গুৱাহাটীৰবাসীৰ বাবে সুখবৰ ৰিলায়েঞ্চছে আগবঢ়াইছে গ্ৰছাৰি হোম ডেলিভাৰী এপ JIOMART

গুৱাহাটীৰবাসীৰ বাবে সুখবৰ ৰিলায়েঞ্চছে আগবঢ়াইছে গ্ৰছাৰি হোম ডেলিভাৰী এপ JIOMART




     গুৱাহাটীৰ বাবে সুখবৰ। ঘৰতে বহি লাভ কৰিব গ্ৰছাৰি আইটেম ৷ ৰিলায়েঞ্চছে আগবঢ়াইছে গ্ৰছাৰি হোম ডেলিভাৰী এপ JIOMART ৷ উল্লেখযোগ্য কিছু দিনৰ পূৰ্বে আৰম্ভ কৰা JIOmartতে  লক ডাউনৰ বাবে কিছুদিন ডেলিভাৰী বন্ধ থকাৰ পাছত ১২ জুলাই দেওবাৰৰ পৰা পুনৰ এই সেৱা আৰম্ভ কৰে ৷ ইয়াব বাবে Jiomartতে দেওবাৰে গ্ৰাহকসকলক বাবে আগবঢ়াইছে Sunday special offers ৷  এই অফাৰত  ৯ টকাত এক কেজি পিয়াজৰ উপৰিও সকলো প্ৰডাক্টতে আগবঢ়াইছে ৰেহাইৰ সুবিধা  ৷ 



অললাইত আৰু কেছ অন ডেলিভাৰী সুবিধা JioMartতে পেমেন্টৰ কিছু অফাৰ আগবঢ়াইছে ৷
HDFC কাৰ্ডৰে পেমেন্টত ১০% কেছবেকৰ সুবিধা আছে ৷ গ্ৰাহকসকলে JioMartত ৱেবছাইট www.jiomart.comত গৈ চপিং কৰিব পাৰিব। 


1 Comments

Previous Post Next Post