আজিৰ দিনটোৰ ইতিহাস ২৫ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ২৫ জুলাই ২০২০ চন ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৬৮৯ চনৰ আজিৰ দিনটোতে ফ্ৰাঞ্চে ইংলেণ্ডৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷
(২) ১৮১৪ চনৰ আজিৰ দিনটোতে হোৱা নায়েংগা ফল্চ যুদ্ধত আমেৰিকাই ব্ৰিটেইনক পৰাস্ত কৰে ৷
(৩) ১৯৬৩ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ, ৰাচিয়া আৰু ব্ৰিটেইনে পৰমাণু পৰীক্ষণ নিষিদ্ধ চুক্তিত স্বাক্ষৰিত কৰে৷
(৪) ১৯৯৪ চনৰ আজিৰ দিনটোতে জৰ্ডান আৰু ইজৰাইলৰ মাজত চলি অহা ৪৬ বছৰীয়া যুদ্ধৰ সমাপ্তি হয় ।

(৫) ১৮৩৭ চনৰ আজিৰ দিনটোতে ইলেকট্ৰিক টেলিগ্ৰাফৰ  প্ৰথমটো সফলতা পূৰ্বক ব্যৱহাৰ প্ৰদৰ্শন কৰা হয় ।
(৬) ১৯০৯ চনৰ আজিৰ দিনটোতে বাৰ্চিলোনা চহৰত শ্ৰমিক বিদ্ৰোহ আৰম্ভ হয়। 
(৭) ১৯৮৭ বৰ্ষৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথম টে'ষ্ট টিউব শিশু "লুইজ জয় ব্ৰাউন"ৰ জন্ম হৈছিল।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ২০০৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে ৰাষ্ট্ৰপতি পদৰ শপত লয় ।
(২) ১৮১৩ চনৰ আজিৰ দিনটোতে কলকতা ভাৰতৰ প্ৰথম নাঁও দৌৰ প্ৰতিযোগিতা আয়োজন কৰা হয় ।
(৩) ১৯৭৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতিৰূপে নীলম সঞ্জীৱ ৰেড্ডিয়ে কাৰ্য্যভাৰ গ্ৰহণ কৰে। আৰু ১৯৮২ চনৰ আজিৰ দিনটোতে কাৰ্য্যকাল সমাপ্ত হয়। 
(৪) ১৯৮২ আজিৰ দিনটোতে জাইল সিংয়ে ভাৰতৰ সপ্তম ৰাষ্ট্ৰপতিৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰে আৰু ১৯৮৭ চনৰ আজিৰ দিনটোতে কাৰ্য্যকাল সমাপ্ত হয় । 
(৫) ১৯৮৭ চনৰ আজিৰ দিনটোতে ৰামাস্বামী ভেঙ্কটৰমন অষ্টম ৰাষ্ট্ৰপতিৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰে আৰু ১৯৯২ চনৰ আজিৰ দিনটোতে কাৰ্য্যকাল সমাপ্ত হয়। 
(৬) ১৯৯২ চনৰ আজিৰ দিনটোতে   শঙ্কৰ দয়াল শৰ্মা ভাৰতৰ নৱম ৰাষ্ট্ৰপতিৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰে আৰু ১৯৯৭ চনৰ আজিৰ দিনটোতে কাৰ্য্যকাল সমাপ্ত হয় ।
(৭) ১৯৯৭ চনৰ আজিৰ দিনটোতে কে আৰ নাৰায়ণন ভাৰতৰ দশম ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰে আৰু ২০০২ চনৰ আজিৰ দিনটোতে কাৰ্য্যকাল সমাপ্ত হয় ।
(৮) ২০০২ চনৰ আজিৰ দিনটোতে এ. পি. জে. আব্দুল কালাম ভাৰতৰ ৰাষ্ট্ৰপতিৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰে আৰু ২০০৭ চনৰ আজিৰ দিনটোতে কাৰ্য্যকাল সমাপ্ত হয়।  
(৯) ২০১২ চনৰ আজিৰ দিনটোতে প্ৰণৱ মুখাৰ্জী ভাৰতৰ ৰাষ্ট্ৰপতিৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰে আৰু ২০১৭ চনৰ আজিৰ দিনটোতে কাৰ্য্যকাল সমাপ্ত হয় ৷

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯২৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰসিদ্ধ ৰাজনীতিবিদ তথা ভাৰত কমিউনিষ্ট পাৰ্টিৰ এগৰাকী আগশাৰীৰ নেতা সোমনাথ চেতাৰ্জীৰ জন্ম হয়। 
(২) ১৯৬৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰসিদ্ধ ৰাজনীতিবিদ হৰচিমৰত কৌৰ বাদলৰ জন্ম হয়। 
(৩) ১৯৪৩ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী কবি, সাহিত্যক অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাৰ জন্ম হৈছিল ।



মৃত্যু : ----


(১) ১৯৯১  চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী অৰ্থনীতিবিদ আৰু প্ৰাক্তন কেন্দ্ৰীয়মন্ত্ৰী ড° ভি কে আৰ ভি ৰাওৰ মৃত্যু হৈছিল ৷
(২) ১৯৯১ চনৰ আজিৰ দিনটোতে  অসমীয়া চলচ্চিত্ৰ এজন প্ৰসিদ্ধ পৰিচালক নিপ বৰুৱাই মৃত্যু হয় ।
(৩) ২০০৬ চনৰ আজিৰ দিনটোতেই অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আৰু সংগীত পৰিচালক পদুম বৰুৱাৰ মৃত্যু হয়।


Post a Comment

Previous Post Next Post