বিপৰীত শব্দ বা বিপৰীতার্থক শব্দ ৷ অসমীয়া ব্যাকৰণ

 

বিপৰীত শব্দ বা বিপৰীতার্থক শব্দ ৷ অসমীয়া ব্যাকৰণ




আমাৰ Whatsapp Group
অসমীয়া সাহিত্যৰ কুইজ 
অসম বুৰঞ্জীৰ কুইজ 
অসমীয়া চলচ্চিত্ৰৰ কুইজ 
প্ৰথম অসমীয়া 
অসমৰ খেলৰ কুইজ 
অসমৰ ৰাজনীতি কুইজ 
অসমৰ ভূগোল কুইজ 
অসমীয়া জাতীয় প্ৰতীকসমুহ
অসমৰ কাক কি বুলি জনা যায় 
অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি ?
অসমৰ অভয়াৰণ্য কেইখন আৰু কি কি ?
মহৎলোকৰ বাণী


     অসমীয়া ভাষা বিভিন্ন শব্দভাণ্ডাৰে এক চহকী ভাষা। সেই শব্দবোৰ বিভিন্ন উৎসৰ পৰা আহি অসমীয়া ভাষাৰ শব্দৰ  ভৰাল বৃদ্ধি কৰিছে আৰু এই শব্দসমুহে বিভিন্ন অৰ্থ  প্ৰকাশ কৰে । এই শব্দসমুহ বৈশিষ্ট্যপূৰ্ণ ৷ তলত অসমীয়া ভাষাৰ কিছু বিপৰীতার্থক শব্দ উল্লেখ কৰা হৈছে। 


শব্দ  —  বিপৰীত শব্দ


অনুকূল — প্রতিকূল

অনুলূক — প্ৰতিকূল

অতিবৃষ্টি — অনাবৃষ্টি

অভ্যাস — অনভ্যাস

অনু — বৃহৎ

অন্তৰ — বাহিৰ

অসুস্থ — সুস্থ 

অভাৱ — উভৈনদী

অনুগ্ৰহ — নিগ্ৰহ

অনুৰাগ — বিৰাগ 

অভিজ্ঞ — অনভিজ্ঞ

অভিশাপ — আশীৰ্বাদ

অপব্যয়ী — মিতব্যয়ী

আকাশ — পাতাল

আয় — ব্যয়

আগমন — গমন

আদৰ — অনাদৰ

আদান — প্ৰদান

আৱাহন — বিসর্জন

আকৰ্ষণ — বিকৰ্ষণ 

আপোন — পৰ 

আচামী — ফৰিয়াদী

আদি — অন্ত 

আশা — নিৰাশা

আৰম্ভ — শেষ

আৱশ্যক — অনাৱশ্যক

আন্ধাৰ — পোহৰ 


লগতে চাওঁক ———

>>> এটা শব্দত প্ৰকাশ কৰা 


ইষ্ট — অনিষ্ট 

ইচ্ছা — অনিচ্ছা 

ইহকাল — পৰকাল 

উপযুক্ত — অনুপযুক্ত

উত্তৰ — নিৰুত্তৰ

উপস্থিত — অনুপস্থিত

উপকাৰ —অপকাৰ

উৎকৃষ্ট — নিকৃষ্ট

উচিত — অনুচিত 

উৰ্বৰ — অনুৰ্বৰ

উত্তম —অধম

উন্মুক্ত — অৱৰুদ্ধ

উন্নতি — অৱনতি/ অধোন্নতি

উত্থান — পতন

উদাৰ — সংকীর্ণ

উক্ত — অনুক্ত

উদয় — অস্ত

উচ্চ — নীচ

ঊর্ধ — অর্ধঃ

এতিয়া — তেতিয়া

ঐক্য — অনৈক্য

ওপৰত — তলত 

কৃপন — খৰচী

কৃতজ্ঞ — কৃতঘ্ন

কুটিল — সৰল/ উদাৰ

কোমল — কঠিন

কৃত্ৰিম — অকৃত্ৰিম 

কুৎসিৎ — সুন্দৰ 

খাদ্য — অখাদ্য

গভীৰ — তৰাং 

গধুৰ —  পাতল

গহীন — চঞ্চল 

গোচৰীয়া — পদকীয়া

গুণ — দোষ 

গুৰু — লঘু

গ্রহণ — বর্জন/ প্রত্যাখ্যান

গৃহস্থী — সন্ন্যাসী

গৰিষ্ঠ — লঘিষ্ঠ

গোপন — প্ৰকাশ 

চেতন — অচেতন 

জয় — পৰাজয়

জড় — চেতন

জীৱন — মৰণ 

দয়ালু — নিষ্ঠুৰ

দেৱতা — অসুৰ

দ্রুত — মন্থৰ

দীর্ঘ — হ্রস্ব

দীঘল — চুটি 

দঁতাল — মাখুন্দী  

দান — প্রতিদান 

দিন — ৰাতি 

দমৰা — দামুৰি 

দেনা — পাওনা

তৰুণ — বৃদ্ধ 

তপত — চেঁচা/ ঠাণ্ডা

ধর্ম — অধৰ্ম 

নির্ভীক — ভীৰু

নিত্য — অনিত্য

নির্মল — মলিন

নিন্দা — প্ৰশংসা 

পণ্ডিত — মূর্খ 

পুৰস্কাৰ — তিৰস্কাৰ

প্রাচীন — আর্বাচীন/ আধুনিক

পৰিশ্ৰমী — এলেহুৱা

পাপ — পূণ্য

পৰিমিত — অপৰিমিত

পৱিত্ৰ — অপৱিত্ৰ

প্রত্যক্ষ —পৰোক্ষ

প্রকাশ — গোপন/ অপ্রকাশ

প্রকৃত — কাল্পনিক

প্রভৃ — ভৃত্য

প্রবৃত্তি — নিবৃত্তি 

প্রাচ্য — পাশ্চাত্য

প্রাচীন — অপ্রাচীন/ নবীন

প্ৰচুৰ — অপ্ৰচুৰ 

পাৰ্থক্য — সাদৃশ্য 

প্ৰবীন — নবীন

প্ৰৱেশ — প্ৰস্থান 

বন্ধন — মুক্তি 

বিৰহ — মিলন 

বিশ্বাসী — বিশ্বাসঘাতক

বিখ্যাত — অখ্যাত 

বিৰাম — অবিৰাম 

বৈধ — অবৈধ 

বিধি — নিষেধ 

বৃহৎ — ক্ষুদ্র

বাদী — বিবাদী/ প্রতিবাদী

বোন্দা — বুন্দী

ভক্তি — ঘৃণা

ভদ্ৰ — অভদ্ৰ 

ভাই — ভনী

ভূত — ভৱিষ্যৎ

ভাল — বেয়া 

ভোটা — চোকা 

মান — অপমান

মৃত — জীৱিত

মিত্র — শত্রু

মানুহ — পশু/ পিশাচ

মিহি — খহটা

মুখ্য — গৌণ 

যত্ন — অযত্ন

যোগ — বিয়োগ

যশ — অপযশ

ৰান্ধনী — ৰান্ধনি

লিগিৰা — লিগিৰী

লাভ — লোকচান 

শিষ্ট — অশিষ্ট

সফলতা — বিফলতা 

সঞ্চয় — অপচয়

সুখ্যাত — কুখ্যাত/অখ্যাত

সম্পদ — বিপদ

সপক্ষ — বিপক্ষ

সভ্য — অসভ্য

সধৱা — বিধৱা 

সৰল - জটিল 

সসীম — অসীম

সুশ্রী — কুশ্রী

সুৰ্লভ — দুৰ্লভ

সুখী — দুখী

সজীৱ — নিজীৱ

সন্মান — অপমান 

সহযোগ — অসহযোগ

সাকাৰ — নিৰাকাৰ

সাহসী — ভীৰু

সশ্রম — বিনাশ্রম

সুগন্ধ — দুর্গন্ধ

সৃষ্টি — প্রলয়/ ধ্বংশ

সদয় — নির্দয়

সুগম — দুৰ্গম

সুখ্যাত — কুখ্যাত 

স্বৰ্গ — মৰ্ত্য/ নৰক

সংক্ষিপ্ত — বিস্তৃত

সুবিধা — অসুবিধা 

সোঁ — বাঁও

সাধু — অসাধু

সধৱা — বিধৱা

স্থাৱৰ — অস্থাৱৰ

স্বাধীন — পৰাধীন

স্থিৰ — অস্থিৰ

স্পষ্ট — অস্পষ্ট

হিংসা — অহিংসা

হর্ষ — বিষাদ

হৰণ — পূৰণ

হাঁহি — কান্দোন 

স্থূল — সুক্ষ্ম

হ্ৰাস — বৃদ্ধি 

শকত — খীণ

শত্ৰু — মিত্ৰ 

শান্ত — অশান্ত

শিক্ষিত — অশিক্ষিত

শুভ — অশুভ

নতুন — পুৰণি

ধনী — দুখীয়া 

ৰজা — প্ৰজা 





Post a Comment

Previous Post Next Post