PAN কাৰ্ড হেৰালে ডুপ্লিকেট কপি কেনেকৈ উলিয়াব / How to Apply For Duplicate PAN Card


PAN কাৰ্ড হেৰাল   ডুপ্লিকেট কপি কেনেকৈ উলিয়াব / How to Apply For Duplicate  PAN Card ৷


      যদি আপোনাৰ PAN Card হেৰাইছে বা কৰবাত চুৰ হৈছে বা পুৰণা হৈছে তেতিয়া আপুনি সহজেই  অনলাইন  PAN Cardৰ ডুপ্লিকেট কপি এপ্লাই কৰিব পাৰে ৷ কিন্তু ইয়াৰ বাবে আপুনি আপোনাৰ Pan Card নাম্বাৰ জনাতো দৰকাৰী ৷ পূৰ্বতে  Pan Card হেৰালে Duplicate copy উলিয়াবলৈ থানালৈ যাব লগা হৈছিল আৰু  fir copy লৈ পান কাৰ্ড  কেন্দ্ৰলৈ যাব লগা হৈছিল ৷ কিন্তু বৰ্তমান সময়ত অতি সহজেই আপুনি অনলাইন এপ্লাই কৰিব পাৰি ৷ ইয়াৰ বাবে আপুনি 50 টকা পৰিশোধ কৰিব লাগিব ৷ এই Duplicate copy ১৫ দিনৰ পৰা এক মাহৰ ভিতৰত আপুনি লাভ কৰিব ৷

Duplicate PAN কাৰ্ড অনলাইন কেনেকৈ এপ্লাই কৰিব ৷


(১) ইয়াৰ বাবে প্ৰথমে আপোনাৰ PAN নং জনাটো দৰকাৰী ৷

(২) ইয়াৰ পাছত আপুনি তলত দিয়া চাইত দুটাত   যাব  লাগিব ৷ উল্লেখযোগ্য যে PAN বনোৱাৰ   বাব  দুটা এজেঞ্চিক অনুমতি প্ৰদান কৰা হৈছে ৷ এজেঞ্চি দুটা হৈছে NSDL আৰু UTITSL ৷ আপুনি যিটো এজেঞ্চিৰ পৰা PAN কাৰ্ড উলিয়াইছিল সেইটো চাইট আপুনি যাব লাগিব ৷ এজেঞ্চিৰ নাম কাৰ্ডৰ পাছফালে উল্লেখ থাকে ৷

(১) NSDL
(২) UTITSL

(3) চাইট যোৱাৰ পাছত এনেে ধৰণৰ পেজ অপেন হব ৷



ইয়াৰ ওপৰৰ খন হৈছে NSDL আৰু তলৰখন হৈছে UTITSL ৷ ইয়াত অহা PAN NO , AADHAR NO , DOB দি Captchaটো বহাই Submit কৰিব লাগিব ৷


PAN কাৰ্ডৰ কিবা তথ্য সংশোধন কৰিবলৈ হলে যাব লাগিব তলৰ লিংকত ৷ NSDL CORRECTION


সম্পৰ্কীয় লেখা
(১) আধাৰ কাৰ্ড কেনেকৈ ডাউলোড কৰিব ৷
(২) আধাৰ কাৰ্ড কেনেকৈ আবেদন কৰিব

1 Comments

Previous Post Next Post