আজিৰ দিনটোৰ ইতিহাস ১১ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ১১ জুলাই ২০২০ চন ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

বিশ্ব জনসংখ্যা দিৱস। 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----



ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ২০০৬ চনৰ আজিৰ দিনটোতে মুম্বাইত হোৱা এক ধাৰাবাহিক বোমা বিস্ফোৰণ ২০০৯ জন লোকৰ মৃত্যু হয় ৷
(২) ২০০৩ চনৰ আজিৰ দিনটোতে ঐতিহাসিক দিল্লী-লাহোৰ বাছ সেৱা পুনৰ আৰম্ভ হয়।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৭৬৭ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ষষ্ঠজন ৰাষ্ট্ৰপতি জন কুইন্সি আডামছ জন্ম হৈছিল ৷ তেওঁ ১৮২৫ চনৰ পৰা ১৮২৯ চনলৈ আমেৰিকা ৰাষ্ট্ৰপতি আছিল ৷
(২) ১২৭৪ চনৰ আজিৰ দিনটোতে স্কটলেণ্ডৰ ৰজা ৰবাৰ্ট ব্ৰুছৰ(১৩০৬-১৩২৯) জন্ম হৈছিল।
(৩) ১৬৫৭ চনৰ আজিৰ দিনটোতে প্ৰুছিয়াৰ ৰজা ফ্ৰেডৰিক দি গ্ৰেটৰ জন্ম হয়।
(৪) ১৯৬০ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেতা কুমাৰ গৌৰৱৰ জন্ম হয় ৷
(৫) ১৯৫৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় আমেৰিকা লেখক অমিতাভ ঘোষৰ জন্ম হয় ৷

(৬) ১৯৫৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ এজন ৰাজনীতেবিদ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুৰেচ পভুৰ জন্ম হয়।

মৃত্যু : ----


(১) ১৯৭৪ চনৰ আজিৰ দিনটোতে   নোবেল বিজয়ী সাহিত্য ছুইডেনৰ  পাৰ ফবিয়ান লাগেৰভিষ্টৰ মৃত্যু হয় । তেও ১৯৫১ চনত নোবেল বঁটা লাভ কৰে। 


(২) ১৯৮৯ চনৰ আজিৰ দিনটোত প্ৰখ্যাত ব্ৰিটিছ অভিনেতা লৰেন্স অলিভিয়াৰৰ মৃত্যু হৈছিল।



Post a Comment

Previous Post Next Post