উদ্ভিদ পৰিচয় (১) ৷
ৰূপহী থেকেৰা/Rupohi thekera ৷
ৰূপহী থেকেৰাৰ গছ চাপৰ, জোপোহা হয় । পকা ৰূপহী থেকেৰা গোলপীয়া বৰণৰ হয় । অতি নিমজ ৰপহী থেকেৰা পেট আৰু ছালৰ কাৰণে উপকাৰী । ৰূপহী থেকেৰা পাতৰ আগৰ পৰা চাটনি তৈয়াৰ কৰি খাব পাৰি । ইয়াক শুকুৱাই সংৰক্ষণ কৰিব পাৰি । ই প্ৰধানকৈ ভাৰত, বাংলাদেশ, ম্যানমাৰ আদি দেশত পোৱা যায়।
বৈজ্ঞানিক নাম : Garcinia lanceifolia.ৰূপহী থেকেৰা গছ
Tags
উদ্ভিদ পৰিচয়