ইতিহাসত আজিৰ দিনটো ৩১ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ  ৩১ জুলাই 

উল্লেখযোগ্য দিৱস সমুহ : ------


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৮২ চনৰ আজিৰ দিনটোতে চোভিয়েত ইউনিয়নে পৰমাণু পৰীক্ষণ কৰে ৷
(২) ১৯৯২ চনৰ আজিৰ দিনটোতে নেপালৰ ৰাজধানী কাঠমাণ্ডুত থাইলেণ্ডৰ এখন বিমান দুৰ্ঘটনাত পতিত হয় ১১৩ জন লোকৰ মৃত্যু হয় ।
(৩) ২০০৬ চনৰ আজিৰ দিনটোতে ফিডেল কাষ্ট্ৰ ক্ষমতাৰ ভাৰ নিজৰ ভ্ৰাতৃ ৰাউল কাষ্ট্ৰক প্ৰদান কৰে।
(৪) ২০১০ চনত পাকিস্তানীত অহা বানত ৯০০ লোকৰ মৃত্যু হয়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৩৩ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীয়ে সাবৰমতী আশ্ৰম ত্যাগ কৰে।
(২) ১৯৪৮ চনৰ আজিৰ দিনটোতে কনকাতাত ভাৰতৰ প্ৰথম পৰিৱহণ সেৱা গ্ৰহণ কৰা হয় ।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮৮০ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰখ্যাত গল্পকাৰ আৰু ঔপন্যাসিক মুন্সী প্ৰেমচান্দ জন্ম হয়।
(২) ১৯০২ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কাৰ্টুনিষ্ট কে শংকৰ প্লিলাইৰ জন্ম হৈছিল ।
(৩) ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেত্ৰী মমতাজৰ জন্ম হয় ৷

মৃত্যু : ----

(১) ১৯৪০ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী উত্তম সিংৰ মৃত্যু হয় ৷
(২) ১৯৪১ চনৰ আজিৰ দিনটোতে  ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু সমাজ  সেৱক আশাুতোষ দাসৰ মৃত্যু হয় ৷
(৩) ১৯৭০ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী অভিনেতা আৰু পৰিচালক ফণী শৰ্মাৰ মৃত্যু হয় ।
(৪) ১৯৮০ চনৰ আজিৰ দিনটোতে ভাৰতৰ সংগীতৰ এগৰাকী পাৰ্শ্ব গায়ক মহম্মদ ৰফিৰ মৃত্যু হয় ৷



Post a Comment

Previous Post Next Post