SEBA HSLC 2020 ৰিজাল্ট সমুহ অনলাইনত কেনেকৈ চাব ৷ How to Check SEBA HSLC 2020 Result Online

SEBA HSLC 2020  ৰিজাল্ট সমুহ অনলাইনত কেনেকৈ চাব ৷ How to Check SEBA HSLC 2020 Result Online



    আজি ঘোষণা পুৱা ৯ বজাত ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ উল্লেখযোগ্য যে এইবাৰ  হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩,৫৮,৪৪৬ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷ এইবাব ফলাফল সম্পূৰ্ণভাৱে  অইলাইন প্ৰক্ৰিয়াৰ যোগে ঘোষণা কৰা হব ৷ আৰু অনলাইন যোগে মাৰ্কশ্বীট ৰ এটা চফ্ট কপিওঁ লাভ কৰিব পাৰিব ৷

(১) মেট্ৰিকৰ ফলাফল চাবৰ বাবে ৱেবচাইটৰ লিংক সমুহ হৈছে  -----



(২) Android এপৰ যোগেদিও এই ৰিজাল্ট চাব পাৰি ৷ গুগল প্লেষ্টৰত গৈ SEBA Results 2020 নামৰ এপটো ডাউলোড কৰি চাব পাৰিব ৷ এপ লিংক হৈছে --- SEBA Results 2020


(৩) SMS দ্বাৰাও এই ৰিজাল্ট পাব পাৰিব ৷ তাৰ বাবে মেছেজ কৰিব লাগিব SEBA20<space>Roll Number আৰু send it to 57766 নাম্বাৰত ৷

Results 2020 PDF file





1 Comments

Previous Post Next Post