আজিৰ দিনটোৰ ইতিহাস ১৯ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ১৯ জুলাই ২০২০ চন ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আইচক্ৰীম দিৱস ৷
(২) ম্যানমাৰৰ শ্বহীদ দিৱস।
(৩) নিকাৰাগুৱাৰ মুক্তি দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭৭০ চনৰ আজিৰ দিনটোতে ফ্ৰান্সে   প্ৰুছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷
(২) ১৯০০ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ ৰাজধানী পেৰিছত প্ৰথম মেট্ৰ ৰেল চলাচল কৰে ৷ উল্লেখযোগ্য য়ে পৃথিৱীৰ প্ৰথম মেট্ৰ সেৱা লণ্ডনত আৰম্ভ হৈছিল। 
(৩) ২০০১ চনৰ আজিৰ দিনটোতে নেপালৰ প্ৰধানমন্ত্ৰী গিৰিজা প্ৰসাদ কৈৰালা নিজৰ পদৰ পৰা পদত্যাগ কৰে ।
(৪) ১৯৪০ চনৰ আজিৰ দিনটোতে এডল্ফ হিটলাৰে গ্ৰেট ব্ৰিটেইনক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে। 
(৫) ১৯৭৬ চনৰ আজিৰ দিনটোতে নেপালৰ সাগৰমাথা পাৰ্ক নিৰ্মাণ কৰা হয় ।
(৬) ১৯৬১ চনৰ আজিৰ দিনটোতে বিমানত প্ৰথমবাৰৰ বাবে চিনেমা প্ৰদৰ্শন কৰা হয় ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ২০০৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিংয়ে আমেৰিকাৰ সংসদত ভাষণ প্ৰধান কৰে ।
(২) ১৯৬৯ চনৰ আজিৰ দিনটোতে  ভাৰতৰ ১৪টা প্ৰধান বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল।
(৩) ১৭৬৩ চনৰ আজিৰ দিনতোতে হোৱা কোটাৱাৰ যুদ্ধত বংগৰ নৱাব মিৰ কাছিমক ব্ৰিটিছ সৈন্যই সম্পূৰ্ণ ৰূপে পৰাজিত কৰে। 



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----


(১) ২০০৮ চনৰ এই তাৰিখতে এজন অসমীয়া শ্বহীদ, ৰাষ্ট্ৰীয় বীৰ কেপ্তেইন জিণ্টু গগৈলৈ মৰণোত্তৰ ভাৱে বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হৈছিল।

জন্ম : ----

(১) ১৮২৭ চনৰ আজিৰ দিনটোতে    ভাৰতীয় স্বাধীনতা সংগ্ৰামী মংগল পাণ্ডেৰ জন্ম হৈছিল  ৷

(২) ১৮১৪ চনৰ আজিৰ  দিনটোতে ৰিভলভাৰৰ আবিষ্কাৰক ছেমুৱেলছ কোল্ট জন্ম হয় ।

মৃত্যু : ----



(১) ২০১৪ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ অভিনেতা জেমছ গাৰ্নাৰ মৃত্যু হয় ৷



Post a Comment

Previous Post Next Post