Whatsapp Bankingৰ বিষয়ে

Whatsapp Banking কি ?


    আজিৰ  ইন্টাৰনেটৰ যুগত বেংকিং তথ্য লাভ কৰা অতি  সহজ হৈ পৰিছে যদিওঁ আজি এনে বহু লোক আছে যিসকলে বেলেঞ্চ চাবৰ বাবে ATMলৈ যাব লগা হয় ৷  গ্ৰাকৰ সুবিধাৰ বাবে কিছু বেংকে আগবঢ়াইছে Whatsapp banking ব্যৱস্থা ৷  ICICI Bank, HDFC Bank, Kotak Mahindra Bank,IndusInd Bank4, Saraswat Bank, , AU Small Finance Bank আদি বেংকে আগবঢ়াইছে এই সুবিধা   ৷  আমি সহজেই Chatting কৰি Account balance, Mini statement, Credit card limit, blocking/unblocking credit and debit cards,EMI, Interest Rates & Eligibility, Pre approved offers আদি তথ্য লাভ কৰিব পাৰিব ৷ তাৰ বাবে আপোনাৰ মোবাইল নং বেংক একাউন্টত ৰেজিষ্টাৰ থকাটো অনিবাৰ্য ৷ এই সেৱা সম্পূৰ্ণ বিনামূলীয়া৷ বেংকৰ গ্ৰাহক নোহোৱা সকলেও এই নম্বৰসমুহত বেংকৰ কিছু তথ্য লাভ কৰিব ৷ কেনেকৈ চাব পাৰি তলত উল্লেখ কৰা হল ৷

(1) ICICI Bank

প্ৰাইভেট খণ্ডৰ বৃহৎ বেংক আই চি আই চি আই বেংকৰ  Whatsapp নং হৈছে  9324953001 ৷
প্ৰথমে আপুনি ইয়াক চেভ কৰি লব লাগিব ৷



প্ৰথমে আপুনি Hi ৰে মেছেজ আৰম্ভ কৰিব পাৰে আৰু তাত দিয়া নিৰ্দেশ মতেে আগবাঢ়িব পাৰিব ৷





(2) HDFC Bank

HDFC বেংকৰ Whatsapp No হৈছে 70659 70659 ৷ আপুনি Hi ৰে মেছেজ আৰম্ভ কৰিব পাৰে।


(3) Kotak Mahindra Bank

কোটাক মহিন্দ্ৰাৰ Whatapp No হৈছে 022 66006022 ৷ আপুনি Help ৰে মেছেজ আৰম্ভ কৰিব পাৰে ৷

(4) IndusInd Bank

IndusInd Bankৰ Whatsapp banking ৰ নং হৈছে 02244066666

সম্পৰ্কীয় লেখা সমুহ: ---
(১) মিচকল দি কেনেকৈ বেংকৰ বেলেঞ্চ চাব পাৰি ৷

2 Comments

Previous Post Next Post