আজিৰ দিনটোৰ ইতিহাস ১৬ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ১৬ জুলাই ২০২০ চন ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৪৫ চনৰ আজিৰ দিনটোতে আমেৰিকাই পৰীক্ষামূলক ভাৱে প্ৰথমটো পৰমাণু  পৰীক্ষা চলাই ৷
(২) ১৯৫১ চনৰ আজিৰ দিনটোতে নেপালে ব্ৰিটেইন পৰা স্বাধীনতা লাভ কৰে ৷
(৩) ১৬৬১ চনৰ আজিৰ দিনটোতে চুইদিশ বেংকে ইউৰোপৰত প্ৰথম নোট জাৰি কৰে 

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৮৯ বৰ্ষৰ আজিৰ দিনটোতে তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে পাকিস্তান ভ্ৰমণ কৰিছিল। .
(২) ২০১৪ চনৰ আজিৰ দিনটোতে পূব ভাৰতৰ এখন বিদ্যালয়ত মধ্যাহ্ন ভোজনত খোৱা খাদ্যৰ ফলত ২৭ টা শিশুৰ মৃত্যু হয় ৷
(৩) ১৮৫৬ চনৰ আজিৰ দিনটোতে হিন্দু বিধৱা পুনৰবিবাহ আইনখনে স্বীকৃতি লাভ কৰে
(৪) ১৯৮১ চনৰ আজিৰ দিনটোতে ভাৰতে পৰমাণুৰ পৰীক্ষা সম্পন্ন কৰে।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯৬৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় হকী দলৰ অধিনায়ক ধনৰাজ প্লিলাই জন্ম হৈছিল ৷
(২) ১৯০৯ চনৰ আজিৰ  দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা এগৰাকী মুখ্য মহিলা ভাৰতৰত্ন অৰুণা আছফ আলিৰ জন্ম হয়। 
(৩) ১৯৮৪ চনৰ আজিৰ দিনটোতে বলিউদৰ অভিনেত্ৰী কেটৰিনা কাইফৰ জন্ম হয় ।
(৪) ১৯১৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰখ্যাত নাট্যকাৰ জগদীশ চন্দ্ৰ মাথুৰৰ জন্ম হয় ৷
(৫) ১৯৩০ চনৰ আজিৰ দিনটোতে  অসমীয়া সাহিত্যৰ ইতিহাসত সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে পৰিচিত সাহিত্যিক সুৰেন্দ্ৰ নাথ মেধিৰ জন্ম হয়।
(৬) ১৯৩৩ চনৰ আজিৰ দিনটোতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যিক, সাংবাদিক কনকসেন ডেকাৰ জন্ম হৈছিল ।

মৃত্যু : ----



(১) ১৯৯২ চনৰ আজিৰ দিনটোতে হিন্দী লেখক, পৰিচালক, প্ৰযোজক অমৰ বাৰ্মাৰ মৃত্যু হয় ।
(২) ২০০৮ চনৰ আজিৰ দিনটোতে ভাস্কৰ্য শিল্পী চাৰু বৰুৱাৰ মৃত্যু হয়। 
(৩) ২০১৪ চনৰ আজিৰ দিনটোতে অসমৰ এজন বিখ্যাত ক্ৰীড়া সংগঠক, ক্ৰীড়াবিদ পুলিন দাসৰ মৃত্যু হয়।

Post a Comment

Previous Post Next Post