বিপৰীত শব্দ বা বিপৰীতার্থক শব্দ ৷ অসমীয়া ব্যাকৰণ
অসমীয়া ভাষা বিভিন্ন শব্দভাণ্ডাৰে এক চহকী ভাষা। সেই শব্দবোৰ বিভিন্ন উৎসৰ পৰা আহি অসমীয়া ভাষাৰ শব্দৰ ভৰাল বৃদ্ধি কৰিছে আৰু এই শব্দসমুহে বিভিন্ন অৰ্থ প্ৰকাশ কৰে । এই শব্দসমুহ বৈশিষ্ট্যপূৰ্ণ ৷ তলত অসমীয়া ভাষাৰ কিছু বিপৰীতার্থক শব্দ উল্লেখ কৰা হৈছে।
শব্দ — বিপৰীত শব্দ
অনুকূল — প্রতিকূল
অনুলূক — প্ৰতিকূল
অতিবৃষ্টি — অনাবৃষ্টি
অভ্যাস — অনভ্যাস
অনু — বৃহৎ
অন্তৰ — বাহিৰ
অসুস্থ — সুস্থ
অভাৱ — উভৈনদী
অনুগ্ৰহ — নিগ্ৰহ
অনুৰাগ — বিৰাগ
অভিজ্ঞ — অনভিজ্ঞ
অভিশাপ — আশীৰ্বাদ
অপব্যয়ী — মিতব্যয়ী
আকাশ — পাতাল
আয় — ব্যয়
আগমন — গমন
আদৰ — অনাদৰ
আদান — প্ৰদান
আৱাহন — বিসর্জন
আকৰ্ষণ — বিকৰ্ষণ
আপোন — পৰ
আচামী — ফৰিয়াদী
আদি — অন্ত
আশা — নিৰাশা
আৰম্ভ — শেষ
আৱশ্যক — অনাৱশ্যক
আন্ধাৰ — পোহৰ
লগতে চাওঁক ———
ইষ্ট — অনিষ্ট
ইচ্ছা — অনিচ্ছা
ইহকাল — পৰকাল
উপযুক্ত — অনুপযুক্ত
উত্তৰ — নিৰুত্তৰ
উপস্থিত — অনুপস্থিত
উপকাৰ —অপকাৰ
উৎকৃষ্ট — নিকৃষ্ট
উচিত — অনুচিত
উৰ্বৰ — অনুৰ্বৰ
উত্তম —অধম
উন্মুক্ত — অৱৰুদ্ধ
উন্নতি — অৱনতি/ অধোন্নতি
উত্থান — পতন
উদাৰ — সংকীর্ণ
উক্ত — অনুক্ত
উদয় — অস্ত
উচ্চ — নীচ
ঊর্ধ — অর্ধঃ
এতিয়া — তেতিয়া
ঐক্য — অনৈক্য
ওপৰত — তলত
কৃপন — খৰচী
কৃতজ্ঞ — কৃতঘ্ন
কুটিল — সৰল/ উদাৰ
কোমল — কঠিন
কৃত্ৰিম — অকৃত্ৰিম
কুৎসিৎ — সুন্দৰ
খাদ্য — অখাদ্য
গভীৰ — তৰাং
গধুৰ — পাতল
গহীন — চঞ্চল
গোচৰীয়া — পদকীয়া
গুণ — দোষ
গুৰু — লঘু
গ্রহণ — বর্জন/ প্রত্যাখ্যান
গৃহস্থী — সন্ন্যাসী
গৰিষ্ঠ — লঘিষ্ঠ
গোপন — প্ৰকাশ
চেতন — অচেতন
জয় — পৰাজয়
জড় — চেতন
জীৱন — মৰণ
দয়ালু — নিষ্ঠুৰ
দেৱতা — অসুৰ
দ্রুত — মন্থৰ
দীর্ঘ — হ্রস্ব
দীঘল — চুটি
দঁতাল — মাখুন্দী
দান — প্রতিদান
দিন — ৰাতি
দমৰা — দামুৰি
দেনা — পাওনা
তৰুণ — বৃদ্ধ
তপত — চেঁচা/ ঠাণ্ডা
ধর্ম — অধৰ্ম
নির্ভীক — ভীৰু
নিত্য — অনিত্য
নির্মল — মলিন
নিন্দা — প্ৰশংসা
পণ্ডিত — মূর্খ
পুৰস্কাৰ — তিৰস্কাৰ
প্রাচীন — আর্বাচীন/ আধুনিক
পৰিশ্ৰমী — এলেহুৱা
পাপ — পূণ্য
পৰিমিত — অপৰিমিত
পৱিত্ৰ — অপৱিত্ৰ
প্রত্যক্ষ —পৰোক্ষ
প্রকাশ — গোপন/ অপ্রকাশ
প্রকৃত — কাল্পনিক
প্রভৃ — ভৃত্য
প্রবৃত্তি — নিবৃত্তি
প্রাচ্য — পাশ্চাত্য
প্রাচীন — অপ্রাচীন/ নবীন
প্ৰচুৰ — অপ্ৰচুৰ
পাৰ্থক্য — সাদৃশ্য
প্ৰবীন — নবীন
প্ৰৱেশ — প্ৰস্থান
বন্ধন — মুক্তি
বিৰহ — মিলন
বিশ্বাসী — বিশ্বাসঘাতক
বিখ্যাত — অখ্যাত
বিৰাম — অবিৰাম
বৈধ — অবৈধ
বিধি — নিষেধ
বৃহৎ — ক্ষুদ্র
বাদী — বিবাদী/ প্রতিবাদী
বোন্দা — বুন্দী
ভক্তি — ঘৃণা
ভদ্ৰ — অভদ্ৰ
ভাই — ভনী
ভূত — ভৱিষ্যৎ
ভাল — বেয়া
ভোটা — চোকা
মান — অপমান
মৃত — জীৱিত
মিত্র — শত্রু
মানুহ — পশু/ পিশাচ
মিহি — খহটা
মুখ্য — গৌণ
যত্ন — অযত্ন
যোগ — বিয়োগ
যশ — অপযশ
ৰান্ধনী — ৰান্ধনি
লিগিৰা — লিগিৰী
লাভ — লোকচান
শিষ্ট — অশিষ্ট
সফলতা — বিফলতা
সঞ্চয় — অপচয়
সুখ্যাত — কুখ্যাত/অখ্যাত
সম্পদ — বিপদ
সপক্ষ — বিপক্ষ
সভ্য — অসভ্য
সধৱা — বিধৱা
সৰল - জটিল
সসীম — অসীম
সুশ্রী — কুশ্রী
সুৰ্লভ — দুৰ্লভ
সুখী — দুখী
সজীৱ — নিজীৱ
সন্মান — অপমান
সহযোগ — অসহযোগ
সাকাৰ — নিৰাকাৰ
সাহসী — ভীৰু
সশ্রম — বিনাশ্রম
সুগন্ধ — দুর্গন্ধ
সৃষ্টি — প্রলয়/ ধ্বংশ
সদয় — নির্দয়
সুগম — দুৰ্গম
সুখ্যাত — কুখ্যাত
স্বৰ্গ — মৰ্ত্য/ নৰক
সংক্ষিপ্ত — বিস্তৃত
সুবিধা — অসুবিধা
সোঁ — বাঁও
সাধু — অসাধু
সধৱা — বিধৱা
স্থাৱৰ — অস্থাৱৰ
স্বাধীন — পৰাধীন
স্থিৰ — অস্থিৰ
স্পষ্ট — অস্পষ্ট
হিংসা — অহিংসা
হর্ষ — বিষাদ
হৰণ — পূৰণ
হাঁহি — কান্দোন
স্থূল — সুক্ষ্ম
হ্ৰাস — বৃদ্ধি
শকত — খীণ
শত্ৰু — মিত্ৰ
শান্ত — অশান্ত
শিক্ষিত — অশিক্ষিত
শুভ — অশুভ
নতুন — পুৰণি
ধনী — দুখীয়া
ৰজা — প্ৰজা