আজিৰ দিনটোৰ ইতিহাস ৮ জুলাই

জুলাই

 

28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1

আজিৰ তাৰিখ   ৮ জুলাই ২০২০ চন ৷


উল্লেখযোগ্য দিৱস : -----

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----


(১) ১৪৯৭ চনৰ আজিৰ দিনটোতে  পৰ্তুগীজ নাবিক ভাস্কো দা গামাই প্ৰথম ব্যক্তিহিচাপে  সমুদ্ৰ প্ৰথৰে ভাৰতলৈ যাত্ৰা কৰে ৷
(২) ১৮৮৯ চনৰ আজিৰ দিনটোতে প্ৰকাশ হয় বিশ্বৰ প্ৰসিদ্ধ সংবাদ-পত্ৰ ‘ৱাল ষ্ট্ৰীল জাৰ্নেল’।

(২) ১৯৯৪ চনৰ আজিৰ দিনটোতে উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা হিচাপে  কিম জং উনে কাৰ্য্যভাৰ গ্ৰহণ কৰে ৷

(৪) ১৯৯০ চনৰ আজিৰ দিনটোতে সৌৰশক্তিৰে চালিত প্ৰথমখন বিমান ‘‘ছানছিকাৰ’’এ প্ৰথমটো উৰণ সম্পন্ন কৰিছিল ৷ বিমানখন নিৰ্মাণ কৰা হৈছিল কেলিফ’ৰ্ণিয়াত আৰু ইয়াৰ ওজন আছিল ৩ কুইণ্টল ৮০কিঃগ্ৰাঃ।

(৫) ২০০৩ চনৰ আজিৰ দিনটোতে ছুডানত সংঘটিত এক ভয়াবহ বিমান দুৰ্ঘটনাত প্ৰায় ১১৬ জন যাত্ৰী নিহত হয়।

(৬) ১৮০০ চনৰ আজিৰ দিনটোতে ডাঃ বেনজামিন ওয়াটাৰহাউচে আমেৰিকাত কাউপক্স ছিটা দিয়া প্ৰথম বাৰৰ বাবে প্ৰয়োগ কৰে ৷

(৭) ২০১১ চনৰ আজিৰ দিনটোতে পাকিস্তানী তালিবাণীক নিষিদ্ধ ঘোষণা কৰিলে কানাডাই।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----


(১) ১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুয়ে বিশ্বৰ সৰ্বববৃহৎ কৃত্ৰিম বান্ধ তথা পঞ্জাবৰ ভাংক্ৰা নাংগল জলবিদ্যুৎ  মুকলি কৰা হয়  ৷
(২) ১৯৮৮ চনৰ আজিৰ দিনটোতে কেৰেলাৰ কুইলন জিলাত বাংগালোৰ-ত্রিবান্দ্রম দ্বীপ এক্সপ্ৰেছত হোৱা এক দুৰ্ঘটনাত ১০০ জনতকৈ অধিক লোক নিহত হয় ৷

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----


জন্ম : ----

(১) ১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক   সৌৰভ গাঙ্গুলি  জন্ম হৈছিল ৷
(২) ১৯১৪ চনৰ আজিৰ দিনটোতে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জ্যোতি বসুৰ জন্ম হয় ৷
(৩) ১৯৫৮ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী নিলু সিংহৰ জন্ম হয় ।
(৪) ১৯২৭ চনৰ আজিৰ দিনটোতে অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ আৰু ঔপন্যাসিক চন্দ্ৰপ্ৰসাদ শইকীয়া জন্ম হয় ৷

মৃত্যু : ----


(১) ২০০৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ অষ্টম গৰাকী প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰৰ মৃত্যু ৷
(২) ৰোমাণ্টিক কবি শ্বেলীৰ মৃত্যু হয় ১৮২২ চনৰ আজিৰ দিনটোতে।
(৩) ২০১৬ চনৰ আজিৰ দিনটোতে  অসমৰ এজন গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু পৰিচালক নুৰুল হকৰ মৃত্যু হয় ।




Post a Comment

Previous Post Next Post