আজিৰ দিনটোৰ ইতিহাস ২০ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ২০ জুলাই ২০২০ চন ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) পঢ়ুৱৈ দিৱস।
(২) কলম্বিয়াৰ ৰাষ্ট্ৰীয় দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৬৯ আজিৰ দিনটোতে নীল আৰ্মষ্ট্ৰং চন্দত ভৰি থোৱা প্ৰথম ব্যক্তিৰূপে পৰিগণিত হয়। 
(২) ১৯০৩ চনৰ আজিৰ দিনটোতে ফোৰ্ড মটৰ কোম্পানীয়ে নিজৰ প্ৰথমখন মটৰ বজাৰত মুকলি কৰে ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১২৯৪ চনৰ আজিৰ দিনটোতে আলাউদ্দিন খিলজী দিল্লীৰ চুলতান ৰূপে অধিষ্ঠিত হয়। 
(২) ২০১৭ চনৰ আজিৰ দিনটোতে ৰামনাথ কোৱিন্দ ভাৰতৰ ১৪তম ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয় ৷
(৩) ১৯৬৯ চনৰ আজিৰ  দিনটোতে বৰাহগিৰি বেংকটগিৰি নিৰ্বাচনত বিজয়ী হৈ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮৯৮ চনৰ  আজিৰ দিনটোতে  গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল। তেও ১৯৩৭ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনৰ সভাপতি আছিল ।
(২) আজিৰ দিনটোতে জন্ম হৈছিল অসমীয়ালৈ ভাষালৈ প্ৰভূত বৰঙনি যোগোৱা আমেৰিকান ব্যেটিষ্ট মিশ্যনাৰী  মাইলছ ব্ৰনছন জন্ম হৈছিল ৷
(৩) ১৯১৯ চনৰ আজিৰ দিনটোতে  এভাৰেষ্ট বিজয়ী এডমণ্ড হিলাৰীৰ জন্ম হৈছিল ৷
(৪) ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতীয় ছবিজগতৰ প্ৰসিদ্ধ অভিনেতা নাছিৰুদ্দিন শ্বাহৰ জন্ম হৈছিল ৷
(৫) ১৯২৯ চনৰ আজিৰ দিনটোতে  হিন্দী ছবিৰ প্ৰসিদ্ধ অভিনেতা ৰাজেন্দ্ৰ কুমাৰৰ
জন্ম হৈছিল ৷
(৬) ১৯২১ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ তথা তবলা বাদক চামতা প্ৰসাদৰ জন্ম হৈছিল ৷



মৃত্যু : ----


(১) ১৯৬৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম মহিলা  ন্যায়ধীশ আন্না চান্দী মৃত্যু হয়৷ 
(২) ১৯৩৭ চনৰ এই দিনটোতে পদাৰ্থবিদ, তথা ৰেডিঅ’ৰ উদ্ভাৱক গুগ্লিয়েম’ মাৰ্কনিয়ে মৃত্যু হৈছিল ৷
(৩) ১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰতীয় ছবিৰ অভিনেত্ৰী গীতা দত্তৰ মৃত্যু হৈছিল। 




Post a Comment

Previous Post Next Post