আজিৰ দিনটোৰ ইতিহাস ২৪ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ২৪ জুলাই ২০২০ চন ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আয়কৰ দিৱস।
(২) ইজিপ্টৰ ৰাষ্ট্ৰীয় দিৱস।
(৩) কাজিন দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭৯৩ চনৰ আজিৰ দিনটোতে ফ্ৰাঞ্চে কপিৰাইট আইন প্ৰণয়ন কৰে ৷
(২) ১৯৯৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ মহাকাশযান কলম্বিয়াৰ সফল পৰীক্ষণ সম্পন্ন হয়। 
(৩) ১৮৭০ চনৰ আজিৰ দিনটোতে আমেৰিকাৰত প্ৰথমবাৰৰ বাবে অন্তদেশীয় ৰেল সেৱা আৰম্ভ কৰে ।
(৪) ১৮৮৩ চনৰ আজিৰ দিনটোতে চিলিত দাস প্ৰথাৰ সমাপ্তি ঘটোৱা হয় ।
(৫) ১৯৪৪ চনৰ আজিৰ দিনটোতে ৩০০ যুদ্ধ বিমানে জাৰ্মানীৰ ওপৰত বোমা বৰ্ষণ কৰে ।



ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ২০০০ চনৰ আজিৰ দিনটোতে এস বিজয়লক্ষ্মী দবাখেলৰ   প্ৰথম মহিলা  গ্ৰেনমাষ্টাৰ  ৰূপে পৰিগণিত হয় ৷
(২) ১৯৩২ চনৰ আজিৰ দিনটোতে ৰামকৃষ্ণ মিশন সেৱা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হয় ।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯৫২ চনৰ আজিৰ দিনটোতে অসমৰ ৰহস্য ঔপন্যাসিক ৰঞ্জু হাজৰিকাদেৱৰ জন্ম হৈছিল ৷
(২) ১৯২৮ চনৰ আজিৰ দিনটোতে গুজৰাট প্ৰাক্তন মুখ্যমন্ত্ৰী কেছুভাই পেটলৰ জন্ম হয় ৷
(৩) ১৯৪৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় উদ্যোগপতি আজিম হাচিম প্ৰেমজী জন্ম হৈছিল ৷
(৪) ১৯৮৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় বিলিয়ার্ডস আৰু স্নুকাৰ পংকজ আদবানিৰ জন্ম হৈছিল। 
(৫) ১৯৩৭ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় অভিনেতা মনোজ কুমাৰৰ জন্ম হয় ৷

মৃত্যু : ----


(১) ১৯৮০ চনৰ আজিৰ দিনটোতে হিন্দী আৰু বাংলা চিনেমাৰ প্ৰসিদ্ধ অভিনেতা উত্তম কুমাৰৰ মৃত্যু হয়। 
(২) ১৯৮০ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ কৌতুক অভিনেতা ৰিচাৰ্ড হেনৰীৰ মৃত্যু হয় ।
(৩) ২০১৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় বৈজ্ঞানিক আৰু শিক্ষাবিদ যশপাল ৰ মৃত্যু হয় ।




Post a Comment

Previous Post Next Post