আজিৰ দিনটোৰ ইতিহাস ১৩ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ১৩ জুলাই ২০২০ চন ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭৭২ চনৰ আজিৰ দিনটোতে কেপ্তেইন জেমছ কুকে দ্বিতীয়বাৰৰ বাবে দক্ষিণ সাগৰলৈ যাত্ৰা কৰে ৷
(২) ১৮৮২ চনৰ আজিৰ দিনটোতে ৰাছিয়াত ট্ৰেইন লাইনচ্যুত হোৱাৰ ফলত ২০০ জন লোকৰ মৃত্যু হয় ।
(৩) ১৯০৮ চনৰ আজিৰ দিনটোতে লণ্ডনত চতুৰ্থ  আধুনিক অলিম্পিক খেল অনুষ্ঠিত হৈছিল ৷
(৪) ২০০০ চনৰ আজিৰ দিনটোতে আমেৰিকা আৰু ভিয়েটনামৰ মাজত বৃহৎ বাণিজ্যিক চুক্তি স্বাক্ষৰিত হয়। 

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৭৪ চনৰ আজিৰ দিনটোতে ইংলেণ্ড ভাৰতে প্ৰথমখন এদিনীয়া ক্ৰিকেট মেছ খেলিছিল। 
(২) ১৯৭৭ চনত আজিৰ দিনতে কেন্দ্ৰত চৰকাৰ সলনি হোৱা বাবে ১৯৮০ চনলৈকে পদ্ম সন্মান প্ৰদান বন্ধ।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৭৯৩ চনৰ আজিৰ দিনটোতে ইংৰাজী কবি জন ক্লিয়াৰ জন্ম হয় ।
(২) ১৯৩২ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ অভিনেত্ৰী বীনা ৰায়ৰ জন্ম হৈছিল ৷
(৩) ১৯৩৯ চনৰ আজিৰ দিনটোত ভাৰতীয় চলচ্চিত্ৰ জগতৰ এজন বিশিষ্ট প্ৰযোজক তথা পৰিচালক  প্ৰকাশ মেহৰাৰ জন্ম হয় ৷ ২০০৯ চনত তেখেতৰ মৃত্যু হয় ৷
(৪) ১৯৪১ চনৰ আজিৰ দিনটোতে হিন্দী আৰু ইংৰাজী সাহিত্যৰ আধুনিক গল্পকাৰ আৰু উপন্যাসিক সুনিতা জৈনৰ জন্ম হৈছিল।
(৫) ১৯৪৪ চনৰ আজিৰ দিনটোতে মিজোৰামৰ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ জন্ম হয়।

(৬) ১৯৮৪ চনৰ আজিৰ দিনটোতে বলিউদ অভিনেত্ৰী উৰ্বশী শৰ্মাৰ জন্ম হয় ৷


মৃত্যু : ----


(১) ১৬৯৩ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ এগৰাকী  জ্যোতির্বিদ্যা   জেমছ ব্ৰডলি মৃত্যু হয় ৷


(২) ১৯৯৫ চনৰ আজিৰ দিনটোত বাংলা ভাষাৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা আশাপূৰ্ণা দেৱীৰ মৃত্যু হয়।


1 Comments

Previous Post Next Post