আধাৰ কাৰ্ড কেনেকৈ আবেদন কৰিব ৷ How to Apply for Aadhar Card

আধাৰ কাৰ্ড কেনেকৈ আবেদন কৰিব ৷ How to Apply for Aadhar Card


  বৰ্তমান সময়ত আধাৰ হৈছে এক অতি প্ৰয়োজনীয় পৰিচয় পত্ৰ ৷ আধাৰ হৈছে UIDAI(Unique Identification Authority of India) পৰিচালিত 12 সংখ্যাৰ এক চিনাক্তকৰণ ক্ৰমাংক ৷ এই আধাৰ নম্বৰটোতে সোমাই থাকিব প্রতিজন ভাৰতবাসীৰ ডেম'গ্রাফিক আৰু বায়'মেট্রিক তথ্য। বৰ্তমান সময়ত আধাৰ কাৰ্ডক প্ৰায়বিলাক  চৰকাৰী আৰু বেচৰকাৰী কামত অপৰিহাৰ্য ৰূপে গণ্য কৰা হৈছে ৷

আধাৰ অনলাইন আবেদন কৰিব পাৰিনে


    নোৱাৰি ৷  আধাৰ কাৰ্ড অনলাইত বনাব নোৱাৰি ৷  যদিও আধাৰ অনলাইত আবেদন কৰিব নোৱাৰি তথাপি এই লেখাত এনে কিছু তথ্য আগবঢ়োৱা হৈছে যাৰ দ্বাৰ আপোনাৰ আধাৰ আবেদনত কিছু সহায়ক হৈ পৰে  ৷যদি আপুনি আধাৰ বনাব বিচাৰিছে তাৰ বাবে আপুনি আপোনাৰ প্ৰয়োজনীয় নথিসমুহ লৈ  সোশৰীৰে  আধাৰ কেন্দ্ৰলৈ যাব লাগিব ৷ ইয়াৰ বাবে আপুনি প্ৰথমে এপইণ্টমেণ্ট লব লাগিব ৷ আপুন আধাৰ কেন্দ্ৰলৈ গৈ এপইণ্টমেণ্ট লব লাগিব ৷ এই এপইণ্টমেণ্ট আপুনি অনলাইন যোগেও লব পাৰিব ৷

      আপোনাৰ নিকতবৰ্তি আধাৰ কেন্দ্ৰ চাবলৈ ক্লিক কৰৰ এই লিংক ৷ নিকতবৰ্তি কেন্দ্ৰ

  আধাৰৰ আবেদন বাবে প্ৰথম ষ্টেপ হৈছে এপইণ্টমেণ্ট ৷ আধাৰ কেন্দ্ৰলৈ গৈ এপইণ্টমেণ্ট লব লাগিব  ৷ এপইণ্টমেণ্ট অনলাইনযোগেও লব পাৰি ৷ এপইণ্টমেণ্ট এই চাইটৰ যোগে লব পাৰিব ৷


আধাৰ কাৰ্ডৰ বাবে লাগিব ৷

  • ভাৰতীয় নাগৰিক হব লাগিব৷
  • প্ৰয়োজনীয় নথিপত্ৰ সমুহৰ অৰিজিনেল কপি
  • আধাৰ কাৰ্ড আবেদন ফৰ্ম


আধাৰ কাৰ্ডৰ আবেদন ফৰ্ম তলত দিয়া লিংকত গৈ ডাউলোড কৰিব পাৰিব ৷বা জেৰক্স আদি দোকানটো লাভ কৰিব ৷ 

আধাৰ কাৰ্ডৰ বাবে প্ৰয়োজনীয় নথি সমুহ 


আধাৰ বাবে তিনিবিধ নথি প্ৰয়োজন হয় ৷জন্মৰ প্ৰমাণপত্ৰ
(১) জন্মৰ প্ৰমাণপত্ৰ
(২) পৰিচয় পত্ৰ (Identity proof)
(৩) ঠিকনাৰ প্ৰমাণপত্ৰ (Address proof)

(১) জন্মৰ প্ৰমাণপত্ৰ


  • SSLC Book/CertificatePassport
  • Certificate of Date of Birth issued by Group A Gazetted Officer on letterhead

(২) পৰিচয় পত্ৰ

  • Passport
  • PAN card
  • Ration/PDS Photo card
  • Voter ID
  • Driving license
  • Government Photo ID Cards/service photo identity card issued by PSU
  • NREGS Job Card
  • Photo ID issued by Recognized Educational Institution
  • Arms License
  • Photo Bank ATM Card
  • Photo Credit Card
  • Pensioner Photo Card
  • Freedom Fighter Photo Card
  • Kisan Photo Passbook
  • CGHS/ECHS Photo Card
  • Address Card having Name and Photo issued by Department of Posts
  • Certificate of Identify having photo issued by Gazetted Officer or Tehsildar on letterhead


(৩) ঠিকনাৰ প্ৰমাণপত্ৰ (Address proof)

  • Passport
  • Bank Statement/Passbook
  • Post Office Account Statement/Passbook
  • Ration Card
  • Voter ID
  • Driving License
  • Government Photo ID cards/service photo identity card issued by PSU
  • Electricity Bill (not older than 3 months)
  • Water bill (not older than 3 months)
  • Telephone Landline Bill (not older than 3 months)
  • Property Tax Receipt (not older than 3 months)
  • Credit Card Statement (not older than 3 months)
  • Insurance Policy
  • Signed Letter having Photo from Bank on letterhead
  • Signed Letter having Photo issued by registered Company on letterhead
  • Signed Letter having Photo issued by Recognized Educational Instruction on letterhead
  • NREGS Job Card
  • Arms License
  • Pensioner Card
  • Freedom Fighter Card
  • Kisan Passbook
  • CGHS/ECHS Card
  • Certificate of Address having photo issued by MP or MLA or Gazetted Officer or Tehsildar on letterhead
  • Certificate of Address issued by Village Panchayat head or its equivalent authority (for rural areas) Income Tax Assessment Order
  • Vehicle Registration Certificate
  • Registered Sale/Lease/Rent Agreement
  • Address Card having Photo issued by Department of Posts
  • Caste and Domicile Certificate having Photo issued by State Govt.
  • Disability ID Card/handicapped medical certificate issued by the respective State/UT Governments/Administrations
  • Gas Connection Bill (not older than 3 months)
  • Passport of Spouse
  • Passport of Parents (in case of Minor)


সম্পৰ্কীয় লেখা : ---


1 Comments

Previous Post Next Post