আজিৰ দিনটোৰ ইতিহাস ১৮ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ১৮ জুলাই ২০২০ চন ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তৰ্জাতিক নেলচন মেণ্ডেলা দিৱস।
(২) আজি স্পেইনৰ ৰাষ্ট্ৰীয় দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৫১ চনৰ আজিৰ দিনটোতে উৰুগুে সংবিধান গ্ৰহণ কৰে ৷
(২) ১৯৭৭ চনৰ আজিৰ দিনটোতে ভিয়েটনাম ৰাষ্ট্ৰসংঘ সদস্যৰূপে অন্তভূক্ত হয় ৷
(৩) ১৮৭২ চনৰ আজিৰ দিনটোতে ব্ৰিটেইন পোনপ্ৰথমে গুপ্ত ভোটদান পদ্ধতি আৰম্ভ হয়। 
(৪) ১৯৪৩ চনৰ আজিৰ দিনটোতে ইটালিৰ কাতানিয়া চহৰত ব্ৰিটিছ সেনাবাহিনীয়ে আক্ৰমণ কৰে ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৮০ চনৰ আজিৰ দিনটোতে থলুৱাভাৱে নিৰ্মিত উপগ্ৰহ "ৰোহিনী-১" পৃথিৱীৰ কক্ষপথত সফলভাৱে স্থাপন কৰা হয় ।
(২)১৮৫৭ চনৰ আজিৰ দিনটোতে মুম্বাই, কলকাতা আৰু মাদ্ৰাজ  বিশ্ববিদ্যালয়ৰ স্থাপন কৰা হয় ।
(৩) ২০০২ চনৰ আজিৰ দিনটোতে ভাৰতৰত্ন ড॰ এ পি জে আব্দুল কালাম ভাৰতবৰ্ষৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হয়।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯১৮ চনৰ আজিৰ দিনটোতেই ন’বেল বঁটা বিজয়ী দক্ষিণ আফ্ৰিকাৰ সংগ্ৰামী নেতা তথা দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি  নেলছন মেণ্ডেলাৰ জন্ম হয়।
(২) ১৯২৭ চনৰ আজিৰ দিনটোতে গজল সম্ৰাট মেহেদী হাছানৰ জন্ম হয় ৷
(৩) ১৯৮২ চনৰ আজিৰ দিনটোতে বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী ২০০০ চনৰ মিছ ৱৰ্ল্ড প্ৰিয়ংকা চোপ্ৰাৰ জন্ম হৈছিল ৷
(৪) ১৯০৯ চনৰ আজিৰ দিনটোতে জ্ঞানপীঠ বঁটা বিজয়ী বাংলা ভাষাৰ জনপ্ৰিয় কবি বিষ্ণু দেৰ জন্ম হয় 

মৃত্যু : ----


(১) ২০১২ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম চুপাৰ ষ্টাৰ ৰাজেশ খান্নাৰ মৃত্যু হয়৷
(২) ২০১৬ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ প্ৰসিদ্ধ পাৰ্শ্ব গায়িকা মুবাৰক বেগমৰ মৃত্যু হয় ।

Post a Comment

Previous Post Next Post