম বোলছবি আছিল ?
উত্তৰ : জয়মতী আছিল ভাৰতৰ চতুৰ্থখন সবাক ছবি ৷
(৮) প্রথম অসমীয়া চলচিত্ৰৰ ষ্টুডিঅ'ত নাম কি আছিল আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৪ চনত ভোলাগুৰি চাহবাগিচাত সজাই লোৱা 'চিত্ৰবন ষ্টুডিঅ' ৷
(৯) দ্বিতীয়খন অসমীয়া বোলছবি নাম কি আছিল আৰু কেতিয়া মুক্তি লাভ কৰিছিল ?
উত্তৰ : দ্বিতীয়খন অসমীয়া বোলছবি আছিল জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৯ চনত নিৰ্মাণ কৰা ইন্দ্ৰমালতী ৷
১০) অসমৰ প্ৰথমটো চিত্ৰগৃহৰ নাম কি আৰু কত অৱস্থিত ?
উত্তৰ : তেজপুৰৰ জোনাকী চিত্ৰগৃহ।১৯৩৭ চনত ইয়াক প্ৰতিষ্ঠা কৰা হয় ৷
(১১) গুৱাহাটীৰ প্ৰথমটো চিত্ৰগৃহৰ নাম কি আছিল ?
উত্তৰ : ১৯৩৫ চনত স্থাপিত কেলভিন ৷
(১২) প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল ?
উত্তৰ : প্ৰমথেশ বৰুৱা ৷ তেওঁ ১৯৩৫ চনত বাংলা ভাষাত দেৱদাস নিৰ্মাণ কৰে ৷

(১৩) জ্যোতি চিত্ৰবন ষ্টুডিঅ কোন চনত স্থাপন কৰা হয় ?
উত্তৰ : ১৯৬৮ চনত ৷
(১৪) জ্যোতি চিত্ৰবন ষ্টুডিঅ কত অৱস্থিত ?
উত্তৰ : গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত ৷
(১৫) প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা খনৰ নাম কি ?
উত্তৰ : ১৯৭২ চনত মুক্তিপ্ৰাপ্ত ভাইটি ৷ পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে ।
(১৬) স্বৰ্ণকমল বটাঁ প্ৰাপ্ত প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি ?
উত্তৰ : ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত জাহ্নু বৰুৱাৰ পৰিচালিত হালধীয়া চৰাইয়ে বাওধান খায় ৷
(১৭) ৰাষ্ট্ৰপতিৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি ?
উত্তৰ : নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ ৷ ছবিখনে ১৯৫৮ চনৰ জানুৱাৰী মাহত মুক্তি লাভ কৰে ৷
(১৮) অসমৰ বাহিৰত প্রদৰ্শিত প্রথম অসমীয়া সামাজিক চলচিত্ৰ কোনখন ?
উত্তৰ : ১৯৫৯ চনত মুক্তি লাভ কৰা পূৱেৰুণ। ১৯৬০ চনৰ জুলাই মাহত অনুষ্ঠিত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল।
(১৯) অসমীয়া চলচিত্ৰৰ প্রথম কেমেৰামেন গৰাকী কোন আছিল ?
উত্তৰ : প্ৰতাপ বৰুৱা।
(২০) প্রথম অসমীয়া হাস্যৰসধৰ্মী চলচিত্ৰ কোনখন ?
উত্তৰ : ১৯৬৩ চনৰ ২২ নৱেম্বত মুক্তিপ্ৰাপ্ত ইটো সিটো বহুতো।
(২১) প্রথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচিত্ৰখনৰ নাম কি ?
উত্তৰ : ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ব্ৰজেন বৰুৱাৰ পৰিচালিত ড° বেজবৰুৱা। ১৯৭০ চনত 'ড° বেজবৰুৱা'ই শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।
(২২) প্রথম অসমীয়া শিশু চলচিত্ৰৰ নাম কি আছিল ?
উত্তৰ : ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত অবুজ বেদনা।
(২৩) দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল
উত্তৰ : ড° ভূপেন হাজৰিকা ৷ তেওঁ ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল।
(২৪) ড° ভূপেন হাজৰিকা পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰৰ নাম কি আছিল ?
উত্তৰ : ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি ১৯৫৬ চনত মুক্তিপ্ৰাপ্ত এৰা বাটৰ সুৰ ৷
(২৫) ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্রথম অসমীয়া ব্যক্তিজন কোন ?
উত্তৰ : বিজয় চৌধুৰী।
(২৬) বক্স অফিচত সৰ্বাধিক উপাৰ্জন কৰিবলৈ সক্ষম হোৱা অসমীয়া চলচ্চিত্ৰখনৰ নাম কি আছিল ?
উত্তৰ : ২০১৯ চনৰ ১১ অক্টোবৰত মুক্তিপ্ৰাপ্ত যতীন বৰাৰ প্ৰযোজিত আৰু পৰিচালিত ৰত্নাকৰ ৷ ছবিখনে মুঠ ৯.২৩ কোটি উপাৰ্জন কৰে ৷
(২৭) বক্স অফিচত সৰ্বাধিক উপাৰ্জন কৰিবলৈ সক্ষম হোৱা দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰখনৰ নাম কি আছিল ?
উত্তৰ : ২০১৯ চনৰ ৬ চেপ্তেম্বৰত মুক্তিপ্ৰাপ্ত জুবিন গাৰ্গৰ প্ৰযোজিত আৰু পৰিচালিত কাঞ্চনজংঘা ৷ ছবিখনে ৫.১২ কোটি উপাৰ্জন কৰে ৷
(২৬) বিষ্ণু ৰাভাই সংগীত পৰিচালনা কৰা অসমীয়া বোলছবিখনৰ নাম কি আছিল ?
উত্তৰ : ১৯৪৮ চনত মুক্তিপ্ৰাপ্ত চিৰাজ ৷
(২৭) গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্রথম অসমীয়া চলচিত্ৰ কোনখন ?
উত্তৰ : বৃষ্টি (১৯৪৭ চন)।
(২৮) শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি আছিল ?
উত্তৰ : আব্দুল মজিদ পৰিচালিত চামেলী মেমচাব ৷ ছবিখনত চলচ্চিত্ৰত ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল ৷
(২৯) কোনখন অসমীয়া কথাছবিয়ে প্রথমে ‘এ’ ছাৰ্টিফিকেট লাভ কৰিছিল ?
উত্তৰ : মৰীচিকা।
(৩০) প্ৰথম অসমীয়া ধৰ্মমূলক ছবিখনৰ কি আছিল ?
উত্তৰ : সতী বেউলা ৷
(৩১) ড° ভবেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা প্ৰথম খন বোলছবিৰ নাম কি আছিল ?
উত্তৰ : ১৯৭৭ চনৰ ৫ আগষ্টত মুক্তিলাভ কৰা সন্ধ্যাৰাগ ৷
(৩২) জাহ্নু বৰুৱাৰ পৰিচালনা কৰা প্ৰথমখন ছবিৰ নাম কি আছিল ?
উত্তৰ : ১৯৮২ চনত মুক্তিপ্ৰাপ্ত অপৰূপা ৷
(৩৩) কোনজন অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাই তেওঁ নিৰ্মাণ প্রতিখন ছবিতে শ্রেষ্ঠ আঞ্চলিক ছবিৰ ‘ৰাষ্ট্ৰীয় ৰজত কমল বঁটা’ লাভ কৰিছিল ?
উত্তৰ : ড° ভবেন্দ্ৰনাথ শইকীয়াই ৷ তেওঁ পৰিচালনা কৰা প্ৰতিখন অসমীয়া ছবিয়েই ৰাষ্ট্ৰীয় বঁটা বুটলিবলৈ সক্ষম হয
ড° ভবেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা চলচ্চিত্ৰসমুহ :

বোলছবি | মুক্তিৰ বৰ্ষ | বঁটা আৰু সন্মান |
---|---|---|
সন্ধ্যাৰাগ | ১৯৭৭ | ৰজত কমল বঁটা (১৯৭৭) |
অনিৰ্বাণ | ১৯৮১ | ৰজত কমল বঁটা (১৯৮১) |
অগ্নিস্নান | ১৯৮৫ | ৰজত কমল বঁটা (১৯৮৫) |
কোলাহল | ১৯৮৮ | ৰজত কমল বঁটা (১৯৮৮) |
সাৰথি | ১৯৯১ | ৰজত কমল বঁটা (১৯৮৮) |
আৱৰ্তন | ১৯৯৩ | ৰজত কমল বঁটা (১৯৯৪) |
ইতিহাস | ১৯৯৫ | ৰজত কমল বঁটা (১৯৯৬) |
কালসন্ধ্যা | ১৯৯৭ | 00 |
(৩৪) অস্কাৰলৈ মনোনীত হোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ?
উত্তৰ : ৰীমা দাসৰ প্ৰযোজিত আৰু পৰিচালিত ভিলেজ ৰকষ্টাৰ ৷ ছবিখনে ২০১৯ চনত বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত অস্কাৰৰ বাবে মনোনীত হয় ৷
(৩৫) ভিলেজ ৰকষ্টাৰ ছবিখনে কেতিয়া মুক্তি লাভ কৰে ?
উত্তৰ : ২০১৮ৰ ২৮ ছেপ্তেম্বৰত ৷
(৩৬) স্বৰ্ণকমল বটাঁ প্ৰাপ্ত দ্বিতীয়খন অসমীয়া বোলছবিখনৰ নাম কি ?
উত্তৰ : ৰীমা দাসৰ প্ৰযোজিত আৰু পৰিচালিত ভিলেজ ৰকষ্টাৰ ৷ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰাৰ উপৰিও ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰা শিশু শিল্পী ভণিতা দাসে শ্ৰেষ্ঠ শিশু শিল্পীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷

লগতে চাওঁক :
Nice Post
ReplyDeleteধন্যবাদ
Delete