পৃথিৱীৰ সাতটা আচৰিত বস্তু বা সপ্তাশ্চৰ্য/ 7 Wonders of the World .

 পৃথিৱীৰ সাতটা আচৰিত বস্তু বা  সপ্তাশ্চৰ্য/ 7 Wonders of the World .



প্রাচীন যুগৰ :

(১) গিজাৰ বৃহৎ পিৰামিড ৷
(২) বেবিলনৰ শূন্যোদ্যান ৷
(৩) আৰ্টিমিছৰ মন্দিৰ ৷
(৪) অলিম্পিয়াৰ জিউচৰ মূৰ্তি ৷
(৫)  মাছুলাচৰ মাছুলিয়াম ৷
(৬)ৰোড্‌ছৰ কলোছাছ ৷
(৭) আলেকজেন্দ্ৰিয়াৰ আলোকস্তম্ভ।


মধ্য যুগৰ : -

(১) ৰোমৰ কলোছিয়াম ৷
(২) আলেকজেন্দ্ৰিয়াৰ কেটাকম্ব ৷
(৩) চীনৰ প্ৰাচীৰ ৷
(৪)  ইংলেণ্ডৰ ষ্টোন হেঞ্জ  ৷
(৫) চীনৰ নানকিনৰ চীনা মাটিৰ স্তম্ভ ৷ (৬)কনষ্টাণ্টিনোপোলৰ ছেন্ট ছোফিয়াৰ মূৰ্তি ৷
(৬) পিছাৰ হেলনীয়া স্তম্ভ ৷


আধুনিক যুগৰ : -


  ২০০১ চনত গঠিত New Open World Corporation (NOWC) নামৰ সংস্থাই প্ৰথমবাৰৰ বাবে বিশ্ববাসীৰ ভোটৰ ভিত্তিত ২০০৭ চনৰ ৭ জুলাইত  মানৱ নিৰ্মিত আধুনিক বিশ্বৰ সাতটা আচৰিত বস্তু  নিৰ্ধাৰণ কৰে ৷

(১) চীনৰ প্ৰাচীৰ/Great Wall of China ৷

(২) জর্ডানৰ পেট্টা/Petra ৷

(৩) ৰোমৰ কলোছিয়াম/Colosseum ৷

(৪) মেক্সিকোৰ চিচেন ইত্জা/ Chichén Itzá ৷

(৫) পেৰুৰ মাচু পিচ্চু/ Machu Picchu ৷

(৬) আগ্রাৰ তাজমহল/ Taj Mahal ৷

(৭) ব্রাজিলৰ ষ্টেচু অব্ দা খ্রাইষ্ট দা ৰিডীমাৰ/ Christ the Redeemer ৷





লগতে পঢ়ক ———


=> পৃথিৱীৰ উল্লেখযোগ্য দিৱসসমুহ 

=> অসম বুৰঞ্জীৰ কুইজ। 

=> অসমীয়া চলচ্চিত্ৰ কুইজ ৷

=> অসমৰ জাতীয় প্ৰতীক ৷

=> বিভিন্ন ক্ষেত্ৰত প্ৰথম অসমীয়া। 





Post a Comment

Previous Post Next Post