জেনেৰু টেঙা/Jeneru Tenga

 উদ্ভিদ পৰিচয়(২) ৷


জেনেৰু টেঙা/Jeneru Tenga







অসমত পোৱা এবিধ কমলা জাতীয় উদ্ভিদ হৈছে জেনেৰু টেঙা। দেখাত কমলাৰ সাদৃশ্য থকা ইয়াৰ সোৱাদ টেঙা ।  গছৰ উচ্চতা ৫/৬ মিটাৰ মান হয় ৷

বৈজ্ঞানিক নাম : Citrus nobilis Lorn


Post a Comment

Previous Post Next Post