বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। World Day Against Child Labour

বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। World Day Against Child Labour



   শিশু শ্ৰমিক বৰ্তমান সময়ত এক ডাঙৰ প্ৰত্যাহ্বান ৷  শিশু শ্ৰমিকৰ বিৰুদ্ধে  জনসাধাৰণৰৰ মাজত সজাগতা বৃদ্ধি  বাবে প্ৰতিবছৰে ১২ জুন তাৰিখে বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস পালন কৰা হয় ৷ আন্তৰ্জাতিক শ্ৰমিক সংগঠনে শিশু শ্ৰমিকৰ বিৰুদ্ধে তথা  শিশু শ্ৰমিক নিৰ্মূল বাবে 2020 চনৰ পৰা এই দিৱস পালনৰ আৰম্ভ কৰে ৷ তেতিয়া পৰাই প্ৰতিবছৰে এই দিৱস পালন কৰি অহা হৈছে ৷ এই দিৱসত চৰকাৰী আৰু বিভিন্ন প্ৰতিষ্ঠানে শিশু শ্ৰমিকৰ বিৰুদ্ধে শিশুৰ অধিকাৰৰ বিষয়ে সজাগতা বৃদ্ধিৰ প্ৰচেষ্টা চলায় ৷


    আন্তৰ্জাতিক শ্ৰমিক সংগঠনৰ মতে বিশ্বত প্ৰায় 150 মিলিয়ন শিশু শ্ৰমিক আছে ৷ উল্লেখযোগ্য যে ১৪ বছৰৰ তলৰ সকলক শিশু শ্ৰমিক ৰূপে গণ্য কৰা হয় ৷ এই শিশু সকলে উপযুক্ত সুবিধা তথা নুন্যতম সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে ৷ যিটো সময়ত পঢ়াশুনা, খেলাধূলাৰ বয়স সেইসময়ত এই শিশু সকলে কঠোৰ শ্ৰম কৰিব লগীয়া হৈছে ৷ ইযাৰে বহু শিশু বিপদজনক তথা অবৈধ কামৰ লগতো জঢ়িত কৰোৱা হৈছে ৷ ভাৰততো প্ৰায় কোটিৰ ঘৰত শিশু শ্ৰমিক আছে ৷ ভাৰত চৰকাৰে শিশু শ্ৰমিক নিষিদ্ধ কৰাৰ লগতে বিভিন্ন বিনামূলীয়া আচনি গ্ৰহণ কৰি  প্ৰত্যেক শিশুকে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিছে ৷ তথাপিও বহু ঠাইত শিশু শ্ৰমিক নিযোজিত হৈ আহিছে ৷ 



সম্পৰ্কীয় লেখা : -

1 Comments

  1. সুন্দৰ হৈছে, বিশ্বৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ কৰিব লাগে আৰু দুখীয়ে শাস্তি পোৱাতো আমি বিচাৰো।

    ReplyDelete
Previous Post Next Post