আজিৰ দিনটোৰ ইতিহাস ১৪ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ১৪ জুলাই ২০২০ চন ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বায়ু পৰীক্ষা দিৱস
(২) আজি ইৰাকৰৰ গণতন্ত্ৰ দিৱস।
(৩) আজি ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৫৩ চনৰ আজিৰ দিনটোতে  নিউজিলেণ্ডত প্ৰথম সাধাৰণ নিৰ্বাচন হৈছিল ৷
(২) ১৭৮৯ চনৰ আজিৰ দিনটোতে ফৰাচী বিপ্লৱৰ সূচনা হৈছিল।
(৩) ১৯৭৬ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ডেমোক্ৰেটিক পাৰ্টিয়ে জিমি কাৰ্টাৰক আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে ঘোষণা কৰে ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৯৭ চনৰ আজিৰ দিনটোতে জয়পুৰত মালবাহী ট্ৰেইন আৰু যাত্ৰীবাহীৰ ট্ৰেইনৰ মাজত হোৱা সংঘৰ্ষত ৮৫ জন লোকৰ মৃত্যু হয়। 

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৬৫৬ চনৰ আজিৰ দিনটোতে অষ্টম শিখ গুৰু "গুৰু হৰ কিসান" জন্ম হয়। 
(২) ১৮৫৬ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সমাজকৰ্মী গণেশ গোপাল আগাৰকাৰৰ জন্ম হয় ।
(৩) ১৯০২ চনৰ আজিৰ দিনটোতে উত্তৰ প্ৰদেশৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী চন্দ্ৰভানু গুপ্তৰ জন্ম হয় ।

মৃত্যু : ----


(১) ২০০২ চনৰ আজিৰ দিনটোতে এখুদ ককাইদেউ নামেৰে পৰিচিত নৱকান্ত বৰুৱাৰ মৃত্যু হয়।
(২) ১৯৯৮ চনৰ আজিৰ দিনটোতে এই মেক ড'নাল্ড ৰেষ্টুৰেণ্টৰ প্ৰতিষ্ঠাতা প্ৰখ্যাত ব্যৱসায়ী ৰিচাৰ্ড মেক ড'নাল্ডৰ মৃত্যু হয়।
(৩) ১৯৭৫ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ প্ৰসিদ্ধ সংগীত পৰিচালক মদন মোহনৰ মৃত্যু হয়। 

Post a Comment

Previous Post Next Post