অসমীয়া ৱেবছাইট

A Assamese Website For General Knowledge, Science And Technology, Assamese Literature,Culture, Job, History, Agriculture Etc in Assamese language এই ৱেবছাইটত সাধাৰণ জ্ঞান, বিজ্ঞান আৰু তথ্যপ্ৰযুক্তি, সংস্কৃতি, নিয়োগ, বুৰঞ্জী, কৃষি আদি বিষয় অন্তভুৰ্ক্ত কৰা হৈছে ৷

অনুসন্ধান কৰক

Saturday, June 6, 2020

SEBA HSLC 2020 ৰিজাল্ট সমুহ অনলাইনত কেনেকৈ চাব ৷ How to Check SEBA HSLC 2020 Result Online

SEBA HSLC 2020  ৰিজাল্ট সমুহ অনলাইনত কেনেকৈ চাব ৷ How to Check SEBA HSLC 2020 Result Online



    আজি ঘোষণা পুৱা ৯ বজাত ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ উল্লেখযোগ্য যে এইবাৰ  হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩,৫৮,৪৪৬ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷ এইবাব ফলাফল সম্পূৰ্ণভাৱে  অইলাইন প্ৰক্ৰিয়াৰ যোগে ঘোষণা কৰা হব ৷ আৰু অনলাইন যোগে মাৰ্কশ্বীট ৰ এটা চফ্ট কপিওঁ লাভ কৰিব পাৰিব ৷

(১) মেট্ৰিকৰ ফলাফল চাবৰ বাবে ৱেবচাইটৰ লিংক সমুহ হৈছে  -----



(২) Android এপৰ যোগেদিও এই ৰিজাল্ট চাব পাৰি ৷ গুগল প্লেষ্টৰত গৈ SEBA Results 2020 নামৰ এপটো ডাউলোড কৰি চাব পাৰিব ৷ এপ লিংক হৈছে --- SEBA Results 2020


(৩) SMS দ্বাৰাও এই ৰিজাল্ট পাব পাৰিব ৷ তাৰ বাবে মেছেজ কৰিব লাগিব SEBA20<space>Roll Number আৰু send it to 57766 নাম্বাৰত ৷

Results 2020 PDF file





1 comment:

দৈনিক আপডেট পাবলৈ আমাৰ Whatsapp Groupত জইন হব পাৰে