বিভিন্ন ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমীয়াসকল

 বিভিন্ন ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমীয়াসকল ৷


(১) ভাৰতৰত্ন লাভ কৰা অসমীয়া ৷


(ক) ১৯৯৯ : গোপীনাথ বৰদলৈ( মৰণোত্তৰভাৱে) ৷
(খ) ২০১৯ : ড° ভূপেন হাজৰিকা( মৰণোত্তৰভাৱে) ৷


(২) জ্ঞানপীঠ বঁটা লাভ কৰা অসমীয়া সাহিত্যিক ৷


(ক) ১৯৯৭ : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ('মৃত্যুঞ্জয়' উপন্যাসৰ বাবে) ৷

(খ) ২০০০ : মামণি ৰয়ছম গোস্বামী( জীৱনজোৰা সাহিত্য সাধনাৰ বাবে) ৷

(গ) ২০২০ : নীলমণি ফুকন(জীৱনজোৰা সাহিত্য সাধনাৰ বাবে) ৷



(৩) অৰ্জুন বঁটা লাভ কৰা অসমীয়া ক্ৰীড়াবিদ ৷


(ক) ১৯৬৬  : ভোগেশ্বৰ বৰুৱা (দৌৰবিদ) ৷

(খ) ১৯৮৭  : মনালিছা বৰুৱা (টেবুল টেনিছ) ৷

(গ) ২০০৭  : জয়ন্ত তালুকদাৰ (আৰ্চাৰ) ৷

(ঘ) ২০১৬  : শিৱ থাপা (বক্সাৰ) ৷

(চ) ২০১৮  : হিমা দাস (দৌৰবিদ) ৷

(ছ) ২০২০  : লাভলীনা বৰগোহাঁই (বক্সাৰ)। 


(৪) শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা অসমীয়া বিজ্ঞানী সকল ৷


(ক) ১৯৮৯  : মিহিৰকান্তি চৌধুৰী (ৰসায়ন বিজ্ঞান) ৷

(খ) ১৯৯৪  : জিতেন্দ্ৰনাথ গোস্বামী (ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান) ৷

(গ) ১৯৯৫  : ভূপেন্দ্ৰনাথ গোস্বামী (ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান) ৷

(ঘ) ২০০১  : প্ৰশান্ত গোস্বামী (ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান)। 

(ঙ) ২০২১ : বিনয় কুমাৰ শইকীয়া (ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান) ৷


লগতে পঢ়ক :---

>>> পদ্ম সন্মান লাভ কৰা অসমীয়াসকল ৷


Post a Comment

Previous Post Next Post