আন্তৰ্জাতিক বন্ধুত্ব দিৱস

আন্তৰ্জাতিক বন্ধুত্ব দিৱস

  প্ৰতিবছৰে ৩০ জুলাইত পালন কৰা হয় আন্তৰাষ্ট্ৰীয় বন্ধুত্ব দিৱস। এই দিৱসৰ উদ্দেশ্য হৈছে বন্ধু আৰুু বন্ধুত্ব মহত্ব সম্পৰ্কে সকলোলৈকে এক বাৰ্তা প্ৰেৰণ কৰা ৷ যুৱ সকলৰ মাজত খুবেই জনপ্ৰিয়  এই দিৱসত এজন বন্ধুয়ে আনজন বন্ধুলৈ শুভেচ্ছা বাৰ্তা, উপহাৰ, কাৰ্ড আদি প্ৰেৰণ কৰে ।

  ২০১১ প্ৰথম বাৰৰ বাবে পালন কৰা হয় আন্তৰাষ্ট্ৰীয় বন্ধুত্ব দিৱস ৷ এই দিৱসত ২০১১ চনৰ ২৭ এপ্ৰিলত ৰাষ্ট্ৰসংঘৰ এক বৈঠকত ৩০ এপ্ৰিলত আন্তৰাষ্ট্ৰীয় বন্ধুত্ব দিৱস পালনৰ সিদ্ধান্ত লোৱা ৷ ইয়াৰ আগতে পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন দিনত বন্ধুত্ব দিৱস পালন কৰি অহা হৈছিল ৷ ভাৰততে ধৰি দক্ষিণ এছিয়াৰ কেইবাখনো দেশত আগষ্ট মাহৰ প্ৰথম দেওবাৰে বন্ধুত্ব দিৱস পালন কৰা হয়  । এই দিৱসৰ আৰম্ভণি ১৯৩৫ চনত আমেৰিকা আৰম্ভ হৈছিল । আমেৰিকাত আগষ্ট মাহৰ প্ৰথম দেওবাৰে এজন লোকক চৰকাৰে মৃত্যুদণ্ড দিয়ে ইয়াৰ বাবে তেওঁৰ এজন বন্ধুয়ে আত্মহত্যা কৰে ৷ ইয়াৰ পাছত ইয়াৰ স্মৃতিৰ চৰকাৰে আগষ্ট মাহৰ প্ৰথম দেওবাৰে বন্ধুত্ব দিৱস পালন কৰাৰ সিধান্ত লয় ৷


সম্পৰ্কীয় লেখা সমুহ : ----
(১) পৃথিৱীৰ উল্লেখযোগ্য দিৱসসমুহ 

Post a Comment

Previous Post Next Post