আজিৰ দিনটোৰ ইতিহাস ১৭ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ১৭ জুলাই ২০২০ চন ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস।
(২)  শ্লোভাকিয়াৰ স্বাধীনতা দিৱস

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৭৪ চনৰ আজিৰ দিনটোতে লণ্ডন টাৱাৰত হোৱা বিস্ফোৰণত ৪১ জন লোক নিহত হয় ৷
(২) ১৭১২ চনৰ আজিৰ দিনটোতে ইংলেণ্ড, পর্তুগাল আৰু ফ্ৰাঞ্চে যুদ্ধ বিৰতি ঘোষণা কৰে ৷
(৩) ১৯৫০ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাত সাম্যবাদী অধিনিয়ম প্ৰয়োগ কৰা হয় ।
(৪) ১৯২৯ চলৰ আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নে চীনৰ লগত কূটনৈতিক সম্পৰ্ক বন্ধ কৰে৷
(৫) ১৯৯৬ বৰ্ষৰ আজিৰ দিনটোতে ‘‘শ্বু-মেকাৰ লেভী’ নামৰ ধুমকেতুটোৰ সৈতে বৃহস্পতি গ্ৰহৰ সংঘৰ্ষ ঘটিছিল।
(৬) ১৮৯৩ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ আৰ্থাৰ শ্ৰেসবাৰি টেষ্ট ক্ৰিকেটত ১০০০ ৰাণ সংগ্ৰহ কৰা প্ৰথম খেলুৱৈ ৰূপে পৰিগণিত হয়।
(৭) ২০১৪ চনৰ আজিৰ দিনটোতে মালয়েছিয়া এয়াৰলাইনছ বিমান -১৭ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ২৪৩ জন লোকৰ মৃত্যু হয় ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৯৬ চনৰ আজিৰ দিনটোতে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কৰুণানিধিয়ে বিধানসভাত তামিলনাডুৰ ৰাজধানী মাদ্ৰাজৰ নাম সলনি কৰি  চেন্নাইৰূপে ঘোষণা কৰে। 
(২) ১৯৫০ চনৰ আজিৰ দিনটোতে পাঠানকোটত ভাৰতৰ প্ৰথমটো বিমান দুৰ্ঘটনা সংঘটিত হয়। 

(৩) ১৯৭৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ যাত্ৰীবাহী জাহাজ এছএছ ৰামদাস মুম্বাইত অহা এক ছুনামিৰ ফলত ধ্বংস হৈ ৬২৫ জন লোকৰ মৃত্যু হয় ।
(৪) ২০১০ চনৰ আজিৰ দিনটোতে ভাৰতীয় টকাৰ প্ৰতীক চিহ্ন গ্ৰহণ কৰা হয়।
(৫) ১৪৮৯ চনৰ আজিৰ দিনটোতে নিজাম শ্বাহ দিল্লীৰ চুলতান ৰূপে অধিষ্ঠিত হয় ৷
(৬) ১৯৪৮ চনৰ আজিৰ দিনটোতে নাৰীক ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় আৰক্ষী সেৱা সৈতে সকলো ধৰণৰ প্ৰশাসনিক সেৱাৰ বাবে যোগ্য বুলি ঘোষণা কৰ হয়। 

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯৬৯ চনৰ আজিৰ দিনটোতে অভিনেতা ৰবি কিসানৰ জন্ম হয়। 

(২) ১৯৫৯ চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী জেৰিণা ওহাৱৰ জন্ম হয় ।


মৃত্যু : ----


(১) ২০০৫ চনৰ আজিৰ দিনটোতে ৰিজাৰ্ভ বেংকৰ চতুৰ্দশ গভৰ্ণৰ আই জি পেটেলৰ মৃত্যু হয়। 
(২) ২০১৩ চনৰ আজিৰ দিনটোতে শিক্ষাবিদ বৰুন দেৰ মৃত্যু হয় ৷
(৩) ১৯৯২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ অভিনেত্ৰী, গায়িকা আৰু চলচ্চিত্ৰ নিৰ্মাতা কাণন দেবী মৃত্যু  হয়। 
(৪) ১৯৭০ চনৰ আজিৰ দিনটোতে অৰ্থনীতিৰ জনকৰূপে খ্যাত আডাম স্মিথৰ মৃত্যু হয়। 



2 Comments

Previous Post Next Post