আজিৰ দিনটোৰ ইতিহাস ২২ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ২২ জুলাই ২০২০ চন ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আমৰ দিৱস (Mango)
(২) প’লেণ্ডৰ ৰাষ্ট্ৰীয় দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭৩১ চনৰ আজিৰ দিনটোতে স্পেইননে ভিয়েনা চুক্তিত স্বাক্ষৰ কৰে। 
(২) ১৯৬৯ চনৰ আজিৰ দিনটোতে চোভিয়েত ইউনিয়নে স্পুটনটিক 50 আৰু  মোলানিয়া ১১২ উপগ্ৰহ  উৎক্ষেপন কৰে ৷ 
(৩) ২০০৩ চনৰ আজিৰ দিনটোতে চীনত অহা ৬.২ ৰিখটাৰ স্কেলত প্ৰাবল্য  হোৱা প্ৰবল ভূমিকম্পৰ ফলত ৮৯ জন লোক নিহত হয়  ৷
(৪) চেৰ বাহাদুৰ দেউৰা নেপালৰ প্ৰধানমন্ত্ৰী ৰূপে অধিষ্ঠিত হয় ।
(৫) ১৯৯৯ চনৰ আজিৰ দিনটোতে আন্তৰ্জাতিক শ্ৰম সংগঠনে সমান কামৰ বাবে সমান মজুৰিৰ নীতি ঘোষণা কৰে ৷
(৬) ২০০৩ চনৰ আজিৰ দিনটোতে ইৰাকত হোৱা বিমান আক্ৰমণৰ ঘটনাত ছাদ্দাম হুছেইনৰ দুই পুত্ৰৰ মৃত্যু হয়। 
(৭) ১৭৭৫ চনৰ আজিৰ দিনটোতে জৰ্জ ৱাচিংটন আমেৰিকাৰ সেনাৰ কামাণ্ডৰ দায়িত্ব গ্ৰহণ কৰে ৷ 

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৪৭ চনৰ আজিৰ তাৰিখতে ভাৰতীয় জাতীয় পতাকাৰ  চৰকাৰী পতাকা হিচাবে গৃহীত হৈছিল।
(২) ১৯১৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম দক্ষ পাইলট ইন্দ্ৰলাল ৰায়ে প্ৰথম বিশ্বযুদ্ধত জামাৰ্নীৰ হৈ অংশগ্ৰহণ কৰি মৃত্যু বৰণ কৰে ৷
(৩) ২০১২ চনৰ আজিৰ দিনটোতে প্ৰণৱ মুখার্জী ভাৰতৰ ১৩তম ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয়। 
(৪) ১৯৮১ চনৰ আজিৰ দিনটোতে ভাৰতৰ ভূস্থিৰ উপগ্ৰহ এপলে কাম কৰাৰ আৰম্ভ কৰে। 

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----


(১) ১৯২৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ পাশ্বগায়ক প্ৰসিদ্ধ মুকেশৰ জন্ম হয় ।
(২) ১৯৬৫ চনৰ আজিৰ দিনটোতে ৰমণ মেগছেছে বঁটা বিজয়ী প্ৰখ্যাত সমাজকৰ্মী সন্দীপ পাণ্ডে জন্ম হয় ৷
(৩) ১৯৭০ চনৰ আজিৰ দিনটোতে মহাৰাষ্ট্ৰৰ ১৮তম মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী দেবেন্দ ফাডনবিজৰ জন্ম হৈছিল ৷
(৪) ১৯৫৮ চনৰ আজিৰ দিনটোতে ভাৰত চৰকাৰ এজন কেন্দ্ৰীয়মন্ত্ৰী অনন্ত কুমাৰৰ জন্ম হৈছিল। 

মৃত্যু : ----


(১) আজিৰ দিনটোতে ৰংমন নামে খ্যাত অসমীয়া ৰহস্য সাহিত্যৰ ৰচক ৰবীন দেৰ মৃত্যু হয়
(২) ২০০৬ চনৰ আজিৰ দিনটোতে বিশিষ্ট কবি হৰি বৰকাকতিৰ মৃত্যু হয় ৭৯ বছৰ বয়সত।
(৩) ১৯৩৩ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰীয়বাদী নেতা মোহল লাল গুপ্তা মৃত্যু হয় ।

Post a Comment

Previous Post Next Post