আজিৰ দিনটোৰ ইতিহাস ৯ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ৯ জুলাই ২০২০ চন ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----



(১) ১৮৭৭ চনৰ আজিৰ দিনটোতে উইম্বলডন

টেনিছৰ প্ৰথমখন খেল খেলা হৈছিল ৷
(২) ২০০৬ চনৰ আজিৰ দিনটোতে জাৰ্মানীত অনুষ্ঠিত ফিফা বিশ্বকাপ ফুটবলৰ চূৰান্ত খেলত ফ্ৰান্সক পৰাস্ত কৰি ইটালীয়ে চেম্পিয়নত  খিতাপ লাভ কৰে ।
(৩)১৭৯০ চনৰ আজিৰ দিনটোতে বাল্টিক সাগৰত ৰুছ আৰু চুইদিচ মাজত নৌ যুদ্ধ হয়। 


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

১) ১৯৫১ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম পঞ্চ বাৰ্ষিক পৰিকল্পনা প্ৰকাশ পায় ৷
(২) ১৯৬৯ চনৰ আজিৰ দিনটোতে বেংগল টাইগাৰক ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু ৰূপে স্বীকৃতি প্ৰদান কৰা হয় ৷

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----


(১) ১৯৯৯ চনৰ আজিৰ দিনটোতে অসম চুক্তিৰ আধাৰত নিৰ্মিত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ নুমলীগড় তেল শোধনাগাৰ   মুকলি কৰা হয়।


জন্ম : ----

(১) ১৯৩১ চনৰ আজিৰ দিনটোতে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক ৰূপে খ্যাত অচ্যুত লহকৰৰ জন্ম হয়।
(২) ১৯৩৮ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ অভিনেতা সঞ্জীৱ কুমাৰৰ জন্ম হয় ৷
(৩) ১৯২৫ চনৰ আজিৰ দিনটোতে হিন্দী ছবি নিৰ্মাতা,অভিনেতা গুৰুদত্তৰ জন্ম হয়৷

মৃত্যু : ----


(১) ১৮৫০ আজিৰ দিনটোতে আমেৰিকাৰ দ্বাদশ ৰাষ্ট্ৰপতি Zachary Taylor মৃত্যু হয় ৷ (২) ২০০২ চনৰ আজিৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সংস্কৃত পণ্ডিত, প্ৰাক্তন সাংসদ মহামহোপাধ্যায় বিশ্বনাৰায়ণ শাস্ত্ৰীৰ দেহাৱসান ঘটে।
(৩) ১৯৯৪ চনৰ 55 আজিৰ দিনটোতে পথাৰৰ কবি ৰূপে খ্যাত ৰাম গগৈৰ মৃত্যু হয়।


Post a Comment

Previous Post Next Post