আজিৰ দিনটোৰ ইতিহাস ২৩ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ২৩ জুলাই ২০২০ চন ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) চিনাবাদাম মাখন আৰু  চকলেট দিৱস।
(২) ভেনিলা আইচক্ৰীম দিৱস। 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ২০১২ চনৰ আজিৰ দিনটোতে ইৰাণত হোৱা এক ধাৰাবাহিক বোমা বিষ্ফোৰণত প্ৰায় ১০৩ লোকৰ মৃত্যু হয়। 
(২) ১৮৮১ চনৰ আজিৰ দিনটোতে আন্তৰ্জাতিক জিমনাষ্টিক এছচিয়েচনে স্পৰ্ট কনফেডাৰেচন প্ৰতিষ্ঠা কৰে ৷ উল্লেখযোগ্য যে এইটোয়েই হৈছে বিশ্বৰ আটাইতকৈ পুৰণা খেল সংস্থা ।
(৩) ২০০৫ চনৰ আজিৰ দিনটোতে ইজিপ্তত অল-কায়দাৰ আত্মঘাতী আক্ৰমণৰ ফলত ৮৮জন  লোক নিহত হয় আৰু ২০০জন লোক আহত হয়।

(৪) ২০০১ চনৰ আজিৰ দিনটোতে মেঘবৰ্তী সুকৰ্ণপুৰ্তী ইন্দোনেছিয়া ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয় ।
(৫) ১৯৮৩ চনৰ আজিৰ দিনটোতে জাপানৰ পশ্চিম অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণত ১১৭ জন লোকৰ মৃত্যু হয় ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯২৭ চনৰ আজিৰ দিনটোতে ভাৰতত নিয়মিত ৰেডিঅ সেৱা আৰম্ভ কৰে ৷

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮৬৫ চনৰ আজিৰ দিনটোত স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকৰ জন্ম হয়। 
(২) ১৯০৬ আজিৰ দিনটোতে বিপ্লৱী তথা স্বাধীনতা সংগ্ৰামী চন্দ্ৰশেখৰ আজাদৰ জন্ম হয়।
(৩) ১৯৭৩ চনৰ আজিৰ দিনটোতে চিনেমা নিৰ্মাতা, পৰিচালক, অভিনেতা আৰু গায়ক হিমেশ ৰেচমিয়াৰ জন্ম হয় ।
(৪) ১৮৯৮ চনৰ আজিৰ দিনটোতে জ্ঞানপীঠ বটা বিজয়ী   বাংলা ভাষাৰ প্ৰসিদ্ধ সাহিত্যিক তাৰাশংকৰ বন্দোপধ্যায়ৰ জন্ম হয়।

মৃত্যু : ----



(১) ২০১২ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আৰু সমাজসেৱীকা লক্ষ্মী চেহগালৰ মৃত্যু হয় ৷
(২) ১৯৩২ চনৰ আজিৰ দিনটোতে ভাৰতৰ চিনেমাৰ এগৰাকী অভিনেতা, পৰিচালক মেহমুৰ মৃত্যু হয়। 
(৩) ২০১৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰসিদ্ধ চিত্ৰকৰ এস এস ৰাজা মৃত্যু হয়। 
(৪) ১৯৯৪ চনৰ  আজিৰ দিনটোতেই বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ  অসম সাহিত্য সভাৰ সভাপতি ড॰ লীলা গগৈৰ মৃত্যু হয়



Post a Comment

Previous Post Next Post