অসমীয়া ৱেবছাইট

A Assamese Website For General Knowledge, Science And Technology, Assamese Literature,Culture, Job, History, Agriculture Etc in Assamese language এই ৱেবছাইটত সাধাৰণ জ্ঞান, বিজ্ঞান আৰু তথ্যপ্ৰযুক্তি, সংস্কৃতি, নিয়োগ, বুৰঞ্জী, কৃষি আদি বিষয় অন্তভুৰ্ক্ত কৰা হৈছে ৷

অনুসন্ধান কৰক

Sunday, July 12, 2020

গুৱাহাটীৰবাসীৰ বাবে সুখবৰ ৰিলায়েঞ্চছে আগবঢ়াইছে গ্ৰছাৰি হোম ডেলিভাৰী এপ JIOMART

গুৱাহাটীৰবাসীৰ বাবে সুখবৰ ৰিলায়েঞ্চছে আগবঢ়াইছে গ্ৰছাৰি হোম ডেলিভাৰী এপ JIOMART




     গুৱাহাটীৰ বাবে সুখবৰ। ঘৰতে বহি লাভ কৰিব গ্ৰছাৰি আইটেম ৷ ৰিলায়েঞ্চছে আগবঢ়াইছে গ্ৰছাৰি হোম ডেলিভাৰী এপ JIOMART ৷ উল্লেখযোগ্য কিছু দিনৰ পূৰ্বে আৰম্ভ কৰা JIOmartতে  লক ডাউনৰ বাবে কিছুদিন ডেলিভাৰী বন্ধ থকাৰ পাছত ১২ জুলাই দেওবাৰৰ পৰা পুনৰ এই সেৱা আৰম্ভ কৰে ৷ ইয়াব বাবে Jiomartতে দেওবাৰে গ্ৰাহকসকলক বাবে আগবঢ়াইছে Sunday special offers ৷  এই অফাৰত  ৯ টকাত এক কেজি পিয়াজৰ উপৰিও সকলো প্ৰডাক্টতে আগবঢ়াইছে ৰেহাইৰ সুবিধা  ৷ 



অললাইত আৰু কেছ অন ডেলিভাৰী সুবিধা JioMartতে পেমেন্টৰ কিছু অফাৰ আগবঢ়াইছে ৷
HDFC কাৰ্ডৰে পেমেন্টত ১০% কেছবেকৰ সুবিধা আছে ৷ গ্ৰাহকসকলে JioMartত ৱেবছাইট www.jiomart.comত গৈ চপিং কৰিব পাৰিব। 


1 comment:

দৈনিক আপডেট পাবলৈ আমাৰ Whatsapp Groupত জইন হব পাৰে