পৃথিৱীৰ বৃহত্তম, উচ্চতম, দীৰ্ঘতম, গভীৰতম, ক্ষুদ্রতম

 পৃথিৱীৰ বৃহত্তম, উচ্চতম, দীৰ্ঘতম, গভীৰতম, ক্ষুদ্রতম




(১) পৃথিৱীৰ বৃহত্তম মহাদেশ খনৰ নাম কি ?

উত্তৰ : এছিয়া ৷ ইয়াৰ মাটিকালি হৈছে ৪৪,৫৭৯,০০০ বর্গ কিঃ মিঃ ৷

(২) পৃথিৱীৰ বৃহত্তম মহাসাগৰ খনৰ নাম কি ?

উত্তৰ : প্রশান্ত মহাসাগৰ ৷  ইয়াৰ কালি হৈছে ১৬৫,২৫০,০০০ বর্গ কিঃমিঃ ৷

(৩) পৃথিৱীৰ বৃহত্তম দেশ খনৰ নাম কি ?

উত্তৰ : ৰাছিয়া  ৷ ইয়াৰ মাটিকালি হৈছে ১,৭০,৯৮,২৪৬ বর্গ কিঃমিঃ।

(৪) পৃথিৱীৰ বৃহত্তম সাগৰ খনৰ নাম কি ?

উত্তৰ : দক্ষিণ চীন সাগৰ । ইয়াৰ কালি হৈছে ২,৮৮৯,০০০ বৰ্গ কিঃমিঃ ৷

(৫) পৃথিৱীৰ বৃহত্তম উপসাগৰ খনৰ নাম কি ?

উত্তৰ : মেক্সিকো উপসাগৰ। ইয়াৰ কালিৰ পৰিমান হৈছে  ১,৮১৩,ooo বৰ্গ কিঃমিঃ ৷

(৬) পৃথিৱীৰ বৃহত্তম মৰুভূমি খনৰ নাম কি ?

উত্তৰ : চাহাৰা (দঃ আফ্রিকা)  । ইয়াৰ কালি হৈছে ৯,২oo,ooo বৰ্গ কিঃমিঃ ৷

(৭) পৃথিৱীৰ বৃহত্তম দ্বীপটোৰ নাম কি ?

উত্তৰ : গ্রীণলেণ্ড ৷ মাটিকালিৰ পৰিমাণ ২,১৭৫,৬০০ বৰ্গ কিঃমিঃ ৷

(৮) পৃথিৱীৰ বৃহত্তম ব-দ্বীপটোৰ নাম কি ?

উত্তৰ : সুন্দৰবন (ভাৰত) ৷ ইয়াৰ মাটিকালিৰ পৰিমাণ 

(৯) পৃথিৱীৰ বৃহত্তম নদীদ্বীপটোৰ নাম কি ?

উত্তৰ : মাজুলী ( অসম) ৷

(১০) পৃথিৱীৰ বৃহত্তম হ্ৰদৰ নাম কি ?

উত্তৰ : কাস্পিয়ান হ্ৰদ৷

(১১) পৃথিৱীৰ বৃহত্তম জনপ্ৰপাত নাম কি ?

উত্তৰ : ভেনেজুয়েলা (উচ্চতাত) ৷

(১২) পৃথিৱীৰ বৃহত্তম দ্বীপপুঞ্জৰ  নাম কি ?

উত্তৰ : মালয় দ্বীপপুঞ্জ(ইন্দোনেচিয়া) ৷

(১৩) পৃথিৱীৰ বৃহত্তম ঘন্টাৰ  নাম কি ?

উত্তৰ : মস্কোৰ পিতলৰ ঘণ্টা (২০০ টন)

(১৪) পৃথিৱীৰ বৃহত্তম প্ৰাচীৰ  নাম কি ?

উত্তৰ : চীনৰ প্ৰাচীৰ। 

(১৫) পৃথিৱীৰ বৃহত্তম তোৰণৰ  নাম কি ?

উত্তৰ : আইফেল টাৱাৰ (পেৰিচ) ৷

(১৬) পৃথিৱীৰ বৃহত্তম মূৰ্তি নাম কি ?

উত্তৰ : ষ্টেচু অফ ইউনিটি, গুজৰাট( ভাৰত) ৷ ইয়াৰ উচ্চতা হৈছে ১৮২ মিটাৰ ।

(১৭) পৃথিৱীৰ বৃহত্তম ৰেল ষ্টেচনৰ নাম কি ?

উত্তৰ :  গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল, নিউয়ৰ্ক  ।

(১৮) পৃথিৱীৰ বৃহত্তম বিমানবন্দৰ নাম কি ?

উত্তৰ : কিং ফাহড বিমানবন্দৰ,  ৰিয়াদ, চৌদি আৰৱ  ৷ ইয়াৰ কালি ৭৭৬ বৰ্গ কিঃমিঃ ।

(১৯) পৃথিৱীৰ বৃহত্তম পুথিভঁৰালৰ নাম কি ?

উত্তৰ : লাইব্ৰেৰী অফ কংগ্ৰেছ, আমেৰিকা যুক্তৰাষ্ট্ৰ ৷

Post a Comment

Previous Post Next Post