বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক

 বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক 


  



দেশ ৰাষ্ট্ৰীয় প্ৰতীক
ভাৰত অশোক স্তম্ভ
আমেৰিকা যুক্তৰাষ্ট্ৰ সোনালী দণ্ড
ব্ৰিটিছ যুক্তৰাষ্ট্ৰ গোলাপ
ইৰাণ গোলাপ
অষ্ট্ৰেলিয়া কেংগেৰু
নিউজিলেণ্ড কিৱি
চীন ড্ৰেগন
বাংলাদেশ ভেঁটফুল
কানাডা বগা  ভেঁটফুল
ইটালী বগা ভেঁটফুল
ফ্ৰান্স ভেঁটফুল
আয়াৰলেণ্ড শামৰক পাত
জাপান ক্ৰিছেন থেমাম
নেপাল গৰু
নৰৱে সিংহ
কেনিয়া সিংহ
শ্ৰীলংকা সিংহ
বেলজিয়াম সিংহ
নেদাৰলেণ্ডছ সিংহ
আফগানিস্থান সিংহ
স্পেইন ঈগল
জৰ্ডান ঈগল
ছিৰিয়া ঈগল
ইজিপ্ত সোণালী ঈগল 
মেক্সিকো সোণলী ঈগল
জিম্বাবুৱে জিম্বাবুৱে চৰাই
জাৰ্মানী গোমধানৰ ফুল
আইভৰী কোষ্ট  হাতী
লেবানন কেডাৰ গছ
পাকিস্তান কাঁচিজোন
তুৰস্ক কাঁচিজোন আৰু তৰা 
মালয়েছিয়া বাঘ
উত্তৰ কোৰিয়া ৰঙা তৰা
0 0
0 0

Post a Comment

Previous Post Next Post