পৃথিৱীৰ কিছু উল্লিখযোগ্য দিৱস


পৃথিৱীৰ কিছু উল্লিখযোগ্য দিৱসসমুহ 



জানুৱাৰী


১ জানুৱাৰী      : জনতাৰ দিন ৷
৪ জানুৱাৰী      : বিশ্ব ব্রেইলী(লিপি) দিৱস ৷
৬ জানুৱাৰী     : যুদ্ধত অনাথ সকলৰ আন্তৰ্জাতিক দিৱস ৷
৮ জানুৱাৰী     : আফ্ৰিকান নেচনেল কংগ্ৰেছ  প্ৰতিষ্ঠা দিৱস।
৯ জানুৱাৰী     : প্ৰবাসী ভাৰতীয় দিৱস।
১০ জানুৱাৰী   : বিশ্ব হাস্য দিৱস।
১০ জানুৱাৰী   : বিশ্ব হিন্দী দিৱস ৷
১১ জানুৱাৰী   : লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু দিৱস।
১১ জানুৱাৰী   :ৰাষ্ট্ৰীয় মানৱ সৰবৰাহ সজাগতা দিৱস
১১ জানুৱাৰী   :ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ
১২ জানুৱাৰী   : বিবেকামমদ জয়ন্তী,
১২ জানুৱাৰী   : ৰাষ্ট্ৰীয় যুৱ দিৱস।
১৫ জানুৱাৰী   : সেনা দিৱস।
১৭ জানুৱাৰী   : শিল্পী দিৱস।
২১ জানুৱাৰী   : মেঘালয়, মণিপুৰ, ত্ৰিপুৰা দিৱস,
২১ জানুৱাৰী   : আন্তৰ্জাতিক মাতৃভাষা দিৱস।
২৩ জানুৱাৰী  : নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম দিৱস।
২৫ জানুৱাৰী  : ৰাষ্ট্ৰীয় পৰ্যটন দিৱস ৷
২৫ জানুৱাৰী  :  হিমাচল প্ৰদেশ দিৱস ৷
২৫ জানুৱাৰী  :  ৰাষ্ট্ৰীয় ভোটাৰ দিন,
25 জানুৱাৰী  : আন্তজাৰ্তিক শুক্ল কৰ দিৱস।
২৬ জানুৱাৰী  : ভাৰতৰ গণতন্ত্ৰ দিৱস ৷
৩০ জানুৱাৰী  : শ্বহীদ দিৱস ৷
৩০ জানুৱাৰী  : কুষ্ঠ নিবাৰণ দিৱস ৷
৩০ জানুৱাৰী  : সৰ্বোদয় দিৱস।

ফেব্ৰুৱাৰী


১ ফেব্ৰুৱাৰী     :ভাৰতীয় উপকূলৰক্ষী দিৱস ৷
২ ফেব্ৰুৱাৰী     : বিশ্ব জলাশয় দিৱস,
২ ফেব্ৰুৱাৰী     : শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় দিৱস।
৪ ফেব্ৰুৱাৰী     : বিশ্ব কেঞ্চাৰ দিৱস ৷
৮ ফেব্ৰুৱাৰী    : বিদ্যাৰ্থী দিৱস।
১৩ ফেব্ৰুৱাৰী  : বিশ্ব ৰেডিঅ দিৱস ৷
১৩ ফেব্ৰুৱাৰী  :  ৰাষ্ট্ৰীয় মহিলা দিৱস(সৰোজনী নাইডু জন্ম দিৱস) ৷
১৪ ফেব্ৰুৱাৰী   : ভেলেণ্টাইন ডে’।
২০ ফেব্ৰুৱাৰী   : অৰুণাচল দিৱস
২০ ফেব্ৰুৱাৰী   : মিজোৰাম দিৱস।
২০ ফেব্ৰুৱাৰী   : বিশ্ব সামাজিক ন্যায় দিবস ৷
২১ ফেব্ৰুৱাৰী   : আন্তৰ্জাতিক মাতৃভাষা দিৱস ৷
২২ ফেব্ৰুৱাৰী   : চিন্তন দিৱস।
২৪ ফেব্ৰুৱাৰী   : কেন্দ্ৰীয় আবকাৰী দিৱস।
২৭ ফেব্ৰুৱাৰী   : বিশ্ব NGO দিৱস ৷
২৮ ফেব্ৰুৱাৰী  : ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।
ফেব্ৰুৱাৰী        : বিশ্ব বিবাহ দিৱস।(২য় দেওবাৰ  )

মাৰ্চ


১ মাৰ্চ     : বিশ্ব নাগৰিক সুৰক্ষা দিৱস ৷
১ মাৰ্চ     : শূন্য বৈষম্য দিৱস ৷
৩ মাৰ্চ    : বিশ্ব শ্ৰবণশক্তি দিৱস ৷
৩ মাৰ্চ     : ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা দিৱস।
৪ মাৰ্চ     : ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস।
৮ মাৰ্চ    : আজান পীৰ দিৱস ৷
৮ মাৰ্চ    : আন্তৰ্জাতিক নাৰী দিৱস।
৯ মাৰ্চ    : চি আই এছ এফ ৰাইজিং ডে’।
১২ মাৰ্চ   : বিশ্ব বৃক্ক দিৱস।
১৩ মাৰ্চ  : বিশ্ব ধূমপান বিৰোধী দিৱস ৷( মাহৰ দ্বিতীয় বুধবাৰে )
১৪ মাৰ্চ   : পাই দিৱস ৷
১৫ মাৰ্চ   : বিশ্ব প্ৰতিবন্ধী দিৱস ৷
১৫ মাৰ্চ  : বিশ্ব গ্ৰাহক অধিকাৰ দিৱস।
১৬ মাৰ্চ  : ৰাষ্ট্ৰীয় ছিটা দিৱস।
২১ মাৰ্চ   : বিশ্ব বন দিৱস ৷
২১ মাৰ্চ  : বিশ্ব বৰ্ণবৈষম্য নিবাৰণী দিৱস।
২২ মাৰ্চ  : বিশ্ব জল দিৱস ৷
২২ মাৰ্চ  : বনৌষধি উদ্ভিদ দিৱস।
২৩ মাৰ্চ  : বিশ্ব বতৰ বিজ্ঞান দিৱস।
২৪ মাৰ্চ  : বিশ্ব যক্ষ্মা দিৱস।
২৬ মাৰ্চ  : বাংলাদেশ মুক্তি দিৱস।
২৭ মাৰ্চ  : বিশ্ব থিয়েটাৰ দিৱস।


এপ্ৰিল 


১ এপ্ৰিল    : এপ্ৰিল ফুল ডে’ ৷
১ এপ্ৰিল    : উৰিষ্যা দিৱস।
৪ এপ্ৰিল    : আন্তৰ্জাতিক খনি সজাগতা দিৱস।
৫ এপ্ৰিল    : ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস ৷
৫ এপ্ৰিল    : সমতা দিৱস।
৭ এপ্ৰিল    : বিশ্ব স্বাস্থ্য দিৱস।
১০ এপ্ৰিল : বিশ্ব হোমিঅ’পেথি দিৱস ৷
১১ এপ্ৰিল : ৰাষ্ট্ৰীয় মাতৃত্ব সুৰক্ষা দিৱস ৷
১৩ এপ্ৰিল : জালিৱানৱালাবাগ দিৱস।
১৪ এপ্ৰিল : অগ্নিসেৱা দিৱস ৷
১৪ এপ্ৰিল : আম্বেদকাৰ জয়ন্তী।
১৫ এপ্ৰিল : আন্তৰ্জাতিক গ্ৰন্থাগাৰিক দিৱস।
১৭ এপ্ৰিল  : বিশ্ব হোমাফিলিয়া দিৱস।
১৮ এপ্ৰিল  : বিশ্ব ঐতিহ্য দিৱদ।
২১ এপ্ৰিল  : ৰাষ্ট্ৰীয় লোকসেৱা দিৱস ৷
২২ এপ্ৰিল  : ধৰিত্ৰী দিৱস।
২৩ এপ্ৰিল  : বিশ্ব গ্ৰন্থ দিৱস ৷
২৩ এপ্ৰিল  : ইংৰাজী ভাষাৰ দিৱস ৷
২৩ এপ্ৰিল  : বিশ্ব কপি স্বত্ত্ব দিৱস।
২৪ এপ্ৰিল  : ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস ৷
২৪ এপ্ৰিল  : মানৱ একতা দিৱস।
২৫ এপ্ৰিল  : বিশ্ব মেলেৰিয়া দিৱস ৷
২৫ এপিল : বিশ্ব পশু চিকিৎসা দিৱস ৷( মাহৰ অন্তিমটো শনিবাৰে)
২৬ এপ্ৰিল  : জনজাগৰণ দিৱস।
২৯ এপ্ৰিল  : আন্তৰ্জাতিক নৃত্য দিৱস।



মে’


১ মে’    : মে’ দিৱস বা আন্তৰ্জাতি শ্ৰমিক
                দিৱস।
৩ মে’    : সংবাদ পত্ৰৰ স্বাধীনতা দিৱস,
৩ মে’   :  বিশ্ব এজমা দিৱস।
৭ মে’   : বিশ্ব এথলেটিক দিৱস ৷
৮ মে’   : ৰেডক্ৰছ দিৱস।
৯ মে’   : বিশ্ব থেলাছ্মিয়া দিৱস।
১০ মে  : আন্ত:ৰাষ্ট্ৰীয় মাতৃ দিৱস( দ্বিতীয়
             দেওবাৰে)
১১ মে’ : ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস।
১২ মে’ : বিশ্ব নাৰ্ছ দিৱস,
১২ মে’   :  বিশ্ব হাইপাৰটেনছব ডে’।
১৩ মে’  : ৰাষ্ট্ৰীয় সংহতি দিৱস।
১৫ মে’  : আন্তৰ্জাতিক পৰিয়াল দিৱস।
১৭ মে’  : আন্তৰ্জাতিক সমাজ দিৱস,
১৭ মে’  : বিশ্বৰ দূৰ সংযোগ দিৱস।
১৮ মে’  : আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস ৷
২১ মে’ :  আন্তৰাষ্ট্ৰীয় চাহ দিৱস ৷
২১ মে’ : ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী দিৱস ৷
২২ মে’   :  আন্তৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস ৷
২৪ মে’   : কমলৱেলথ দিৱস ৷
২৯ মে’  : ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ
               আন্তৰ্জাতিক দিৱস।
৩১ মে’  : বিশ্ব ধূমপান বিৰোধী দিৱস।


জুন 

১ জুন    : বিশ্ব দুগ্ধ দিৱস ৷
৩ জুন   : বিশ্ব চাইকেল দিৱস
৪ জুন    : আন্তৰ্জাতিক শিশু নিৰ্যাতন বিৰোধী  দিৱস
৫ জুন    : বিশ্ব পৰিবেশ দিবস
৭ জুন    : বিশ্ব খাদ্য সুৰক্ষা দিৱস ৷
৮ জুন   : বিশ্ব ব্ৰেইন টিউমাৰ দিৱস ৷
৮ জুন    : বিশ্ব মহাসাগৰ দিৱস ৷ World Ocean .. 
              Day
১৪ জুন  : বিশ্ব ৰক্তদাতা দিৱস।
১৫ জুন  : বিশ্ব বয়োজ্যেষ্ঠ নিৰ্যাতন সচেতনতা 
               দিৱস ৷
১৫ জুন  : বিশ্ব বতাহ দিৱস ৷
১৮ জুন : বিশ্ব বনভোজ দিৱস।
২০ জুন : বিশ্ব শৰণাৰ্থী দিৱস,
২০ জুন : ৰাভা দিৱস।
২১ জুন : বিশ্ব সংগীত দিৱস।
২১ জুন : পিতৃ দিৱস ৷
২১ জুন : আন্তৰ্জাতিক যোগ দিৱস ৷
২২ জুন : বিশ্ব মটৰচাইকেল দিৱস
২৩ জুন : আন্তৰ্জাতিক অলিম্পিক দিৱস ৷
২৩ জুন : আন্তৰ্জাতিক বিধবা দিৱস ৷
২৬ জুন : বিশ্ব ড্ৰাগছ দিৱস।
২৭ জুন : বিশ্ব মধুমেহ দিৱস ৷

জুলাই 


১ জুলাই    : ৰাষ্ট্ৰীয়  চিকিৎসক দিৱস।
১ জুলাই     : শিৱসাগৰ দিৱস।
২ জুলাই    : বিশ্ব UFO দিৱস
৩ জুলাই     : প্লাষ্টিক বিগ মুক্ত দিৱস ৷
৪ জুলাই   : আন্তৰ্জাতিক সমবায় দিৱস।
৭ জুলাই    : আন্তৰ্জাতিক চকলেট দিৱস।
১০ জুলাই : ৰাষ্ট্ৰীয় মৎস্য কৃষক দিৱস।
১১ জুলাই : বিশ্ব জনসংখ্যা দিৱস।
১৪ জুলাই : সততাৰ দিন।
১৫ জুলাই : বিশ্ব যুৱ দক্ষতা দিৱস
১৮ জুলাই : নেলচন মেণ্ডেলা দিৱস।
২০ জুলাই  : পঢ়ুৱৈ দিৱস।
২৮ জুলাই : বিশ্ব হেপাটাইটিচ দিৱস ৷
২৯ জুলাই  : আন্তৰ্জাতিক ব্ৰাঘ দিৱস
৩০ জুলাই :  আন্তৰ্জাতিক বন্ধুুত্ব দিৱস ৷

আগষ্ট


প্ৰথম দেওঁবাৰ :  বন্ধুত্ব দিৱস ।
৬ আগষ্ট   : বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস ৷
৬ আগষ্ট   : হিৰোছিমা দিৱস।
৮ আগষ্ট    : আন্তৰ্জাতিক মেকুৰী দিৱস ৷
৯ আগষ্ট   : নাগাচাকি দিৱস ৷
৯ আগষ্ট   :  ভাৰত ত্যাগ আন্দোলন দিৱস।
১২ আগষ্ট : আন্তৰ্জাতিক যুৱ দিৱস ৷
১২:আগষ্ট :  গ্ৰন্থাগাৰিক দিৱস।
১৪ আগষ্ট : পাকিস্তানৰ স্বাধীনতা দিৱস।
১৫ আগষ্ট : ভাৰতৰ স্বাধীনতা দিৱস।
১৯ আগষ্ট : বিশ্ব মানবতাবাদী দিৱস ৷
১৯ আগষ্ট : ফটোগ্ৰাফী দিৱস ৷
২০ আগষ্ট : সদ্ভাৱনা দিৱস।
২৩ আগষ্ট : ক্ৰীতদাস ব্যৱসায়ৰ বিলোপ সাধনৰ
                 আন্তৰ্জাতিক দিৱস।
২৯ আগষ্ট : ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৷
২৯ আগষ্ট :  সংস্কৃত দিৱস।
৩০ আগষ্ট : ক্ষুদ্ৰ উদ্যোগ দিৱস ৷

ছেপ্তেম্বৰ 


২ ছেপ্তেম্বৰ   : নাৰিকল দিৱস।
৫ ছেপ্তেম্বৰ   : শিক্ষক দিৱস।
৮ ছেপ্তেম্বৰ   : আন্তৰ্জাতিক স্বাক্ষৰতা দিৱস,
৮ ছেপ্তেম্বৰ   : গণ সংগীতৰ দিন।
১৪ ছেপ্তেম্বৰ : হিন্দী দিৱস।
১৫ ছেপ্তেম্বৰ : অভিযন্তা দিৱস ৷
১৫ ছেপ্তেম্বৰ : সঞ্চয়িকা দিৱস ৷
১৫ ছেপ্তেম্বৰ : শিক্ষা-সাংবাদিকতাৰ দিন।
১৬ ছেপ্তেম্বৰ : অ’জন স্তৰ সংৰক্ষণ দিৱস।
২১ ছেপ্তেম্বৰ : এলজাইমাৰছ দিৱস ৷
২১ ছেপ্তেম্বৰ : ৰাষ্ট্ৰসংঘৰ শান্তি আৰু অহিংসা দিৱস।
২৩ ছেপ্তেম্বৰ  : বিশ্ব বধিৰ দিৱস।
২৪ ছেপ্তেম্বৰ  : বিশ্ব চাফাই দিৱস
২৬ ছেপ্তেম্বৰ : বিশ্ব সামুদ্ৰিক দিৱস৷
২৬ ছেপ্তেম্বৰ : বিশ্ব বধিৰ দিৱস।
২৭ ছেপ্তেম্বৰ : বিশ্ব পৰ্যটন দিৱস।
২৯ ছেপ্তেম্বৰ : বিশ্ব হৃদয় দিৱস ৷
৩০ ছেপ্তেম্বৰ : আন্তৰ্জাতিক অনুবাদ দিৱস ৷
চতুৰ্থ দেওবাৰ : বিশ্ব নদী দিৱস ৷

অক্টোবৰ


১ অক্টোবৰ   : আন্তৰ্জাতিক বৃদ্ধ দিৱস ৷
১ অক্টোবৰ   : বিশ্ব সংগীত দিৱস।
২ অক্টোবৰ   : গান্ধী জয়ন্তী, বিশ্ব অহিংসা দিৱস।
৩ অক্টোবৰ   :  বিশ্ব প্ৰকৃতি দিৱস।
৪ অক্টোবৰ   : বিশ্ব পশু কল্যাণ দিৱস।
৫ অক্টোবৰ   : বিশ্ব শিক্ষক দিৱস ৷
৮ অক্টোবৰ   : ভাৰতীয় বায়ুসেনা দিৱস।
৯ অক্টোবৰ   : বিশ্ব ডাকঘৰ দিৱস।
১০ অক্টোবৰ : ৰাষ্ট্ৰীয়  ডাক দিৱস।
১০ অক্টোবৰ : আন্তৰাষ্ট্ৰীয় ছোৱালী শিশু দিৱস ৷
১২ অক্টোবৰ : বিশ্ব অস্থি দিৱস ৷
১৩ অক্টোবৰ : ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক প্ৰাকৃতিক বিপৰ্যয় হ্ৰাসকৰণ দিৱস।
১৪ অক্টোবৰ  : বিশ্বমান দিৱস।
১৫ অক্টোবৰ : বিশ্ব ছাত্ৰ দিৱস ।
১৬ অক্টোবৰ  : বিশ্ব খাদ্য দিৱস।
১৭ অক্টোবৰ  : অসম ক্ৰীড়া দিৱস।
২০ অক্টোবৰ  : ৰাষ্ট্ৰীয় একতা দিৱস ৷
২০ অক্টোবৰ  :  বিশ্ব পৰিসংখ্যা দিৱস।
২৪ অক্টোবৰ   : ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস ৷
২৪ অক্টোবৰ   : বিশ্ব  উন্নয়ন বাৰ্তা দিৱস।
২৫ অক্টোবৰ   : বিশ্ব শন্তি দিৱস।
২৯ অক্টোবৰ   : বিশ্ব ষ্ট্ৰোক দিৱস।
৩০ অক্টোবৰ   : বিশ্ব মিতব্যয়িতা দিৱস।
৩১ অক্টোবৰ   : ৰাষ্ট্ৰীয় সংহতি দিৱস।
৩১ অক্টোবৰ   : বিশ্ব নগৰ দিৱস ।
প্ৰথম সোমবাৰে    : বিশ্ব আবাস দিৱস ৷
 দ্বিতীয় শুকুৰবাৰে  বিশ্ব দৃষ্টি দিৱস ।

নৱেম্বৰ


১ নৱেম্বৰ    : বিশ্ব নিৰামিষহাৰী দিবস ৷
৫ নৱেম্বৰ    : বিশ্ব ছুনামি সজাগতা দিৱস।
৭ নৱেম্বৰ    : ৰাষ্ট্ৰীয় কেঞ্চাৰ সজাগতা দিৱস৷
৮ নৱেম্বৰ    : বিশ্ব ৰেডিঅগ্ৰাফী দিৱস ৷
৯  নৱেম্বৰ    : ন্যায় সেৱা দিৱস।
১০ নৱেম্বৰ  : পৰিবহণ দিৱস ।
১০ নৱেম্বৰ  : বিশ্ব বিজ্ঞান দিৱস।
১৪ নৱেম্বৰ  : শিশু দিৱস
১৪ নৱেম্বৰ  :  বহুমূত্ৰ দিৱস।
১৬ নৱেম্বৰ  : আন্তৰ্জাতিক সহিষ্ণুতা দিৱস ৷
১৬ নৱেম্বৰ  : বিশ্ব খাদ্য দিৱস।
১৬ নৱেম্বৰ  : ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷
১৬ নৱেম্বৰ  : বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস ৷
১৭ নৱেম্বৰ : ৰাষ্ট্ৰীয় সাংবাদিকতা দিৱস।
১৭ নৱেম্বৰ  : বাট-পথত ক্ষতিগ্ৰস্ত হোৱা সকলৰ বিশ্ব স্মৰণ দিৱস।
১৮ নৱেম্বৰ : বিশ্ব বয়স্ক দিৱস ৷
১৯ নৱেম্বৰ : বিশ্ব দৰ্শন দিৱস ৷
১৯ নৱেম্বৰ   : কৌমি একতা দিৱস ৷
১৯ নৱেম্বৰ   : বিশ্ব  নাগৰিক দিৱস ৷
১৯ নৱেম্বৰ    :  সংহতি দিৱস।
১৯ নৱেম্বৰ   : বিশ্ব শৌচালয় দিৱস ।
২০ নৱেম্বৰ  : বিশ্ব শিশু অধিকাৰ দিৱস ৷
২০ নৱেম্বৰ  :  সংখ্যালঘু কল্যাণ দিৱস।
২১ নৱেম্বৰ  : বিশ্ব টেলিভিছন দিৱস।
২৫ নৱেম্বৰ  : আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস।

ডিচেম্বৰ


১ ডিচেম্বৰ    : বিশ্ব এইডছ্‌ দিৱস।
২ ডিচেম্বৰ    : কম্পিউটাৰ স্বাক্ষৰতা দিৱস ৷
২ ডিচেম্বৰ    : প্ৰদূষণ বিৰোধী দিৱস ৷
২ ডিচেম্বৰ   :  সীমান্ত নিৰাপত্তা বাহিনী দিৱস।
৩ ডিচেম্বৰ   : বিশ্ব প্ৰতিবন্ধী দিৱস।
৪ ডিচেম্বৰ    : নৌ সেনা দিৱস।
৫ ডিচেম্বৰ   : আন্তৰ্জাতিক স্বেচ্ছাসেৱী দিৱস।
৭ ডিচেম্বৰ   : আন্তৰ্জাতিক অসামৰিক বিমান পৰিবহন দিৱস ৷
৭ ডিচেম্বৰ     : শস্য দিৱস ৷
৭ ডিছেম্বৰ     : সেনাবাহিনী পতাকা দিৱস।
৯ ডিচেম্বৰ     : আন্তৰ্জাতিক দুৰ্নীতি নিবাৰণ দিৱস।
১০ ডিচেম্বৰ   : মানৱ অধিকাৰ দিৱস ৷
১০ ডিচেম্বৰ   :  শ্বহীদ দিৱস ৷
১১ ডিচেম্বৰ   : আন্তৰ্জাতিক গিৰি দিৱস।
১৪ ডিচেম্বৰ   :  আন্তৰ্জাতিক শক্তি দিৱস ৷
১৪ ডিচেম্বৰ    : পতাকা দিৱস।
১৬ ডিচেম্বৰ    : বিজয় দিৱস ৷
১৮ ডিচেম্বৰ   : আন্তৰ্জাতিক প্ৰব্ৰজনকাৰী দিৱস ৷
১৮ ডিচেম্বৰ   :  সংখ্যালঘু অধিকাৰ দিৱস।
২২ ডিচেম্বৰ    :  ৰাষ্ট্ৰীয় গণিত দিৱস।
২৩ ডিচেম্বৰ    : কৃষক দিৱস।
২৪:ডিচেম্বৰ    : ৰাষ্ট্ৰীয় উপভোক্তা দিৱস ৷
২৬ ডিচেম্বৰ    : অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস।
২৯ ডিচেম্বৰ    : আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ দিৱস ৷






Post a Comment

Previous Post Next Post