28 | 29 | 30 | 1 | 2 | 3 | 4 |
5 | 6 | 7 | 8 | 9 | 10 | 11 |
12 | 13 | 14 | 15 | 16 | 17 | 18 |
19 | 20 | 21 | 22 | 23 | 24 | 25 |
26 | 27 | 28 | 29 | 30 | 31 | 1 |
আজিৰ তাৰিখ ২৬ জুলাই ২০২০ চন ৷
উল্লেখযোগ্য দিৱস সমুহ : ------
(১) কাৰ্গিল বিজয় দিৱস ৷
(২) মালদ্বীপৰ স্বাধীনতা দিৱস ৷
(২) মালদ্বীপৰ স্বাধীনতা দিৱস ৷
আজিৰ দিনটোৰ ঘটনাপ্ৰৱাহ :-----
আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----
(১) ১৯৪৫ চনৰ আজিৰ দিনটোতে ব্ৰিটেইন প্ৰধানমন্ত্ৰী উইনস্টান চাৰ্চিলে পদৰ পৰা ইস্তফা দিয়ে ৷
(২) ১৯৫১ চনৰ আজিৰ দিনটোতে নেডাৰলেণ্ডে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ সমাপ্ত কৰে।
(৩) ১৯৫৩ চনৰ আজিৰ দিনটোতে কমিউনিষ্ট নেতা ফিডেল কাষ্ট্ৰ'ৰ নেতৃত্বত কিউবাত বিপ্লৱৰ সূচনা হয় ।
(৪) ১৯৬৫ চনৰ আজিৰ দিনটোতে মালদ্বীপে বিটইনৰ পৰা স্বাধীনতা লাভ কৰে ৷
(৫) ১৯৯৭ চনৰ আজিৰ দিনটোতে শ্ৰীলংকা ক্ৰিকেট দলে এছিয়া কাপ ক্ৰিকেটত চেম্পিয়নৰ খিতাপ লাভ কৰে ৷
(৬) ১৯৭৪ চনৰ আজিৰ দিনটোতে ফ্ৰাঞ্চে মূৰুওৰা দ্বীপত পৰমাণু পৰীক্ষা সম্পন্ন কৰে ।
(৬) ২০০৫ চনৰ আজিৰ দিনটোতে নাছাই শাটাল ডিস্কোভাৰি উৎতক্ষেপন কৰে ৷
(৭) ২০০৭ চনৰ আজিৰ দিনটোতে পাকিস্তানীনে পৰমাণু শক্তি সম্পন্ন ক্ৰুজ মিছাইল বাবৰ হাটাফ - ৭ সফল পৰীক্ষণ কৰে ৷
(৮( ২০০৮ চনৰ আজিৰ দিনটোতে ইউৰোপীয় বৈজ্ঞানিক সকলে সৌৰমণ্ডলৰ বাহিৰত এটা নতুন গ্ৰহৰ আবিষ্কাৰ কৰে ৷
(৯) ২০১২ চনৰ আজিৰ দিনটোতে ইৰাকত হোৱা হিংসাত্মক ঘটনাত কমেওঁ ২০০ জন লোক নিহত হয় ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----
(১) ১৮৭৪ চনৰ আজিৰ দিনটোতে কলকাতাৰ ইণ্ডিয়ান এছচিয়েচন গঠন কৰা হয় ।
(২) ২০০৫ চনৰ আজিৰ দিনটোতে মুম্বাইৰ হোৱা অভূতপূৰ্ব বৰষুণৰ ফলত জনজীৱন স্তব্ধ হৈ পৰে আৰু এহেজাৰকৈ অধিক লোকৰ মৃত্যু হয় ।
(৩) ২০০৮ চনত আহমেদাবাদত হোৱা ২১ টা বিষ্ফোৰণত প্ৰায় ৫৬ লোকৰ মৃত্যু হয় আৰু ২০০ৰ ওপৰত আহত হয় ৷

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----
জন্ম : ----
(১) ১৮৪৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী আগশাৰীৰ শিক্ষাবিদ গুৰুদাস বেনাৰ্জী জন্ম হয় ৷
(২) ১৯১৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কবি বিদ্যবতী কৌকিলাৰ জন্ম হয় ৷
(৩) ১৯২২ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত ভাৰতীয় সাংবাদিক গিৰিলাল জৈনৰ জন্ম হয় ৷

(৪) ১৯৭৪ চনৰ আজিৰ দিনটোতে মহাৰাষ্ট্ৰ এগৰাকী বিশিষ্ট সমাজ সংষ্কাৰক ছত্ৰপতি চাহু মহাৰাজৰ জন্ম হৈছিল ৷
মৃত্যু : ----
(১) ১৯৬৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰখ্যাত পণ্ডিত বাসুদেৱ চৰণ আগৰৱালা মৃত্যু হয় ৷
Tags
ইতিহাসত আজিৰ দিনটো