আজিৰ দিনটোৰ ইতিহাস ১০ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ১০ জুলাই ২০২০ চন ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

ৰাষ্ট্ৰীয় মৎস্য কৃষক দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯১৩ চনৰ আজিৰ দিনটোতে ৰোমানিয়াই বোলগেৰিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷
(২) ১৯৯১ চনৰ আজিৰ দিনটোতে নিষেধাজ্ঞাৰ পাছত দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলক আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ স্থান দিয়া হয় ।

(৩) ১৯৬২ চনৰ আজিৰ দিনটোতে আমেৰিকাই  মহাকাশলৈ পৃথিৱীৰ প্ৰথম দূৰসংযোগী বাণিজ্যিক কৃত্ৰিম উপগ্ৰহ ‘টেলিষ্টাৰ—১’ উৎক্ষেপণ কৰা হয় ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৬৫ চনৰ আজিৰ দিনটোতে গোয়েলিয়ৰত প্ৰথম N.C.C. কলেজ স্থাপন কৰা হয় ৷
(২) ১৯৬৪ চনৰ আজিৰ দিনটোতে কৰ্ণাটকত  বাংগালোৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয় ৷
(৩) ১৯৭১ চনৰ আজিৰ দিনটোতে কেৰেলাত কোচিন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। 
(৪) ১৯৯২ চনৰ আজিৰ দিনটোতে প্ৰথম ভাৰতত নিৰ্মিত দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ INSAT-2A আমেৰিকাৰ পৰা উৎক্ষেপণ কৰা হয় ।

(৫) ১৯৬০ চনৰ আজিৰ দিনটোতে ভাৰত আৰু কানাডাৰ যৌথ নিউক্লিয় ৰিয়েক্টৰ ‘ছাইৰাছ’ কাৰ্যক্ষম কৰা হয় ৷

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯৫১ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনীতিবিদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিংৰ জন্মগ্ৰহণ কৰে ৷
(2) ১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা খেলুৱৈ সুনীল মনোহৰ গাভাস্কাৰৰ জন্মগ্ৰহণ  কৰে  ।
(৩) ১৯৫০ চনৰ আজিৰ দিনটোতেই ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত শাস্ত্ৰীয় সংগীতশিল্পী, পাৰবীন চুলতানাৰ জন্ম হৈছিল ৷
(৪) ১৯৪০ চনৰ আজিৰ দিনটোতে ভাৰতীয় অৰ্থনীতিবিদ আৰু ৰাজনীতিবিদ মেঘনাদ দেশাইৰ জন্ম হয় ।

(৫) ১৮৭১ চনৰ আজিৰ দিনটোতে ফৰাছী ঔপন্যাসিক, সমালোচক আৰু ৰচনাবিদ মাৰ্চেল প্ৰুষ্ট ৰ জন্মগ্ৰহণ কৰে ৷


মৃত্যু : ----


১) ১৯৯১ চনৰ আজিৰ দিনটোতে পদ্মবিভূষণ বঁটা বিজয়ী প্ৰখ্যাত ভাৰতীয় বিজ্ঞানী চি.জি. পণ্ডিতৰ মৃত্যু হয় ৷

(২) ২০১৩ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত ভাৰতীয় লেখক গকুলানন্দ মহাপাত্ৰৰ মৃত্যু হয়। 




Post a Comment

Previous Post Next Post