অসমৰ জিলা আৰু মহকুমাসমুহ।



অসমৰ জিলাসমুহ কি কি ?


বৰ্তমান অসমৰ জিলাৰ সংখ্যা হৈছে ৩৫ খন।  তলত জিলা আৰু সদৰ  উল্লেখ কৰা হল। 

 
 নং জিলা সদৰ
 লখিমপুৰ উত্তৰ লখিমপুৰ
ধেমাজি ধেমাজি
তিনিচুকীয়া তিনিচুকীয়া
ডিব্ৰুগড় ডিব্ৰুগড়
চৰাইদেউ সোণাৰি
শিৱসাগৰ শিৱসাগৰ
যোৰহাট যোৰহাট
মাজুলী গড়মূৰ
গোলাঘাট গোলাঘাট 
১০ কাৰ্বি আংলং পূব ডিফু
১১  কাৰ্বি আংলং পশ্চিম হামৰেণ
১২ শোণিতপুৰ তেজপুৰ
১৩ বিশ্বনাথ বিশ্বনাথ চাৰিআলি
১৪ নগাঁও নগাঁও
১৫ হোজাই হোজাই
১৬ মৰিগাঁও মৰিগাঁও
১৭ কামৰূপ মহানগৰ গুৱাহাটী
১৮ কামৰূপ আমিনগাঁও
১৯ নলবাৰী নলবাৰী
২০ বজালী পাঠশালা
২১ বৰপেটা বৰপেটা
২২ বঙাইগাঁও বঙাইগাঁও
২৩ চিৰাং কাজলগাঁও
২৪ দৰং মঙ্গলদৈ
২৫ ওদালগুৰি ওদালগুৰি
২৬ কোকৰাঝাৰ কোকৰাঝাৰ
২৭ বাক্সা মুছলপুৰ
২৮ তামুলপুৰ তামুলপুৰ
২৯ ধুবুৰী ধুবুৰী
৩০ দক্ষিণ শালমাৰা-মানকাচৰ  হাটশিঙিমাৰি
৩১ গোৱালপাৰা গোৱালপাৰা
৩২ কাছাৰ শিলচৰ
৩৩ কৰিমগঞ্জ কৰিমগঞ্জ
৩৪ ডিমা হাছাও হাফলং
৩৫ হাইলাকান্দি হাইলাকান্দি


বৰ্তমান অসমৰ মহকুমাৰ সংখ্যা হৈছে ৭৮টা।  জিলাসমুৰ মহকুমাসমুহ তলত উল্লেখ কৰা হল। 




জিলা মহকুমা
লখিমপুৰ উত্তৰ লখিমপুৰ, বিহপুৰীয়া নাৰায়ণপুৰ, ঢকুৱাখনা
ধেমাজি ধেমাজি, জোনাই
তিনিচুকীয়া শদিয়া,মাৰ্ঘেৰিটা,তিনিচুকীয়া
ডিব্ৰুগড় ডিব্ৰুগড়, মৰাণ, নাহৰকটীয়া
চৰাইদেউ চৰাইদেউ
শিৱসাগৰ শিৱসাগৰ, নাজিৰা
যোৰহাট যোৰহাট, তিতাবৰ
মাজুলী মাজুলী
গোলাঘাট গোলাঘাট, বোকাখাত, ধনশিৰী, মেৰাপানী
কাৰ্বি আংলং পূব ডিফু, বোকাজান, হাওড়াঘাট
কাৰ্বি আংলং পশ্চিম হামৰেণ
শোণিতপুৰ শোণিতপুৰ, ঢেকীয়াজুলি
বিশ্বনাথ বিশ্বনাথ চাৰিআলি, গহপুৰ
নগাঁও নগাঁও, কলিয়াবৰ
হোজাই হোজাই
মৰিগাঁও মৰিগাঁও
কামৰূপ মহানগৰ গুৱাহাটী, চন্দ্ৰপুৰ, দিছপুৰ, সোণাপুৰ
কামৰূপ কামৰূপ, আজাৰা, দক্ষিণ কামৰূপ, ৰঙিয়া
নলবাৰী নলবাৰী, মুকালমুৱা, টিহু
বজালী বজালী
বৰপেটা বৰপেটা, কলগাছিয়া, সৰুক্ষেত্ৰী, সৰভোগ
বঙাইগাঁও বঙাইগাঁও, মাণিকপুৰ, উত্তৰ শালমাৰা
চিৰাং কাজলগাঁও
দৰং মঙ্গলদৈ
ওদালগুৰি ওদালগুৰি, ভেৰগাঁও
কোকৰাঝাৰ Column 3
বাক্সা মুছলপুৰ, শালবাৰী
তামুলপুৰ তামুলপুৰ
ধুবুৰী ধুবুৰী, বিলাসীপাৰা
দক্ষিণ শালমাৰা-মানকাচৰ হাটশিঙিমাৰি
গোৱালপাৰা গোৱালপাৰা, লক্ষ্মীপুৰ
কাছাৰ শিলচৰ, কাটিগড়া, লক্ষ্মীপুৰ, সোণাই
কৰিমগঞ্জ কৰিমগঞ্জ, ৰামকৃষ্ণ নগৰ
ডিমা হাছাও হাফলং, দিয়ুংব্ৰ, মাইবং
হাইলাকান্দি হাইলাকান্দি, কাঠলিচেৰা


1 Comments

Previous Post Next Post