অসমৰ কাক কি বুলি জনা যায়/ Who is Known as in Assam ?

 অসমৰ কাক কি বুলি জনা যায় ?




(১) জগতগুৰু : শ্ৰীমন্ত শংকৰদেৱ 

(২) কলাগুৰু : বিষ্ণুপ্রসাদ ৰাভা

(৩) ৰূপকোঁৱৰ : জ্যোতিপ্ৰসাদ আগৰৱালা 

(৪) গীতিকবি : পার্ৱতিপ্রসাদ বৰুৱা

(৫) নটসূর্য : ফণী শর্মা

(৬) কর্মবীৰ : নবীন চন্দ্র বৰদলৈ

(৭) দেশভক্ত : তৰুণৰাম ফুকন

(৮) দেশপ্রাণ : লক্ষ্মীধৰ শর্মা

(৯) লোকপ্ৰিয় : গোপীনাথ বৰদলৈ

(১০) দেশ হিতৈষী : বিমলা প্ৰসাদ চলিহা 

(১১) পণ্ডিতপ্ৰবৰ : কৃষ্ণকান্ত সন্দিকৈ

(১২) অগ্নিকবি : কমলাকান্ত ভট্রাচার্য

(১৩) অতিন্দ্রীয়বাদী কবি : নলিনীবালা দেৱী

(১৪) উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ

(১৫) সাহিত্যৰথী : লক্ষ্মীনাথ বেজবৰুৱা

(১৬) ৰসৰাজ : লক্ষ্মীনাথ বেজবৰুৱা

(১৭) বকুলবনৰ কবি : আনন্দ চন্দ্র বৰুৱা

(১৮) জ্ঞানমালিনীৰ কবি : মফিজুদ্দিন আহমদ হাজৰিকা

(১৯) ধ্বনি কবি : বিনন্দ চন্দ্র বৰুৱা

(২০) পাপৰিৰ কবি: গণেশ চন্দ্র গগৈ

(২১) বিদ্রোহী কবি : প্রসন্নলাল চৌধুৰী

(২২) বিহগী কবি : ৰঘুনাথ চৌধাৰী

(২৩) পথাৰৰ কবি : ৰাম গগৈ

(২৪) বনফুলৰ কবি : যতীন্দ্রনাথ দুৱৰা

(২৫) শেৱালি কবি : ৰত্নকান্ত বৰকাকতি 

(২৬) খৰিকাজাঁইৰ কবি : ভবানন্দ ৰাজখোৱা

(২৭)  সুগন্ধি পখিলাৰ কবি : হীৰেন ভট্টাচাৰ্য

(২৮) ফুলনিৰ কবি : পদ্মধৰ চলিহা

(২৯) নিজৰাৰ কবি : শৈলধৰ ৰাজখোৱা

(৩০) বাগ্মীবৰ : নীলমণি ফুকন

(৩১) প্রতিমাৰ খনিকৰ : চন্দ্রকুমাৰ আগৰৱালা

(৩২) বনকোঁৱৰ : আনন্দিৰাম দাস

(৩৩) ভাঙনিকোঁৱৰ : আনন্দচন্দ্ৰ আগৰৱালা

(৩৪) লোকনায়ক : অমিয় কুমাৰ দাস 

(৩৫) সুধাকণ্ঠ : ড° ভূপেন হাজৰিকা

(৩৬) ত্যাগবীৰ : হেমচন্দ্র বৰুৱা

(৩৭) অসম কেশৰী : অম্বিকাগিৰি ৰায়চৌধুৰী

(৩৮) কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতিয়া ফুকন

(৩৯) জননায়ক : দেৱেশ্বৰ শর্মা

(৪০) ভাষাতত্ত্ববিদ : বাণীকান্ত কাকতি 

(৪১) লুইত কোঁৱৰ : ৰুদ্ৰ বৰুৱা 

(৪২) এণ্ডি খুৰা : ডাঃ নগেন দত্ত

(৪৩) মৌচাক মামা : শান্তনু তামূলী 

(৪৪) সিংহপুৰুষ : ৰাধাগোবিন্দ বৰুৱা 

(৪৫) সেউজ কোঁৱৰ : পৰাগধৰ চলিহা 

(৪৬) দানবীৰ : ৰাধানাথ সন্দিকৈ 

(৪৭) বীৰবালা : কনকলতা

(৪৮) অভিনয়াচার্য : ব্রজনাথ শর্মা

(৪৯) অসম গৌৰৱ : হেম বৰুৱা

(৫০) শোণিত কোঁৱৰ : গজেন বৰুৱা 

(৫১) সৰস্বতী : নিৰ্মলপ্ৰভা বৰদলৈ 

(৫২) ৰংমন : ৰবিন দে 

(৫৩) হস্তী-কন্য : প্ৰতিমা পাণ্ডে বৰুৱা 

(৫৪) নৃত্যাচাৰ্য : যতীন গোস্বামী 

(৫৫) কথা শিল্পী : চৈয়দ আব্দুল মালিক

(৫৬) কলংপৰীয়া কবি : দেৱকান্ত বৰুৱা 

(৫৭) নাট্য প্রভাকৰ : সত্যপ্রসাদ বৰুৱা


লগতে চাওঁক : -

>> অসমীয়া সাহিত্যকৰ ছদ্মনাম। 




Post a Comment

Previous Post Next Post