আজিৰ দিনটোৰ ইতিহাস ২৭ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ২৭ জুলাই 

উল্লেখযোগ্য দিৱস সমুহ : ------


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৮৮ চনৰ আজিৰ দিনটোতে ফিলিপছ প্ৰাটে প্ৰথম ইলেক্ট্ৰনিক অটমোবাইল প্ৰদৰ্শন কৰে ৷
(২) ১৯৮৭  চনৰ আজিৰ দিনটোতে অনুসন্ধানকাৰী দলে টাইটানিকৰ ধ্বংসাৱশেষ আবিষ্কাৰ কৰে ৷
(৩) ১৮৮২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰত অহা  হাৰিকেন নামৰ ঘূৰ্ণি বতাহত প্ৰায় চল্লিশ হাজাৰ লোক নিহত হয় ৷
(৪) ১৭১৩ চনৰ আজিৰ দিনটোতে ৰাছিয়া আৰু তুৰ্কীৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয় ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮৯৭ চনৰ আজিৰ দিনটোতে বাল গংগাধৰ তিলকক প্ৰথমবাৰ গেপ্তাৰ কৰা হৈছিল  ৷
(২) ১৯৩৯ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় পুলিচ বাহিনী প্ৰতিষ্ঠা কৰা হয়।
(৩)১৯৮২ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী তেওঁৰ কাৰ্য্যকালৰ ১১ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে আমেৰিকা যাত্ৰা কৰে ৷

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯৯০ চনৰ আজিৰ দিনটোত বলিউদ অভিনেত্ৰী কৃতি শ্যানন জন্ম হয়।
(২) ১৯২৭ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত ভাৰতীয় গল্প লেখক, কৃষ্ণ বলদেব বৈদ জন্ম হৈছিল 



মৃত্যু : ----

(১) ১৮৪৪ চনৰ আজিৰ দিনটোতেপৰমাণু তত্ত্বৰ প্ৰৱৰ্তক ইংৰাজ ৰসায়নবিদ জন ডেল্টৰ মৃত্যু হৈছিল ।
(২) ২০১৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰখ্যাত বিজ্ঞানী আৰু ভাৰতৰ একাদশ  ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ দেহাৱসান হৈছিল।
(৩) ১৯৯২ চনৰ আজিৰ দিনটোতে ভাৰতৰ অন্যতম প্ৰখ্যাত অভিনেতা আমজাদ খানৰ মৃত্যু হৈছিল।

Post a Comment

Previous Post Next Post