পদ্ম সন্মান লাভ কৰা অসমীয়া সকল।

 পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী লাভ কৰা অসমীয়া সকল ৷






পদ্ম বিভূষণ ৷


    পদ্ম বিভূষণ  হৈছে ভাৰত  দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান। অৰ্থাৎ  ভাৰতৰত্নৰ পাছতেই ইয়াৰ স্থান  । ১৯৫৪ চনৰ ২ জানুৱাৰীত প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে এই সন্মান প্ৰদান কৰে। 

পদ্ম বিভূষণ লাভ কৰা অসমীয়া সকল ৷


ক্ৰমিক নং নাম বৰ্ষ
বিমলা প্ৰসাদ চলিহা ১৯৭১
ভূপেন হাজৰিকা ২০১২( মৰণোত্তৰভাৱে)


পদ্মভূষণ ৷

     পদ্মভূষণ হৈছে ভাৰত  তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান। ১৯৫৪ চনৰ ২ জানুৱাৰীত  প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে এই সন্মান প্ৰদান কৰে। 

পদ্মভূষণ লাভ কৰা অসমীয়া সকল ৷


 নং নাম বৰ্ষ
অমিয় কুমাৰ দাস  ১৯৬৩
কৃষ্ণকান্ত সন্দিকৈ ১৯৬৭
নৱকান্ত বৰুৱা ১৯৭৬
বেণুধৰ শৰ্মা ১৯৮৩(মৰণোত্তৰভাৱে)
চৈয়দ আব্দুল মালিক ১৯৯২
বিজয় চন্দ্ৰ ভাগৱতী ১৯৯২
পুষ্পলতা দাস ১৯৯৯
ডঃ ভূপেন হাজৰিকা ২০০১
ডঃ মৃণাল মিৰি ২০০৫
১০ চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া ২০০৭(মৰণোত্তৰভাৱে)
১১ পাৰবীন চুলতানা ২০১৪
১২ জাহ্নু বৰুৱা ২০১৫
১৩ তৰুণ গগৈ ২০২১(মৰণোত্তৰভাবে)


পদ্মশ্ৰী ৷

     পদ্মভূষণ হৈছে ভাৰত  চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান। শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজ সেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ভাৰত চৰকাৰে এই সম্মান প্ৰদান কৰি আহিছে  ১৯৫৪ চনৰ ২ জানুৱাৰীত  প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে এই সন্মান প্ৰদান কৰে। 


 নং নাম বৰ্ষ
অমলপ্রভা দাস ১৯৫৪
ড° মথুৰা দাস  ১৯৫৪
কৃষ্ণকান্ত সন্দিকৈ ১৯৫৫
ড° সূর্য কুমাৰ ভূঞা   ১৯৫৬
নলিনীবালা দেৱী ১৯৫৭
ননী বৰদলৈ ১৯৬৩
ৰৌচন ফুকন ১৯৬৯
আনন্দ চন্দ্ৰ বৰুৱা ১৯৭০
অতুল চন্দ্ৰ হাজৰিকা ১৯৭১
১০ ডাঃ ৰবীন বেনাৰ্জী ১৯৭১
১১ চন্দ্ৰপ্ৰভা শ‍ইকীয়ানী  ১৯৭২
১২ মালতী বৰুৱা ১৯৭৫
১৩ পাৰবীন চুলতানা ১৯৭৬
১৪ ড° ভূপেন হাজৰিকা ১৯৭৭
১৫ ইন্দিৰা মিৰি ১৯৭৭
১৬ ঘনশ্যাম দাস ১৯৮২
১৭ নেকিবুজ জামান ১৯৮৩
১৮ চৈয়দ আব্দুল মালিক ১৯৮৪
১৯ ডাঃ মুক্তিপ্ৰসাদ গগৈ ১৯৮৪
২০ আব্দুছ ছাত্তাৰ ১৯৮৭
২১ মদাৰাম ব্ৰহ্ম বড়ো ১৯৮৮
২২ ৰংবং তেৰাং ১৯৮৯
২৩ নীলমণি ফুকন ১৯৯০
২৪ প্ৰতিমা পাণ্ডে বৰুৱা ১৯৯১
২৫ সতীশ চন্দ্ৰ কাকতি ১৯৯১
২৬ মথুৰা নাথ ভট্টাচাৰ্য্য ১৯৯২
২৭ দীপালি বৰঠাকুৰ  ১৯৯৮
২৮ ৰবীন্দ্ৰনাথ উপাধ্যায় ২০০০
২৯ ড° ভবেন্দ্ৰ নাথ শ‍ইকীয়া ২০০১
৩০ পুষ্পা ভূঞা ২০০২
৩১ জাহ্নু বাৰুৱা  ২০০৩
৩২ হেম ভৰালী ২০০৫
৩৩ টেমচুলা আও ২০০৭
৩৪ যতীন গোস্বামী ২০০৮
৩৫ শীলা বৰঠাকুৰ ২০০৮
৩৬ সূৰ্য্যকান্ত হাজৰিকা ২০০৮
৩৭ তফজ্জুল আলী ২০০৯(মৰণোত্তৰভাৱে)
৩৮ বীৰেন্দ্ৰ নাথ দত্ত ২০০৯
৩৯ অৰুণ শৰ্মা ২০১০
৪০ মহিম বৰা ২০১১
৪১ হেমেন্দ্ৰপ্ৰসাদ বৰুৱা  ২০১৩
৪২ ঘনকান্ত বৰা বৰবায়ন ২০১৩
৪৩ মুকুল চন্দ্ৰ গোস্বামী  ২০১৪
৪৪ ডাঃ সৰ্বেশ্বৰ চহৰীয়া ২০১৪
৪৫ লক্ষ্মীনন্দন বৰা  ২০১৫
৪৬ যাদৱ পায়েং ২০১৫
৪৭ ধীৰেন্দ্ৰ নাথ বেজবৰুৱা ২০১৬
৪৮ প্রহ্লাদ চন্দ্ৰ তাছা ২০১৬
৪৯ কামেশ্বৰ ব্ৰহ্ম  ২০১৬
৫০ অজয় কুমাৰ দত্ত  ২০১৬
৫১ ড° জিতেন্দ্র নাথ গোস্বামী ২০১৭
৫২ এলি আহমেদ ২০১৭
৫৩ প্ৰফুল্ল গোবিন্দ বৰুৱা  ২০১৮
৫৪ অৰূপ কুমাৰ দত্ত  ২০১৮
৫৫ জয়শ্রী গোস্বামী মহন্ত ২০১৮
৫৬ উদ্ধৱ ভৰালী ২০১৯
৫৭ ডাঃ ইলিয়াছ আলি ২০১৯
৫৮ লীল বাহাদুৰ চেত্ৰী ২০২০
৫৯ যোগেন্দ্রনাথ ফুকন ২০২০
৬০ ডাঃ ৰবি কান্নন ২০২০
৬১ ডাঃ কুশল কোঁৱৰ শৰ্মা ২০২০
৬২ ইন্দিৰা পি পি বৰা ২০২০
৬৩ ইমৰান শ্বাহ ২০২১
৬৪ লখিমী বৰুৱা  ২০২১
৬৫ গোপীনাথ বৰগায়ন বুঢ়াভকত ২০২১
৬৬ বিজয়া চক্ৰৱৰ্তী   ২০২১
৬৭ মংগল সিং হাজোৱাৰী ২০২১
৬৮ দুলাল মানকি   ২০২১
৬৯ বিৰুবালা ৰাভা ২০২১
৭০ ৰোমান শৰ্মা  ২০২১
৭১ শকুন্তলা চৌধুৰী ২০২২
৭২ ধনেশ্বৰ ইংতি  ২০২২
0 0 0
0 0 0
0 0 0
0 0 0
0 0 0




লগতে পঢ়ক : 






Post a Comment

Previous Post Next Post