PF কি ? PF বেলেঞ্চ কেনেকৈ চাব আৰু কেনেকৈ Withdrew কৰিব
যিসকল লোক চৰকাৰী বা ব্যক্তিগত খণ্ডত কামত নিয়োজিত তেওলোক সকলোৱে PF বিষয়ে কম বেছি নিশ্চয় জ্ঞাত ৷ PF কি ? PF বেলেঞ্চ কেনেকৈ চাব আৰু কেনেকৈ Withdrew কৰিব তলত উল্লেখ কৰা হল ৷
PF কি ?
PF যাক EPFO(Employee Provident Fund) বুলিও কোৱা হয় ৷ ইয়াৰ সম্পূৰ্ণ নাম Employee Provident Fund অসমীয়াত কৰ্মচাৰী ভৱিষ্যৎ নিধি ৷ আৰু এইটো পৰিচালনা কৰে কৰ্মচাৰী ভবিষ্য নিধি সংগঠনে(Employee Provident Fund Organization) ৷ কৰ্মচাৰী সকলে কামত জইন কৰাৰ প্ৰথম মাহৰ পৰাই এই সুবিধা লাভ কৰে ৷ PF হৈছে একপ্ৰকাৰৰ বিনিয়োগ যিটো চৰকাৰী বা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী সকলৰ মাহেকীয়া বিনিয়োগ হিচাপে জমা কৰা হয় ৷
আইন অনুসৰি কোনো কোম্পানীৰ ২০ জন বা ততোধিক কৰ্মচাৰী থাকিলে কৰ্মচাৰী ভবিষ্যত নিধি সংগঠনত ৰেজিষ্টাৰ কৰাটো অনিবাৰ্য ৷ এবাৰ ৰেজিষ্টাৰ হোৱাৰ পাছত যদি ইয়াৰ কৰ্মচাৰীৰ সংখ্যা 20 জনতকৈ কম হয় তেনেক্ষেত্ৰত এই সুবিধা কৰ্মচাৰী সকলে পাই থাকিব ৷ চাকৰিত জইন হোৱাৰ সময়তে নিয়োগকৰ্তাই Epf Officeত কৰ্মচাৰী নামত এটা efp Account খোলা হয় যত কৰ্মচাৰী আৰু নিয়োগকৰ্তা দুই পক্ষৰ অবদান থাকে ৷
যদি আপোনাৰ দৰমহা (Basic+DA) ১৫০০০ বা তাতোকৈ কম হয় তেতিয়া pf কটাটো বাধ্যতামূলক হয় ৷ ইয়াতকৈ অধিক দৰমহাৰ ক্ষেত্ৰত PF কটাটো কৰ্মচাৰী নিজৰ ওপৰত নিৰ্ভৰ কৰে ৷ অৱশ্যে আজিকালি প্ৰায় বিলাক কোম্পানীয়ে PFৰ সুবিধা আগবঢ়াই ৷ EPFত আপোনাৰ দৰমহা 12% কটা হয় ৷ আৰু এই সম্পূৰ্ণ ১২ শতাংশ PF একাউণ্টত জমা হয় ৷ আৰু ১২ শতাংশ নিয়োগকতাই জমা কৰে ৷ এই ১২ শতাংশৰ 8.33 শতাংশ পেঞ্চন স্কীম বা EPS( Employees' Pension Scheme) আৰু ৩.৬৭ শতাংশ EPF জমা হয় ৷ আৰু এই পেঞ্চনৰ ধন আপোনাৰ অৱসৰ বা ৫৮ বছৰৰ পাছত লাভ কৰিব ৷ অৱশ্যে চাকৰীপৰা সম্পূৰ্ণ ইস্তাফা দিলে এই পেঞ্চনৰ সমুদাই লাভ কৰিব পাৰে ৷
EPFত আপোনাৰ নমিনি অন্তভুৰ্ক্তি কৰিব পাৰিব ৷ যদি আপোনৰ মৃত্যু বা তেনেধৰণৰ ঘটনা সংঘটিত হয় তেতিয়া এই ক্ষেত্ৰত বহু সুবিধা হয় ৷
(৪) UAN Active কৰাৰ পাছত আপোনাৰ ৰেজিষ্টাৰ মোবাইন নাম্বাৰৰ পৰা মিচকল দি PF বেলেঞ্চ চাব পাৰিব ৷ মেছেজ কৰিও PF বেলেঞ্চ চাব পাৰিব আৰু এই সুবিধা ১০ টা ভাষাত উপলব্ধ ৷ ভাষা কেইটা হৈছে ইংৰাজী, হিন্দী, পাঞ্জাৱী, মাৰাঠী, মালায়লম, কানাড়া, বেংগলী, গুজৰাটী, তেলেগু আৰু তামিল ৷
(৫) UAN Active হোৱাৰ পাছত আপুনি সহজেই PF ৰ টকা Online Withdrew কৰিব পাৰিব ৷
UAN Active কৰিবলৈ Google ত চাৰ্চ কৰক UAN আৰু প্ৰথমেই অহা লিংকটো ক্লিক কৰক ৷ বা UAN Activation Link এই লিংকত যাব পাৰে ৷ পেজ অপেন হোৱাৰ পাছত পেজৰ তলৰফালে থকা Active UAN ক্লিক কৰক ৷
Active UANত ক্লিক কৰাৰ পাছত তলত দিয়া ধৰণৰ এখন From আহিব ৷ ইয়াত UAN নং, Name , Date Of Birth, Phone no, Email id দি তলত দিয়া Captchaটো দি Gat Authorization Pinত ক্লিক কৰক ৷
ইয়াৰ পাছত মোবাইল নাম্বাৰত আপোনালৈ এটা OTP আহিব ৷ OTP Enter কৰি I Agree ক্লিক কৰি Validate OTP and Activate UANত ক্লিক কৰক ৷
এবাৰ UAN Active হোৱাৰ পাছত এই Portalৰ পাচৱৰ্ড আপোনাৰ মোবাইলত SMS যোগে লাভ কৰিব ৷ আপুনি এই পাচৱৰ্ড আৰু আপোনাৰ UAN দি EPF Portalত লগ ইন কৰিব পাৰিব ৷ লগ ইন কৰাৰ পাছত আপুনি ইচ্ছা কৰিলে এই পাচৱৰ্ড সলনি কৰি নতুুুন পাচৱৰ্ড বনাই লব পাৰে ৷ ইয়াৰ পাছত আপুনি PF অনলাইন সেৱা সমুহ যেনে PF Passbook, KYC আপলোড, Bank Details আদি লাভ কৰিব
আইন অনুসৰি কোনো কোম্পানীৰ ২০ জন বা ততোধিক কৰ্মচাৰী থাকিলে কৰ্মচাৰী ভবিষ্যত নিধি সংগঠনত ৰেজিষ্টাৰ কৰাটো অনিবাৰ্য ৷ এবাৰ ৰেজিষ্টাৰ হোৱাৰ পাছত যদি ইয়াৰ কৰ্মচাৰীৰ সংখ্যা 20 জনতকৈ কম হয় তেনেক্ষেত্ৰত এই সুবিধা কৰ্মচাৰী সকলে পাই থাকিব ৷ চাকৰিত জইন হোৱাৰ সময়তে নিয়োগকৰ্তাই Epf Officeত কৰ্মচাৰী নামত এটা efp Account খোলা হয় যত কৰ্মচাৰী আৰু নিয়োগকৰ্তা দুই পক্ষৰ অবদান থাকে ৷
PF কিমান শতাংশ কটা হয় ৷ EPS কি ?
যদি আপোনাৰ দৰমহা (Basic+DA) ১৫০০০ বা তাতোকৈ কম হয় তেতিয়া pf কটাটো বাধ্যতামূলক হয় ৷ ইয়াতকৈ অধিক দৰমহাৰ ক্ষেত্ৰত PF কটাটো কৰ্মচাৰী নিজৰ ওপৰত নিৰ্ভৰ কৰে ৷ অৱশ্যে আজিকালি প্ৰায় বিলাক কোম্পানীয়ে PFৰ সুবিধা আগবঢ়াই ৷ EPFত আপোনাৰ দৰমহা 12% কটা হয় ৷ আৰু এই সম্পূৰ্ণ ১২ শতাংশ PF একাউণ্টত জমা হয় ৷ আৰু ১২ শতাংশ নিয়োগকতাই জমা কৰে ৷ এই ১২ শতাংশৰ 8.33 শতাংশ পেঞ্চন স্কীম বা EPS( Employees' Pension Scheme) আৰু ৩.৬৭ শতাংশ EPF জমা হয় ৷ আৰু এই পেঞ্চনৰ ধন আপোনাৰ অৱসৰ বা ৫৮ বছৰৰ পাছত লাভ কৰিব ৷ অৱশ্যে চাকৰীপৰা সম্পূৰ্ণ ইস্তাফা দিলে এই পেঞ্চনৰ সমুদাই লাভ কৰিব পাৰে ৷
EPF Accountত নমিনি দিব পাৰি নে
EPFত আপোনাৰ নমিনি অন্তভুৰ্ক্তি কৰিব পাৰিব ৷ যদি আপোনৰ মৃত্যু বা তেনেধৰণৰ ঘটনা সংঘটিত হয় তেতিয়া এই ক্ষেত্ৰত বহু সুবিধা হয় ৷
UAN কি ?
UAN মানে হৈছে Universal Account Number ৷ ই এটা 12 সংখ্যাৰ স্থায়ী একাউণ্ট নাম্বাৰ ৷ PFৰ ক্ষেত্ৰত UAN হৈছে অনিবাৰ্য ৷ পূৰ্বতে কৰ্মচাৰী সকলে চাকৰি সলনিৰ কৰিলে PF ৰ টকা Transfer কৰিবলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল ৷ পুৰণা PF একাউণ্ট আৰু নতুন PF একাউণ্ট একেজন ব্যক্তিৰে হয় তোকো প্ৰমান কৰিবলৈ বহুত সমস্যা সন্মুখিন হৈছিল ৷ এনেধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ EPFO Indiaই UAN জাৰি কৰে ৷ ই হৈছে এক স্থায়ী Account নং যিটো আপোনাৰ প্ৰথম চাকৰীৰ পৰা আৰম্ভ কৰি সকলো তথা অৱসৰ সময়লৈকে একে থাকে ৷ চাকৰী সলনি কৰিলে নতুন PF একাউণ্টো আপোনাৰ স্থায়ী UAN ৰ লগত সংযোগ কৰা হয় , এনে কৰাৰ ফলত আপোনাৰ সকলো PF একাউণ্ট এটা UAN ৰ পৰা পৰিচালনা কৰিব পাৰি ৷UAN ইয়াক কেনেকৈ লাভ কৰিব আৰু কেনেকৈ Active কৰিব ৷
UAN সাধাৰণতে আপোনাৰ দৰমহাৰ Pay Slipৰ ওপৰৰ ভাগত উল্লেখ থাকে ৷ যদি Pay Slip নাথাকে তেন্তে আপোনাৰ নিয়োগকৰ্তাৰ লগত যোগাযোগ কৰিব পাৰে ৷ UAN Active নকৰাকৈ Pfৰ কোনো অনলাইন সেৱা উপভোগ কৰিব নোৱাৰে ৷ Active কৰাৰ পাছত UAN Portalৰ Dashboardত গৈ PF সম্পৰ্কীয় সকলো কাম কৰিব পাৰিব ৷
UAN Active কৰাৰ পাছত আপুনি কি কি কৰিব পাৰিব ৷
(১) UAN Portalৰ পৰা আপুনি Epf Passbook ডাউলোড কৰিব পাৰিব ৷
(২) কোন মাহত কিমান জমা হল চাব পাৰিব ৷ আপোনাৰ CLAIM STATUS চাব পাৰিব ৷
(৩) আপোনাৰ KYC আপলোড কৰিব পাৰিব ৷ পেন কাৰ্ড, আধাৰ কাৰ্ড আপোনাৰ বেংক Account সংযোগ কৰিব পাৰিব ৷UAN Active কৰাৰ পাছত আপুনি কি কি কৰিব পাৰিব ৷
(১) UAN Portalৰ পৰা আপুনি Epf Passbook ডাউলোড কৰিব পাৰিব ৷
(২) কোন মাহত কিমান জমা হল চাব পাৰিব ৷ আপোনাৰ CLAIM STATUS চাব পাৰিব ৷
(৪) UAN Active কৰাৰ পাছত আপোনাৰ ৰেজিষ্টাৰ মোবাইন নাম্বাৰৰ পৰা মিচকল দি PF বেলেঞ্চ চাব পাৰিব ৷ মেছেজ কৰিও PF বেলেঞ্চ চাব পাৰিব আৰু এই সুবিধা ১০ টা ভাষাত উপলব্ধ ৷ ভাষা কেইটা হৈছে ইংৰাজী, হিন্দী, পাঞ্জাৱী, মাৰাঠী, মালায়লম, কানাড়া, বেংগলী, গুজৰাটী, তেলেগু আৰু তামিল ৷
(৫) UAN Active হোৱাৰ পাছত আপুনি সহজেই PF ৰ টকা Online Withdrew কৰিব পাৰিব ৷
UAN Active কৰিবলৈ Google ত চাৰ্চ কৰক UAN আৰু প্ৰথমেই অহা লিংকটো ক্লিক কৰক ৷ বা UAN Activation Link এই লিংকত যাব পাৰে ৷ পেজ অপেন হোৱাৰ পাছত পেজৰ তলৰফালে থকা Active UAN ক্লিক কৰক ৷
Active UANত ক্লিক কৰাৰ পাছত তলত দিয়া ধৰণৰ এখন From আহিব ৷ ইয়াত UAN নং, Name , Date Of Birth, Phone no, Email id দি তলত দিয়া Captchaটো দি Gat Authorization Pinত ক্লিক কৰক ৷
ইয়াৰ পাছত মোবাইল নাম্বাৰত আপোনালৈ এটা OTP আহিব ৷ OTP Enter কৰি I Agree ক্লিক কৰি Validate OTP and Activate UANত ক্লিক কৰক ৷
PF বেলেঞ্চ কেনেকৈ চাব পাৰিব ৷
PF বেলেঞ্চ চাবলৈ বা Passbook ডাউনলোড কৰিবলৈ Member Passbook এই Linkত গৈ লগইন কৰিব পাৰিব ৷ লগইন হোৱাৰ পাছত তলত দিয়া ধৰণে এখন Dashboard দেখা পাব
আপুনি আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰৰ পৰা মিচকল দিও আপোনাৰ বেলেঞ্চ চাব পাৰিব ৷ মিচকল দিব পৰা নাম্বাৰটো হৈছে 91112290 1406
আপুনি EPF এই লিংকত গৈ লগ ইন কৰি PF withdraw কৰিব পাৰিব ৷ Dashboardত গৈ
Online Services ত ক্লিক কৰক ৷
ইয়াত ক্লিক কৰাৰ পাছত ইয়াত চাৰি ধৰণৰ Withdrawal দেখিবলৈ পাব ৷ From- 31,19,10C & 10D ৷ আপোনাৰ স্থিতি অনুসৰি এই চাৰিখন From Portalলত বিছৰা ধৰণে সম্পূৰ্ণ কৰি অতি সহজেই আপোনাৰ PF ধন আপোনাৰ বেংক একাউণ্টত লব পাৰিব ৷
From 31 হৈছে যেতিয়া আপুনি চাকৰি থকা অৱস্থাত PF Withdraw কৰিব বিচাৰে তেতিয়া From 31ত ব্যৱহাৰ কৰিব লাগিব ৷ ইয়াক Advanced Claim বুলি কোৱা হয় ৷
From 19 হৈছে যেতিয়া আপুনি সম্পুৰ্ণ চাকৰি পৰা ইস্তাফা দিয়াৰ পাছত সমুদায় PF ধন উলিয়াবলৈ এই From ব্যৱহাৰ কৰিব লাগিব ৷ আপুনি চাকৰি এৰাৰ কমেও দুমাহৰ পাছত এই ধন উলিয়াব পাৰিব ৷
From 10c হ'ল আপুনি চাকৰি ইস্তফা দিয়াৰ পাছত পেঞ্চনৰ টকা উলিয়াবলৈ ব্যবহাৰ কৰিব পাৰিব ৷ ছয় মাহৰ পৰা 10 বছৰ ভিতৰত যিখিনি পেঞ্চনৰ টকা জমা হয় সেই টকা উলিয়াবলৈ এই From ব্যৱহাৰ কৰিব পাৰিব ৷
From 10D হ'ল আপোনাৰ ১০ বছৰৰ ওপৰৰ পেঞ্চনৰ জমা টকা উলিয়াবলৈ এই From ব্যৱহাৰ কৰিব লাগিব ৷
আপুনি আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰৰ পৰা মিচকল দিও আপোনাৰ বেলেঞ্চ চাব পাৰিব ৷ মিচকল দিব পৰা নাম্বাৰটো হৈছে 91112290 1406
PF কেনেকৈ Withdraw কৰিব ৷
Withdrew কৰিবলৈ যোৱাৰ আগতে আপোনাৰ KYC সম্পূৰ্ণ কৰিব লাগিব ৷ অনলাইন Withdraw কৰিবলৈ আধাৰ বাধ্যতামূলক ৷আপুনি EPF এই লিংকত গৈ লগ ইন কৰি PF withdraw কৰিব পাৰিব ৷ Dashboardত গৈ
Online Services ত ক্লিক কৰক ৷
ইয়াত ক্লিক কৰাৰ পাছত ইয়াত চাৰি ধৰণৰ Withdrawal দেখিবলৈ পাব ৷ From- 31,19,10C & 10D ৷ আপোনাৰ স্থিতি অনুসৰি এই চাৰিখন From Portalলত বিছৰা ধৰণে সম্পূৰ্ণ কৰি অতি সহজেই আপোনাৰ PF ধন আপোনাৰ বেংক একাউণ্টত লব পাৰিব ৷
From 31 হৈছে যেতিয়া আপুনি চাকৰি থকা অৱস্থাত PF Withdraw কৰিব বিচাৰে তেতিয়া From 31ত ব্যৱহাৰ কৰিব লাগিব ৷ ইয়াক Advanced Claim বুলি কোৱা হয় ৷
From 19 হৈছে যেতিয়া আপুনি সম্পুৰ্ণ চাকৰি পৰা ইস্তাফা দিয়াৰ পাছত সমুদায় PF ধন উলিয়াবলৈ এই From ব্যৱহাৰ কৰিব লাগিব ৷ আপুনি চাকৰি এৰাৰ কমেও দুমাহৰ পাছত এই ধন উলিয়াব পাৰিব ৷
From 10c হ'ল আপুনি চাকৰি ইস্তফা দিয়াৰ পাছত পেঞ্চনৰ টকা উলিয়াবলৈ ব্যবহাৰ কৰিব পাৰিব ৷ ছয় মাহৰ পৰা 10 বছৰ ভিতৰত যিখিনি পেঞ্চনৰ টকা জমা হয় সেই টকা উলিয়াবলৈ এই From ব্যৱহাৰ কৰিব পাৰিব ৷
From 10D হ'ল আপোনাৰ ১০ বছৰৰ ওপৰৰ পেঞ্চনৰ জমা টকা উলিয়াবলৈ এই From ব্যৱহাৰ কৰিব লাগিব ৷
অতি গুৰুত্বপূৰ্ণ তথ্য, ধন্যবাদ জনালোঁ
ReplyDeleteধন্যবাদ
ReplyDeletekhub sundor.MUTUAL FUND
ReplyDelete