ইতিহাসত আজিৰ দিনটো ৩০ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ৩০ জুলাই 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তৰাষ্ট্ৰীয় বন্ধুত্ব দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯০৯  চনৰ আজিৰ দিনটোতে ৰাইট ভ্ৰাতৃদ্বয়ে  সেনাৰ বাবে প্ৰথম বিমান নিৰ্মাণ  কৰি উলিয়াই।
(২) ১৯৬৬ চনৰ আজিৰ দিনটোতে ইংলেণ্ডে প্ৰথমবাৰ বিশ্বকাপ ফুটবল জয় কৰি ৷
(৩) ১৯৩২;আজিৰ দিনটোতে আমেৰিকাৰ লজ এঞ্জেলছত দশম আধুনিক অলিম্পিক অনুষ্ঠিত হৈছিল।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ২০১২ চনৰ আজিৰ দিনটোতে উত্তৰ ভাৰতত পাৱাৰ গ্ৰিডৰ বৃহৎ ক্ৰটীৰ বাবে প্ৰায় ৩০ কোটি লোক অন্ধকাৰ থাকিব লগীয়া হৈছিল ৷
(২) ১২১২ চনৰ আজিৰ দিনটোতে অন্ধপ্ৰদেশৰ এখন ৰেলগাড়ীত জুই লগাৰ ফলত ৩২ লোকৰ মৃত্যু হয় আৰু ২৭ জন লোক আহত হয় ।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮৮৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম মহিলা বিধায়ক  এস মুথুলক্ষ্মী জন্ম হয়।
(২) ১৯২৬ চনৰ আজিৰ দিনটোত অসমীয়া সাহিত্যৰ অন্যতম মহীৰূহ সাহিত্যিক পদ্ম বৰকটকীৰ জন্ম হৈছিল।
(৩) ১৯৭৩ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ ভাৰতীয় কণ্ঠশিল্পী চনু নিগমৰ জন্ম হৈছিল ৷



মৃত্যু : ----

(১) ১৭৭১ চনৰ আজিৰ দিনটোতে ১৮ শতিকাৰ  ইংৰাজ সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যক টমাছ গ্ৰেৰ মৃত্যু হৈছিল  ।
(২) ১৯১২ চনৰ আজিৰ দিনটোতে জাপানৰ সম্ৰাট মেজীৰ মৃত্যু হয় ৷



Post a Comment

Previous Post Next Post