অসমীয়া ৱেবছাইট

A Assamese Website For General Knowledge, Science And Technology, Assamese Literature,Culture, Job, History, Agriculture Etc in Assamese language এই ৱেবছাইটত সাধাৰণ জ্ঞান, বিজ্ঞান আৰু তথ্যপ্ৰযুক্তি, সংস্কৃতি, নিয়োগ, বুৰঞ্জী, কৃষি আদি বিষয় অন্তভুৰ্ক্ত কৰা হৈছে ৷

অনুসন্ধান কৰক

Tuesday, April 28, 2020

Whatsapp Bankingৰ বিষয়ে

Whatsapp Banking কি ?


    আজিৰ  ইন্টাৰনেটৰ যুগত বেংকিং তথ্য লাভ কৰা অতি  সহজ হৈ পৰিছে যদিওঁ আজি এনে বহু লোক আছে যিসকলে বেলেঞ্চ চাবৰ বাবে ATMলৈ যাব লগা হয় ৷  গ্ৰাকৰ সুবিধাৰ বাবে কিছু বেংকে আগবঢ়াইছে Whatsapp banking ব্যৱস্থা ৷  ICICI Bank, HDFC Bank, Kotak Mahindra Bank,IndusInd Bank4, Saraswat Bank, , AU Small Finance Bank আদি বেংকে আগবঢ়াইছে এই সুবিধা   ৷  আমি সহজেই Chatting কৰি Account balance, Mini statement, Credit card limit, blocking/unblocking credit and debit cards,EMI, Interest Rates & Eligibility, Pre approved offers আদি তথ্য লাভ কৰিব পাৰিব ৷ তাৰ বাবে আপোনাৰ মোবাইল নং বেংক একাউন্টত ৰেজিষ্টাৰ থকাটো অনিবাৰ্য ৷ এই সেৱা সম্পূৰ্ণ বিনামূলীয়া৷ বেংকৰ গ্ৰাহক নোহোৱা সকলেও এই নম্বৰসমুহত বেংকৰ কিছু তথ্য লাভ কৰিব ৷ কেনেকৈ চাব পাৰি তলত উল্লেখ কৰা হল ৷

(1) ICICI Bank

প্ৰাইভেট খণ্ডৰ বৃহৎ বেংক আই চি আই চি আই বেংকৰ  Whatsapp নং হৈছে  9324953001 ৷
প্ৰথমে আপুনি ইয়াক চেভ কৰি লব লাগিব ৷



প্ৰথমে আপুনি Hi ৰে মেছেজ আৰম্ভ কৰিব পাৰে আৰু তাত দিয়া নিৰ্দেশ মতেে আগবাঢ়িব পাৰিব ৷





(2) HDFC Bank

HDFC বেংকৰ Whatsapp No হৈছে 70659 70659 ৷ আপুনি Hi ৰে মেছেজ আৰম্ভ কৰিব পাৰে।


(3) Kotak Mahindra Bank

কোটাক মহিন্দ্ৰাৰ Whatapp No হৈছে 022 66006022 ৷ আপুনি Help ৰে মেছেজ আৰম্ভ কৰিব পাৰে ৷

(4) IndusInd Bank

IndusInd Bankৰ Whatsapp banking ৰ নং হৈছে 02244066666

সম্পৰ্কীয় লেখা সমুহ: ---
(১) মিচকল দি কেনেকৈ বেংকৰ বেলেঞ্চ চাব পাৰি ৷

2 comments:

দৈনিক আপডেট পাবলৈ আমাৰ Whatsapp Groupত জইন হব পাৰে