আজিৰ দিনটোৰ ইতিহাস ২১ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ২১ জুলাই ২০২০ চন ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) জাংক ফুড দিৱস
(২)  বেলজিয়ামৰ ৰাষ্ট্ৰীয় দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৮৮ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ আবিষ্কাৰক ডানলপে টায়াৰ আৰু টিউব আবিষ্কাৰ কৰে ৷
(২) ১৯৬০ চনৰ আজিৰ দিনটোতে শ্ৰীলংকা 
শ্ৰীমাভো বন্দৰনায়কে বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰীৰূপে অধিষ্ঠিত হয় ৷
(৩) ১৮৮৪ চনৰ আজিৰ দিনটোতে লৰ্ডত প্ৰথমখন টেষ্ট মেছ খেলা হয় ।
(৪) ২০০৮ চনৰ আজিৰ দিনটোতে ৰামবৰণ যাদৱক নেপালৰ প্ৰথম ৰাষ্ট্ৰপতিৰূপে অধিষ্ঠিত হয়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৬৩ চনৰ আজিৰ দিনটোতে কাশী  বিদ্যপীঠ বিশ্ববিদ্যালয় ৰূপে ঘোষণা কৰা হয় ৷
(২) ১৮৮৩ চনৰ আজিৰ দিনটোতে কলিকতাত প্ৰথম সাৰ্বজনিন থিয়েটাৰ আৰম্ভ হয় ।
(৩) ২০০৭ চনৰ আজিৰ দিনটোতে প্ৰতিভা পাটিল ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতিৰূপে অধিষ্ঠিত হয় ।
(৪) ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় সংবিধানে জাতীয় পতাকক স্বীকৃতি প্ৰদান কৰে ৷
(৫) ১৯৮৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাষ্ট্ৰীয় উপগ্ৰহ INSAT-1C পৰীক্ষা কৰা হয় ।
(৬) ১৯৭৭ চনৰ আজিৰ দিনটোতে নীলম সঞ্জীৱ ৰেড্ডি ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয় ।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮৯৯ চনৰ আজিৰ দিনটোত আমেৰিকাৰ গল্পকাৰ, ঔপন্যাসিক আৰ্নেষ্ট হেমিংৱেৰ জন্ম হয়। 
(২) ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ দলৰ  ক্ৰিকেট খেলুৱৈ চেতন চৌহানৰ জন্ম হয়।
(৩) ১৯৩০  চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ গীতিকাৰ আনন্দ বাকসিৰ জন্ম হয় ৷

মৃত্যু : ----


(১) ১৯০৬ চনৰ আজিৰ দিনটোতে

ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জীৰ মৃত্যু হৈছিল ৷

Post a Comment

Previous Post Next Post