ইতিহাসত আজিৰ দিনটো ২৯ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ২৯ জুলাই ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস। 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৫৬৭ আজিৰ দিনটোতে জেমছ ষষ্ঠ স্কটলেণ্ডৰ ৰজাৰূপে অধিষ্ঠিত হয় ।
(২) ১৯৮১  চনৰ আজিৰ দিনটোতে ব্ৰিটেইনৰ ৰাজকুমাৰ চাৰ্লছ আৰু ডাইনাৰ বিবাহ সম্পন্ন হয় ।
(৩) ১৮৫৮ চনৰ আজিৰ দিনটোতে আমেৰিকা আৰু জাপানে হেৰিচ চুক্তিত স্বাক্ষৰিত কৰে ৷
(৪) ১৮৯৯ চনৰ আজিৰ দিনটোত   নিউৱৰ্কত প্ৰথম মটৰচাইকেল ৰেছ অনুষ্ঠিত হৈছিল। 
(৫) ২০১৩ চনৰ আজিৰ দিনটোতে ইৰাকত হোৱা এক কাৰ বোমা বিষ্ফোৰণত ৪৪ লোক নিহত হয়। 
(৬) ১৯৫৮ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছা গঠন কৰা হয় ৷
(৭) ১৯৮৩ চনৰ আজিৰ দিনটোতে প্ৰথম মানৱবিহীন বিমানৰ পৰীক্ষণ কৰা হৈছিল ৷

(৮) ২০০৬ চনৰ আজিৰ দিনটোতে শ্ৰীলংকাৰ ক্ৰিকেটৰ মাহেলা জয়াবৰ্ধনে আৰু কুমাৰ ছাংগাকাৰই টেষ্ট ক্ৰিকেট ৬২৪ ৰাণৰ যুটিৰ বিশ্ব ৰেকৰ্ডৰ সৃষ্টি কৰে ৷


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৭৭৬ চনৰ আজিৰ দিনটোতে ভাৰতত বিজ্ঞান সংগঠন গঠন কৰা হৈছিল ৷
(২) ১৯৮০ চনৰ আজিৰ দিনটোতে মস্কো অলিম্পিকত ভাৰতে হকিত স্বৰ্ণ প্ৰদক লাভ কৰে।
(৩) ১৭৪৮ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায়ৰ বাবে ব্ৰিটিছ সেনাৰ প্ৰথমটো দল ভাৰতত প্ৰৱেশ কৰে ।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯০৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ এজন উদ্যোগপতি , টাটা গ্ৰোপৰ অধ্যক্ষ জাহাংগীৰ ৰতনজী দাদাভাই টাটা চমুকৈ জে আৰ ডি টাটা জন্ম হৈছিল। 
(২) ১৯৩১ চনৰ আজিৰ দিনটোতে জ্ঞানপীঠ বটা বিজয়ী তেলেগু ভাষাৰ প্ৰখ্যাত কবি চি নাৰায়ণ ৰেড্ডীৰ জন্ম হৈছিল ৷
(৩) ১৯৫৯ চনৰ আজিৰ দিনটোতে জনপ্ৰিয় কণ্ঠশিল্পী, শান্তা উজীৰৰ জন্ম হৈছিল ।
(৪) ১৯৫৯ চনৰ আজিৰ দিনটোতেই বলিউদৰ বিখ্যাত অভিনেতা সঞ্জয় দত্তৰ জন্ম হৈছিল।

মৃত্যু : ----


(১) ১৮৯১ চনৰ আজিৰ দিনটোতে বিশিষ্ট সমাজ সংস্কাৰক, স্বাধীনতা সংগ্ৰামী   ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ মৃত্যু হৈছিল।
(২ ১৯৯৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা আগশাৰীৰ মহিলা অৰুণা আছফ আালিৰ মৃত্যু হয় ।
(৩) ২০০৩ চনৰ আজিৰ দিনটোতে অভিনেতা জনি ৱৰ্কাৰ মৃত্যু হয় ।


Post a Comment

Previous Post Next Post