মিচকল দি কেনেকৈ বেংকৰ বেলেঞ্চ চাব পাৰি ৷


   আমি বহুতেই বেংকৰ বেলেঞ্চ চাবৰ বাবে  ATM লৈ যাওঁ ৷ আজিকালি বহুেতেই নেট বেংককিং বা ইন্টাৰনেটৰ  সহায় লয় ৷ কিন্তু ইন্টাৰনেট নাথাকিলে বা যিসকলে ইন্টাৰনেট ব্যৱহাৰ নকৰে তেওঁলোকৰ অসুবিধাৰ সন্মুখিন  হোৱা দেখা যাই ৷ আমি বহুতেই নাজানো যে মিচকল দি সহজেই বেংকৰ বেলেঞ্চ চাব পাৰি ৷ তাৰ বাবে বেংক এই মিচকল সেৱা ৰাখিছে ৷ তাৰ বাবে আপোনাৰ মোবাইল নং বেংক একাউন্টত ৰেজিষ্টাৰ থকাটো অনিবাৰ্য ৷ এই সেৱা সম্পূৰ্ণ বিনামূলীয়া৷ কেনেকৈ চাব পাৰি তলত উল্লেখ কৰা হল ৷



1) STATE BANK OF INDIA
     ভাৰতৰ সৰ্ববৃহৎ বেংক ষ্টেট বেংক অফ ইণ্ডিয়াই এই সুবিধা ৰাখিছে ৷ তাৰ বাবে প্ৰথমে  আপোনাৰ ৰেজিষ্টাৰ মোবাইল নংৰ পৰা মেচেজ কৰক

         “REG<space>Account Number”
আৰু পঠিয়াই দিয়ক এই নাম্বাৰত 09223488888
এইটো কাম এবাৰেই কৰিব লাগে ৷ ৰেজিষ্টাৰ সম্পূৰ্ণ হোৱাৰ পাছত আপোনাৰ যেতিয়াই মন যাই বেলেঞ্চ চাব পাৰিব ৷

    বেলেঞ্চ চাবৰ বাবে মিচকল দিয়ক  এই নাম্বাৰত 09223766666 বা SMS কৰিব পাৰে  “BAL” আৰু পঠিয়াই দিয়ক এই নাম্বাৰট 09223766666 

     মিনি ষ্টেটমেণ্ট চাবৰ বাবে মিচকল দিয়ক এই নাম্বাৰত 09223866666 বা SMS কৰক  “MSTMT”  আৰু পঠিয়াই দিয়ক এই নাম্বৰত 09223866666


2)UNITED BANK OF INDIA

   ৰাজহুৱা খণ্ডৰ আন এক বেংক ইউনাইটেড বেংক অফ ইণ্ডিয়াইৰ গ্ৰাহক সকলে ইয়াৰ বাবে ৰেজিষ্টাৰ মোবাইল পৰা মিচকল দিয়ক  এই নম্বৰত  09015431345


3)BANK OF INDIA

    বেংক অব ইণ্ডিয়াৰ মিচকল সেৱাৰ নং হৈছে 09015135135


4) ICICI BANK

   প্ৰাইভেট খণ্ডৰ বৃহৎ বেংক আই চি আই চি আই বেংকৰ মিচকল সেৱাৰ নং হৈছে
9594 612 612
মিনি ষ্টেটমেণ্ট ৰ বাবে
9594 613 613

5) HDFC BANK

     প্ৰাইভেট খণ্ডৰ এক প্ৰধান বেংক HDFC বেলেঞ্চ চাবৰ বাবে মিচকল দিয়ক এই নাম্বাৰত
1800-270-3333 মিনি ষ্টেটমেণ্টৰ বাবে মিচকল দিয়ক 1800-270-3355

6) AXIS BANK

   প্ৰাইভেট খণ্ডৰ এক প্ৰধান বেংক এক্সিচ বেংকৰ বেলেঞ্চ চাবৰ মিচকল দিয়ক এই নাম্বাৰত 1800 419 5959 আৰু মিনি ষ্টেটমেণ্টৰ বাবে মিচকল দিয়ক এই নাম্বাৰত 1800 419 6969

7) PUNJAB NATIONAL BANK

   ৰাজহুৱা খণ্ডৰ আন এক প্ৰধান বেংক পাঞ্জাৱ নেচনেল বেংকৰ বেলেঞ্চ চাবলৈ মিচকল দিয়ক এই নাম্বাৰত 1800 180 2223/0120-2303090

8) BANK OF BARODA

   বেংক অফ বৰোদাৰ গ্ৰাহক সকলে বেলেঞ্চ চাবৰ মিচকল দিয়ক এই 8468001111

9) CANARA  BANK

   ৰাজহুৱা খণ্ডৰ  কানাড়া বেংকৰ বেলেঞ্চ চাবলৈ মিচকল দিয়ক 09015483483 আৰু মিনি ষ্টেটমেণ্টৰ বাবে মিচকল দিয়ক 09015734734

10) UNION BANK OF INDIA

   ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ গ্ৰাহক সকলে বেলেঞ্চ চাবৰ বাবে মিচকল দিয়ক এই নাম্বাৰত 09223008586

11) UCO BANK

  ইউকো বেংকৰ গ্ৰাহক সকলে বেলেঞ্চ চাবৰ বাবে মিচকল দিয়ক এই নাম্বাৰত 1800 274 0123

12) INDIAN BANK 

 ইণ্ডিয়ান বেংকৰ গ্ৰাহক সকলে বেলেঞ্চ চাবৰ বাবে মিচকল দিয়ক এই নাম্বৰত 09289592895/180042500000

13) CENTRAL BANK OF INDIA

 চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ গ্ৰাহক বেলেঞ্চ চাবৰ বাবে মিচকল দিয়ক 95552 44442


Post a Comment

Previous Post Next Post