পৃথিৱীৰ সাতটা আচৰিত বস্তু বা সপ্তাশ্চৰ্য/ 7 Wonders of the World .
প্রাচীন যুগৰ :
(১) গিজাৰ বৃহৎ পিৰামিড ৷
(২) বেবিলনৰ শূন্যোদ্যান ৷
(৩) আৰ্টিমিছৰ মন্দিৰ ৷
(৪) অলিম্পিয়াৰ জিউচৰ মূৰ্তি ৷
(৫) মাছুলাচৰ মাছুলিয়াম ৷
(৬)ৰোড্ছৰ কলোছাছ ৷
(৭) আলেকজেন্দ্ৰিয়াৰ আলোকস্তম্ভ।
মধ্য যুগৰ : -
(১) ৰোমৰ কলোছিয়াম ৷
(২) আলেকজেন্দ্ৰিয়াৰ কেটাকম্ব ৷
(৩) চীনৰ প্ৰাচীৰ ৷
(৪) ইংলেণ্ডৰ ষ্টোন হেঞ্জ ৷
(৫) চীনৰ নানকিনৰ চীনা মাটিৰ স্তম্ভ ৷ (৬)কনষ্টাণ্টিনোপোলৰ ছেন্ট ছোফিয়াৰ মূৰ্তি ৷
(৬) পিছাৰ হেলনীয়া স্তম্ভ ৷
আধুনিক যুগৰ : -
২০০১ চনত গঠিত New Open World Corporation (NOWC) নামৰ সংস্থাই প্ৰথমবাৰৰ বাবে বিশ্ববাসীৰ ভোটৰ ভিত্তিত ২০০৭ চনৰ ৭ জুলাইত মানৱ নিৰ্মিত আধুনিক বিশ্বৰ সাতটা আচৰিত বস্তু নিৰ্ধাৰণ কৰে ৷
(১) চীনৰ প্ৰাচীৰ/Great Wall of China ৷
(২) জর্ডানৰ পেট্টা/Petra ৷
(৩) ৰোমৰ কলোছিয়াম/Colosseum ৷
(৪) মেক্সিকোৰ চিচেন ইত্জা/ Chichén Itzá ৷
(৫) পেৰুৰ মাচু পিচ্চু/ Machu Picchu ৷
(৬) আগ্রাৰ তাজমহল/ Taj Mahal ৷
(৭) ব্রাজিলৰ ষ্টেচু অব্ দা খ্রাইষ্ট দা ৰিডীমাৰ/ Christ the Redeemer ৷
লগতে পঢ়ক ———
=> পৃথিৱীৰ উল্লেখযোগ্য দিৱসসমুহ
=> বিভিন্ন ক্ষেত্ৰত প্ৰথম অসমীয়া।