অসমীয়া সাহিত্যিকৰ ছদ্ম নাম ৷

 

অসমীয়া সাহিত্যিকৰ ছদ্ম নাম







ছদ্মনাম প্ৰকৃত নাম
ৰাস্না বৰুৱা/বীনা বৰুৱা  ড° বিৰিঞ্চি কুমাৰ বৰুৱা ৷
সঞ্জয়/সত্যপ্ৰিয় পাঠক/প্ৰিয়বন্ধু  ড° ভবেন্দ্ৰ নাথ শইকীয়া৷
মামণি ৰয়ছম গোস্বামী ড° ইন্দিৰা গোস্বামী
ৰঞ্জু হাজৰিকা কুমুদ হাজৰিকা
শীলভদ্ৰ ৰেবতী মোহন দত্ত
ভবানন্দ পাঠক  ড° বানীকান্ত কাকতি
নীলা বাইদেউ নিৰ্মলপ্ৰভা বৰদলৈ
এণ্ডি খুৰা ড° নগেন দত্ত
এখুদ ককাইদেউ নৱকান্ত বৰুৱা
কৃপাবৰ বৰবৰুৱা 
লক্ষ্মীনাথ বেজবৰুৱা
নিৰঞ্জন ফুকন  ড° হীৰেন গোহাঁই
সৌৰভ কুমাৰ চলিহা সুৰেন্দ্ৰ নাথ মেধি
ভট্ৰদেৱ বৈকুণ্ঠনাথ ভট্টাচাৰ্য
ৰংমন ৰবীন দে
মৌচাক মামা/শান্তনু তামূলী  প্ৰমোদ চন্দ্ৰ তামূলী
স্বৰ্ণ বৰুৱা/সোণাৰাম চান্দ হেমচন্দ্ৰ বৰুৱা
ধনবৰ কাই মহিম বৰা
সদানন্দ লম্বোদৰ বৰা 
নীলিম কুমাৰ হেমেন কুমাৰ শৰ্মা
নতুন কৃপাবৰ ৰত্নকান্ত বৰকটকী
যদু যতীন্দ্ৰনাথ দুৱাৰা।
দদাই কীৰ্তিনাথ হাজৰিকা
নাচিকেতা ভবানন্দ দত্ত
ভোলাই শৰ্মা ৰজনীকান্ত বৰদলৈ
অঘৰী প্ৰমোদ কুমাৰ বৰদলৈ
অজগৰ  চৈয়দ আব্দুল মালিক।
অস্তবক্ৰ কমলাকান্ত ভট্টাচাৰ্য্য
বিহগুটি বৰা বেণুধৰ শৰ্মা
কেৰপাই শৰ্মা বিনন্দ চন্দ্ৰ বৰুৱা
বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া বিষ্ণুপ্ৰসাদ ৰাভা
শ্ৰী হৰ্ষ  আনন্দ চন্দ্ৰ আগৰৱালা
নিৰ্মলা দেৱী তীৰ্থনাথ শৰ্মা
কাঞ্চন বৰুৱা ভূৱন মোহন বৰুৱা
ভানুনন্দন ড°সূৰ্যকুমাৰ ভূঞা
অচিন মোমাইদেউ অমল দত্ত
গুৰু দত্ত  গুণাভিৰাম বৰুৱা
চাৰু দত্ত দীনেশ চন্দ্ৰ গোস্বামী
অনিৰুদ্ধ কটকী  মুনিণ বৰকটকী
এজন অসমীয়া সত্যনাথ বৰা
হয়বৰ অভয়াপুৰীয়া পাৰ্বতী প্ৰসাদ বৰুৱা
কুমাৰ কিশোৰ কিশোৰ কুমাৰ শৰ্মা




লগতে চাওক : -

 
 
  




1 Comments

Previous Post Next Post